• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভুলতো এই ৩টা ৰাশিৰ লোকৰ লগত যুঁজি নলব, আজি নাইবা কাইলৈ প্ৰতিশোধ ল’বই

ভুলতো এই ৩টা ৰাশিৰ লোকৰ লগত যুঁজি নলব, আজি নাইবা কাইলৈ প্ৰতিশোধ ল’বই

2 years ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

11 minutes ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

1 hour ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

2 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

2 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

3 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

21 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

22 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

22 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

23 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

24 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভুলতো এই ৩টা ৰাশিৰ লোকৰ লগত যুঁজি নলব, আজি নাইবা কাইলৈ প্ৰতিশোধ ল’বই

editor by editor
June 28, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ভুলতো এই ৩টা ৰাশিৰ লোকৰ লগত যুঁজি নলব, আজি নাইবা কাইলৈ প্ৰতিশোধ ল’বই
0
SHARES
484
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভুলতো এই ৩টা ৰাশিৰ লোকৰ লগত যুঁজি নলব, আজি নাইবা কাইলৈ প্ৰতিশোধ ল’বই

কোৱা হয় যে আপুনি যিয়েই ভুল নকৰক কিয়, ক্ষমা বিচাৰি ক্ষমা কৰাটো সহজ, কিন্তু আপুনি জানেনে যে জ্যোতিষ শাস্ত্ৰত এনেকুৱা তিনিটা ৰাশি আছে যিবোৰৰ মাজত “ক্ষমা” শব্দটো নাথাকে। ক্ষমা কৰি দিয়াৰ ক্ষেত্ৰত কোনো গুৰুত্বও নাই তিনি ৰাশিৰ লোকৰ বাবে।

কিছুমান ৰাশিৰ বাবে যিকোনো ধৰণৰ ভুল কেৱল ক্ষমা কৰা বা পাহৰি যোৱাটো সহজ নহয়। যিবোৰ ৰাশি খঙৰ বাবেও জনাজাত। কোনোৱে যদি তেওঁলোকৰ লগত কিবা বেয়া কাম কৰে তেন্তে সেই সময়ত তেওঁলোকে একো নকলেও বা কৰিব নোৱাৰিলেও পলমকৈ হ’লেও প্ৰতিশোধ লয়।

মেষ ৰাশি –
জ্যোতিষ শাস্ত্ৰৰ মতে মেষ ৰাশিৰ লোকসকলৰ অতিশয় খং উঠে। যদি তেওঁলোকৰ ইগোত আঘাত পায় তেন্তে তেওঁলোকে ক্ষমা নকৰে বৰঞ্চ প্ৰতিশোধ লয়। আনক সন্মান কৰিব জানে, ভাল পাব জানে আৰু মিঠাকৈ কথা ক’ব জানে। কিন্তু যদি কোনো লোকে তেওঁলোকক প্ৰতাৰণা কৰে তেন্তে তেওঁলোকে সেই লোকক কোনোদিনে ক্ষমা নকৰে। মিছা কোৱা মানুহবোৰ সিহঁতে একেবাৰে ভাল নাপায়।

সিংহ ৰাশি-
জ্যোতিষৰ মতে প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ লোকসকল সদায়ে আগৰণুৱা। কাৰোবাক ভাল পালে সকলো ত্যাগ কৰি দিব পাৰে, কিন্তু কোনোৱে যদি বিশ্বাসঘাতকতা কৰে বা আনকি প্ৰতাৰণাও কৰে তেন্তে কেতিয়াও ক্ষমা নকৰে। এই ৰাশিৰ বাবে ক্ষমাৰ কোনো স্থান নাই। বিশ্বাস ভংগ হ’লে তেওঁলোকে নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু কেতিয়াবা প্ৰতিশোধ লয়।

কুম্ভ ৰাশি-
কুম্ভ ৰাশিৰ লোককো প্ৰতিশোধৰ ক্ষেত্ৰত আগৰণুৱা বুলি গণ্য কৰা হয়। এই ৰাশিৰ মানুহে কাকো সোনকালে ক্ষমা নকৰে। কোনোৱে যদি প্ৰতাৰণা কৰে তেন্তে তেওঁলোকে ক্ষমা নকৰে বা আওকাণ নকৰে কিন্তু সদায় মনত থাকে যে কেনেকৈ প্ৰতাৰণা কৰা হৈছে। এই ৰাশিৰ লোকে যিমান ভাল পাব জানে সিমানেই ঘৃণা কৰিব পাৰে। গতিকে কুম্ভ ৰাশিৰ লোকৰ আস্থা কেতিয়াও ভংগ কৰিব নালাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveasom live 24Assa live 24assam liveassam live 24 digitalAssam NewsAstroastrologyaxom live 24axom live 24 digitalrashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু
বিশ্ব

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

October 12, 2026
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’
বিনোদন

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

October 12, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

October 12, 2026
Next Post
টুকুৰা টুকুৰাকৈ চন্দ্ৰলৈ যাব চন্দ্ৰযান-৪, কেনেকৈ জোৰা লাগিব এই যান? সবিশেষ জানক

টুকুৰা টুকুৰাকৈ চন্দ্ৰলৈ যাব চন্দ্ৰযান-৪, কেনেকৈ জোৰা লাগিব এই যান? সবিশেষ জানক

স্তন কৰ্কটৰ ইংগিত কেনেকৈ পাব? হিনা খানেও কৰিছিল এই ভুল, আজিয়েই জানক কিয় বাঢ়িছে স্তনৰ কৰ্কট

স্তন কৰ্কটৰ ইংগিত কেনেকৈ পাব? হিনা খানেও কৰিছিল এই ভুল, আজিয়েই জানক কিয় বাঢ়িছে স্তনৰ কৰ্কট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.