• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অস্ত গৈছে বুধ আৰু শুক্ৰ, ভাৱিব নোৱাৰা উন্নতি ২ৰাশিৰ, ২ ৰাশিৰ সন্মুখত আকৌ নতুন বিপদ

অস্ত গৈছে বুধ আৰু শুক্ৰ, ভাৱিব নোৱাৰা উন্নতি ২ৰাশিৰ, ২ ৰাশিৰ সন্মুখত আকৌ নতুন বিপদ

2 years ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

32 minutes ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

1 hour ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

1 hour ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অস্ত গৈছে বুধ আৰু শুক্ৰ, ভাৱিব নোৱাৰা উন্নতি ২ৰাশিৰ, ২ ৰাশিৰ সন্মুখত আকৌ নতুন বিপদ

অস্ত গৈছে বুধ আৰু শুক্ৰ, ভাৱিব নোৱাৰা উন্নতি ২ৰাশিৰ, ২ ৰাশিৰ সন্মুখত আকৌ নতুন বিপদ

editor by editor
June 8, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
অস্ত গৈছে বুধ আৰু শুক্ৰ, ভাৱিব নোৱাৰা উন্নতি ২ৰাশিৰ, ২ ৰাশিৰ সন্মুখত আকৌ নতুন বিপদ
0
SHARES
26k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিভিন্ন গ্ৰহৰ অৱস্থান পৰিবৰ্তনৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে৷ বৰ্তমান  যেনেকৈ বৃষ ৰাশিত বহুকেইটা গ্ৰহৰ যুঁটি গঠন হৈছে তেনেকৈ জুন মাহৰ মাজভাগতেই কেইবাটাও গুৰুত্বপূৰ্ণ যুঁটি গঠন কৰিব কেইটামান গ্ৰহই৷ চলিত মাহৰ আৰম্ভণিতেই অস্ত গৈছে বুধ আৰু শুক্ৰ৷ প্ৰথমে বিগত ১ জুনত অস্ত গৈছিল বুধ আৰু তাৰপাছতেই ৩জুনত শুক্ৰ গ্ৰহও অস্ত গৈছে৷ অস্ত যোৱাৰ ফলত এই দুই গ্ৰহৰ ক্ষমতা পূৰ্বৰ পৰাই হ্ৰাস পাইছে৷ ইয়াৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত লক্ষ্য কৰা যাব৷ উল্লেখ্য যে বিষয় এয়াই যে মিথুন আৰু কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ আৰু বৃষৰ লগতে তুলা ৰাশিৰ জাতকৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ বুধ আৰু শুক্ৰ অস্ত যোৱাত এই ৪ৰাশিৰ জাতকৰ জীৱনত গুৰুত্বপূৰ্ণ প্রভাৱ পৰিব৷

বৃষ ৰাশি

বৃষ ৰাশিত বৰ্তমান কেইবাটাও গ্ৰহই অৱস্থান কৰিছে৷ এইসমূহ গ্ৰহৰ মিলিত প্ৰভাৱে কিছু পৰিমানে মানসিক চাপত পেলাব বৃষ ৰাশিৰ জাতকক৷ অন্যহাতে এই ৰাশিত সূৰ্যৰ অৱস্থানৰ প্ৰভাৱত আত্মবিশ্বাস বৃদ্ধি পাইছে বৃষ ৰাশিৰ জাতকৰ৷ নিজৰ ইচ্ছাশক্তিৰ জোৰত সকলো বাধা অতিক্ৰম কৰি আপুনি আগুৱাই যাব৷ অতিৰিক্ত আত্মবিশ্বাসৰ কাৰণে কিছু ক্ষতি হ’ব পাৰে৷ পৰিয়ালত পিতৃৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ কোনো চৰকাৰ বিৰোধী কথাবাৰ্তা ভুলতো নকব৷

মিথুন  ৰাশি

মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ৷ বৰ্তমান বুধ অস্ত গৈছে৷ এই সময়ত নানান দিশৰ পৰা ভাগ্য খোল খোৱাৰ সম্ভাৱনা আছে মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ কোনো বিশেষ ব্যক্তিৰ সৈতে বাৰ্তালাপ হ’ব পাৰে৷ যাৰ দ্বাৰা আপুনি লাভাম্বিত হ’ব৷ এই সময়ত আপুনি বজাৰ সমাৰ কৰিব পাৰে৷ নতুন ঘৰ তৈয়াৰ কৰাৰ পৰিকল্পনা থাকিলে সফল হ’ব৷ আপোনাৰ ভাতৃ-ভগ্নীৰ স্বাস্থ্য কিছু বেয়া হ’ব পাৰে৷ চৰকাৰী প্ৰকল্পৰ টকা বিনিয়োগ কৰিলে আৰ্থিকভাৱে লাভৱান হ’ব মিথুন ৰাশিৰ জাতক৷

কন্যা ৰাশি

মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ অস্তগামী শুক্ৰৰ প্ৰভাৱত জীৱনসংগীৰ সৈতে কোনো সমস্যাত পৰিব পাৰে কন্যা ৰাশিৰ জাতক৷ এই সময়ত ভ্ৰমণ কৰিলে ভাল ফলাফল পাব৷ আপুনি যদি কোনো তীৰ্থস্থানলৈ যায় তেন্তে এই সময়ত শুভ ফল পাব৷ কোনো সিদ্ধান্ত লোৱাৰ সময়ত জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক৷ নিজৰ কামত সফলতা পাব৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হ’ব৷

তুলা ৰাশি

তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ অস্তগামী শুক্ৰৰ প্ৰভাৱত এই সময়ত নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব তুলা ৰাশিৰ জাতকে৷ স্বাস্ত্য খুব এটা ভালে নাথাকিব৷ আত্মবিশ্বাস কিছু কমিব৷ হঠাৎ যদি আপোনাৰ খং বাঢ়ে তেন্তে ধ্যান কৰাৰ পৰামৰ্শও দিয়া হৈছে৷ ভাগ্যৰ উপৰত নিৰ্ভৰ নকৰি পৰিশ্ৰম কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

February 21, 2026
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
Next Post
লিখি ৰাখক, ম্যাদ শেষ কৰিব নোৱাৰিব মোদীয়ে! কোনে কৰিলে এই বিস্ফোৰক মন্তব্য?

লিখি ৰাখক, ম্যাদ শেষ কৰিব নোৱাৰিব মোদীয়ে! কোনে কৰিলে এই বিস্ফোৰক মন্তব্য?

মুকলিকৈ প্ৰেম কৰা, সন্তান জন্ম দিয়া, আমাৰ পূৰ্ণ সমৰ্থন আছে! চৰকাৰে মুকলি কৰিলে চৰকাৰী ডেটিং এপ

মুকলিকৈ প্ৰেম কৰা, সন্তান জন্ম দিয়া, আমাৰ পূৰ্ণ সমৰ্থন আছে! চৰকাৰে মুকলি কৰিলে চৰকাৰী ডেটিং এপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.