• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানেনে, হজ যাত্ৰাৰ সময়ত যদি কোনো লোক নিহত হয় তেন্তে মৃতদেহটো উভতাই পঠিওৱা নহয়

জানেনে, হজ যাত্ৰাৰ সময়ত যদি কোনো লোক নিহত হয় তেন্তে মৃতদেহটো উভতাই পঠিওৱা নহয়

2 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

27 minutes ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

39 minutes ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

1 hour ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

1 hour ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

2 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

3 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

3 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

4 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

5 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

5 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

7 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জানেনে, হজ যাত্ৰাৰ সময়ত যদি কোনো লোক নিহত হয় তেন্তে মৃতদেহটো উভতাই পঠিওৱা নহয়

editor by editor
June 21, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
জানেনে, হজ যাত্ৰাৰ সময়ত যদি কোনো লোক নিহত হয় তেন্তে মৃতদেহটো উভতাই পঠিওৱা নহয়
0
SHARES
8.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানেনে, হজ যাত্ৰাৰ সময়ত যদি কোনো লোক নিহত হয় তেন্তে মৃতদেহটো উভতাই পঠিওৱা নহয়

ছৌদি আৰৱৰ মক্কাত উপস্থিত হৈ হজ পালন কৰাটো প্ৰতিগৰাকী মুছলমানৰ সপোন। দৰিদ্ৰ মুছলমান সকলেও এটা এটা টকা জমা কৰি এবাৰ হজ কৰিবলৈ চেষ্টা কৰে। অৱশ্যে তাত উপনীত হোৱাটো ইমান সহজ নহয়। কাৰণ সমগ্ৰ বিশ্বৰ পৰা মুছলমান লোকে হজ কৰিবলৈ মক্কাত উপস্থিত হয়।

সেয়ে চৌদি আৰবে সকলো দেশৰ পৰা অহা হাজ হজযাত্ৰীৰ নিৰ্দিষ্ট সংখ্যা নিৰ্ধাৰণ কৰে আৰু সেই অনুসৰি প্ৰতিখন দেশৰ মুছলমান সকলে তালৈ যাবলৈ সক্ষম হয়। কিন্তু এই কোটা ইমানেই কম যে সকলো ব্যৱস্থা কৰিও হজৰ বাবে যাবলৈ নম্বৰ পোৱাটো সহজ নহয়। মক্কা পোৱাৰ পিছত আকৌ গৰম আৰু ভিৰৰ সৈতে সংগ্ৰাম আৰম্ভ হয়। প্ৰায়ে ইয়াৰ বাবে মক্কাত বহু লোকৰ মৃত্যু হয়।

এই বছৰ মক্কালৈ যোৱা ভাৰতৰ হজ যাত্ৰী সকলৰ ভিতৰত এতিয়ালৈকে ৯৮ গৰাকী ভাৰতীয়ৰ মৃত্যু হৈছে। ছৌদি আৰব চৰকাৰৰ সৈতে হোৱা কথা বতৰাত নিয়ম-নীতিৰ পঠিওৱা নহয়। সেই লোকসকলৰ মৃতদেহ তাত থকা সংশ্লিষ্ট কৰ্তৃপক্ষই সমাধিস্থ কৰে আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ তেওঁলোকৰ পৰিয়ালৰ হাতত অৰ্পণ কৰে।

ছৌদি আৰবে বৰ্তমানলৈ আনুষ্ঠানিকভাৱে মৃত্যুৰ তথ্য দিয়া নাই যদিও বৰ্তমানলৈ ভিন্ন দেশৰ ১০০০ৰো অধিক লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। গৰমৰ বাবেই এই আটাইকেইজন লোকৰ মৃত্যু হৈছে। কিন্তু মক্কাৰ উপকণ্ঠ অঞ্চলৰ মিনা উপত্যকাত ৰামি আল-জামাৰাত অনুষ্ঠানৰ সময়তো বৃহৎ সংখ্যক লোকৰ মৃত্যু হৈছে। বৰ্তমান মক্কাত তাপমাত্ৰা প্ৰায় ৫২ ডিগ্ৰী চেলছিয়াছ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hajj Hajj YatraIndianIndian PeoplemuslimMuslim Communitysaudi arabia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?
ভাৰত

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

October 13, 2026
Next Post
আজিৰে পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা, মন্দিৰলৈ যোৱাৰ পূৰ্বে জানি লওক নিৰ্দেশনা…

আজিৰে পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা, মন্দিৰলৈ যোৱাৰ পূৰ্বে জানি লওক নিৰ্দেশনা...

বনকৰ্মীৰ এনকাউণ্টাৰ, নিহত একেখন ঘৰৰে দুই চোৰাং মাছমৰীয়া ভাতৃ

বনকৰ্মীৰ এনকাউণ্টাৰ, নিহত একেখন ঘৰৰে দুই চোৰাং মাছমৰীয়া ভাতৃ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.