• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধাৰ লৈ শোধ কৰি নকৰিলে নাৰায়ণে, নাৰায়ণে ধাৰ লোৱা ধন বিচাৰি এই মন্দিৰলৈ আহে কুবেৰ, জানি থওক এই কাহিনী 

2 years ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

1 hour ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

2 hours ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

4 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

5 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

6 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

22 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

23 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

1 day ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ধাৰ লৈ শোধ কৰি নকৰিলে নাৰায়ণে, নাৰায়ণে ধাৰ লোৱা ধন বিচাৰি এই মন্দিৰলৈ আহে কুবেৰ, জানি থওক এই কাহিনী 

ধাৰ লৈ শোধ কৰি নকৰিলে নাৰায়ণে, নাৰায়ণে ধাৰ লোৱা ধন বিচাৰি এই মন্দিৰলৈ আহে কুবেৰ, জানি থওক এই কাহিনী 

editor by editor
June 25, 2024
in বিবিধ, ভাৰত, লেখা
0
ধাৰ লৈ শোধ কৰি নকৰিলে নাৰায়ণে, নাৰায়ণে ধাৰ লোৱা ধন বিচাৰি এই মন্দিৰলৈ আহে কুবেৰ, জানি থওক এই কাহিনী 
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰাখণ্ডক দেৱভূমি বুলি কোৱা হয়। ইয়াৰ পাৰ্বত্যভূমিতেই দেৱতাসকলে বাস কৰে বুলি বিশ্বাস। পাহাৰীয়া এই ৰাজ্যত আছে বহু মন্দিৰ আৰু সেই মন্দিৰসমূহৰ সৈতে জড়িত হৈ আছে নানান কাহিনী। এই সকলো মন্দিৰতেই বছৰি লাখ লাখ ভক্ত আহে। এই সকলোবোৰ মন্দিৰৰ ভিতৰত এটা হৈছে উত্তৰাখণ্ডৰ চামোলি জিলাৰ পাণ্ডকেশ্বৰ গাওঁত থকা কুবেৰ মন্দিৰ। এই মন্দিৰৰ সৈতে বিশেষ সংযোগ আছে এই স্থানৰ পৰা ১৮ কিঃমিঃ দূৰত অৱস্থিত বদ্ৰীনাথ ধামৰ।

বদ্ৰীনাথ ধামৰ দুৱাৰ বন্ধ হ’লেই পাণ্ডকেশ্বৰৰ এই মন্দিৰতেই আছে কুবেৰৰ মূৰ্তি। প্ৰচলিত কাহিনী অনুসৰি সম্পদৰ দেৱতা কুবেৰৰ পৰা এবাৰ ধাৰ লৈছিল বিষ্ণুৱে। কিন্তু সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলে বিষ্ণুৱে।  সেয়ে প্ৰতি বছৰে কুবেৰ দেৱে শ্ৰীবিষ্ণুৰ পৰা ধন উদ্ধাৰ কৰিবলৈ পঞ্চায়ত বহুৱাই।

প্রচলিত কাহিনি

স্থানীয় বাসিন্দাসকলৰ মুখে মুখে প্ৰচলিত কাহিনী অনুসৰি এবাৰ শ্ৰী বিষ্ণুৰ বিশেষ এটি কামৰ বাবে সম্পদৰ প্ৰয়োজন হৈছিল। সেয়ে কুবেৰৰ পৰা সেই সম্পদ তেওঁ ঋণ লৈছিল। ঋণ লৈ দিনৰ পাছত দিন বাগৰিল। কিন্তু বিষ্ণুৱে সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলে। কুবেৰে তেতিয়া বুজিব পাৰিলে যে বিষ্ণুয়ে তেওঁৰ সম্পদ উভতাই নিদিয়ে। তেতিয়াই কুবেৰে সিদ্ধান্ত লয় যে, গ্ৰীষ্মকালত বদ্ৰী বিশালৰ মন্দিৰ খোলা হ’ব বিষ্ণুৱে ধাৰ লোৱা সম্পদ বদ্ৰী বিশালৰ পৰাই উভতাই ল’ব। সেয়ে প্ৰতিবছৰে কুবেৰৰ মূৰ্তি বদ্ৰীনাথ ধামলৈ অনা হয়। বদ্ৰী বিশালৰ সমান্তৰালকৈ কুবেৰ দেৱতাৰো তেতিয়াৰে পৰা পূজা হয়।

উল্লেখ্য় যে কুবেৰ হৈছে দেৱতাসকলৰ কোষাধ্য়ক্ষ। তেওঁ অলকা নগৰীৰ ৰজা। তেওঁক যক্ষসকলৰ ৰজা বুলি কোৱা হয়। ত্ৰিপুৰা বালাজি বা শ্ৰীভেঙ্কটেশ্বৰৰ বিয়াতো তেওঁ অৰ্থ দান কৰিছিল বুলিও কাহিনী প্ৰচলিত আছে। সেয়ে কুবেৰক নৱৰত্নৰ অধীশ্বৰো কোৱা হয়।

কুবেৰক সন্তুষ্ট কৰাৰ উপায়

নিয়মিত কুবেৰৰ মন্ত্ৰোচ্চাৰণ কৰিলে কুবেৰৰ আশীৰ্বাদ লাভ কৰে। কুবেৰৰ আশীৰ্বাদ লাভ কৰিলে ঘৰত যি সমূহ অভাৱ অনাটন থাকে দূৰ হয়। গণেশৰ মূৰ্তি, নাৰিকল, শংখ. মা লক্ষ্মীৰ ছবি আৰু বাহীঁ ঘৰত ৰখাটো শুভ। আপোনাৰ ঘৰত এইসমূহ সামগ্ৰী ৰাখিলে কুবেৰৰ আশীৰ্বাদ লাভ কৰিবই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
Next Post
পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ

ৰাহুলেই যোগ্য দলনেতা, ৩ দশক পাছত কোনো সাংবিধানিক পদত বহিবলৈ সাঁজু ৰাহুল গান্ধী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন