• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুৰ্জ খালিফাৰ গাত বিজ্ঞাপন আপুনিও দিব পাৰে! বুৰ্জ খালিফাৰ গাত এটা বিজ্ঞাপন চলাওঁতে কিমান খৰচ হয় জানেনে?

বুৰ্জ খালিফাৰ গাত বিজ্ঞাপন আপুনিও দিব পাৰে! বুৰ্জ খালিফাৰ গাত এটা বিজ্ঞাপন চলাওঁতে কিমান খৰচ হয় জানেনে?

2 years ago
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

16 minutes ago
আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

27 minutes ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

13 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

13 hours ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

14 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

15 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

16 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

17 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

18 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

18 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

19 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

বুৰ্জ খালিফাৰ গাত বিজ্ঞাপন আপুনিও দিব পাৰে! বুৰ্জ খালিফাৰ গাত এটা বিজ্ঞাপন চলাওঁতে কিমান খৰচ হয় জানেনে?

বুৰ্জ খালিফাৰ গাত বিজ্ঞাপন দিব খোজে? বুৰ্জ খালিফাৰ গাত এটা বিজ্ঞাপন চলাওঁতে কিমান খৰচ হয় জানেনে?

editor by editor
June 24, 2024
in বাণিজ্য, বিবিধ, বিশ্ব
0
বুৰ্জ খালিফাৰ গাত বিজ্ঞাপন আপুনিও দিব পাৰে! বুৰ্জ খালিফাৰ গাত এটা বিজ্ঞাপন চলাওঁতে কিমান খৰচ হয় জানেনে?
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিউয়ৰ্কৰ টাইমছ স্কোয়েৰৰ বিলবৰ্ডৰ দৰেই বিশ্বৰ অন্যতম বিজ্ঞাপনৰ স্থান হৈছে আৰব আমিৰশাহিৰ বুৰ্জ খালিফা৷ বিভিন্ন দেশৰ বিশেষ বিশেষ দিনত, নিশাৰ অন্ধকাৰত বিশেষ বিশেষ আলোকসজ্জাৰে সাজি উঠে বুৰ্জ খালিফা৷ ইয়াৰোপৰি বিশ্বৰ এই সৰ্বোচ্চ ভৱনৰ গাত ফুটি উঠে বিভিন্ন বিজ্ঞাপন৷ ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা বুৰ্জ খালিফাত দেখা যায় ভাৰতীয় জাতীয় পতাকা৷ একেদৰে শ্বাহৰুখৰ জন্মদিনত বুৰ্জ খালিফাত দেখা যায় শ্বাহৰুখৰ ছবি৷ আপুনিও ইচ্ছা কৰিলে আপোনাৰ ছবি বুৰ্জ খালিফাত জিলিকাই তুলিব পাৰে৷ অৱশ্যে তাৰবাবে বিশেষ কেইটামান চৰ্ত মানি চলাটো খুবেই জৰুৰী৷

বুৰ্জ খালিফাৰ গাত ছবি লগাবলৈ প্ৰথমে বিজ্ঞাপনৰ বাবে আৱেদন কৰাটো জৰুৰী৷ পূৰ্বে ইমাৰ প্ৰপাৰ্টিজৰ অনুমতি লোৱাটো জৰুৰী৷ ইমাৰ প্ৰপাৰ্টিজেই বিশ্বৰ এই সৰ্বোচ্চ ওখ অট্টালিকা বুৰ্জ খালিফাৰ মালিক৷ তেওঁৰ সন্মতি অবিহনে এই বুৰ্জ খালিফাত কোনোৱে একো হেৰফেৰ কৰিব নোৱাৰে৷ তেওঁৰ সন্মতিৰ পাছতহে বিজ্ঞাপনটোৰ বাবে কিমান ধন লোৱা হ’ব সেই কথা পতা হয়৷ বিজ্ঞাপনটো কিমান সময় চলিব সেই কথাৰ ওপৰতেই খৰচ নিৰ্ভৰ কৰে৷

উদাহৰণস্বৰূপে ধৰা হ’ল প্ৰাইম টাইমত অৰ্থাৎ নিশা ৮ বজাৰ পৰা নিশা ১০ বজাৰ ভিতৰত প্ৰায় ৩ মিনিটৰ দীঘল বাৰ্তা বা বিজ্ঞাপন দিবলৈ প্ৰায় ৩.৫ ডিৰহাম লাগে৷ ভাৰতীয় টকাত এই ধনৰ পৰিমান হৈছে ৭৯.৬২ লাখ টকা৷ সাপ্তাহিকভাৱে এই বিজ্ঞাপন দিবলৈ খৰচ আৰু বৃদ্ধি পাব৷ সপ্তাহৰ বাবে বিজ্ঞাপন চলাবলৈ হ’লে ব্যয় কৰিব লাগিব ৫.৮ ডিৰহাম৷ ভাৰতীয় টকাত এই মুল্য ১ কোটি ৩২ লাখ টকা৷ আৰু বিজ্ঞাপনটো যদি সন্ধিয়া ৭ বজাৰ পৰা মাজনিশালৈ মুঠ ৫ বাৰ দেখুওৱা হয় তেন্তে আনুমানিক প্ৰায় ১০ লাখ ডিৰহাম খৰচ কৰিব লাগিব বিজ্ঞাপনদাতাই৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান ২.২৭ কোটি টকা৷

বুৰ্জ খালিফাত দিয়া বিজ্ঞাপন পৰিচালনা কৰে ‘মুলেন ল মেনা’ নামৰ এক মাৰ্কেটিং সংস্থাই৷ তেওঁলোকৰ সদৰ দপ্তৰো ডুবাইতেই অৱস্থিত৷ যদি কোনোৱে বুৰ্জ খালিফাৰ গাত কোনো ব্ৰেণ্ড বা ব্যক্তিগত বাৰ্তা প্ৰচাৰ কৰিব খোজে তেন্তে সেই বিজ্ঞাপনৰ কপি মুলেন ল মেনা নামৰ সংস্থাটোক জমা দিব লাগিব৷ তেওঁলোকে বিজ্ঞাপনটো চালি জাৰি চাই তাৰপিছত সেই বিজ্ঞাপনটো চলাব পৰা হ’বনে সেই সন্দৰ্ভত বিজ্ঞাপনদাতাক তথ্য দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব
জীৱনশৈলী

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

March 22, 2026
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!
জীৱনশৈলী

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

March 21, 2026
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

March 21, 2026
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

March 21, 2026
Next Post
তৃতীয়বাৰ, পৰিশ্ৰমো ৩ গুণ বেছি কৰিম… কাম কৰাৰ প্ৰতিশ্ৰুতি আগত ৰাখি নতুন সংসদভৱনত শপত গ্ৰহণ নৰেন্দ্ৰ মোদীৰ

তৃতীয়বাৰ, পৰিশ্ৰমো ৩ গুণ বেছি কৰিম... কাম কৰাৰ প্ৰতিশ্ৰুতি আগত ৰাখি নতুন সংসদভৱনত শপত গ্ৰহণ নৰেন্দ্ৰ মোদীৰ

মোদী ৩.০ ক’ত ক’ত বিফল? প্ৰথম ১৫ দিনতেই ১০ টা বিফলতা ধৰা পেলালে বিৰোধীয়ে

মোদী ৩.০ ক'ত ক'ত বিফল? প্ৰথম ১৫ দিনতেই ১০ টা বিফলতা ধৰা পেলালে বিৰোধীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.