• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হেমন্ত সোৰেণ পুনৰ মুখ্যমন্ত্ৰী হোৱাত ঝাৰখণ্ডত বিজেপিৰ বাবে ডাঙৰ সংকট কিয়!

হেমন্ত সোৰেণ পুনৰ মুখ্যমন্ত্ৰী হোৱাত ঝাৰখণ্ডত বিজেপিৰ বাবে ডাঙৰ সংকট কিয়!

2 years ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

6 minutes ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

50 minutes ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

1 hour ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

2 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

3 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

4 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

4 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

5 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

6 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

7 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

8 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হেমন্ত সোৰেণ পুনৰ মুখ্যমন্ত্ৰী হোৱাত ঝাৰখণ্ডত বিজেপিৰ বাবে ডাঙৰ সংকট কিয়!

editor by editor
July 4, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
হেমন্ত সোৰেণ পুনৰ মুখ্যমন্ত্ৰী হোৱাত ঝাৰখণ্ডত বিজেপিৰ বাবে ডাঙৰ সংকট কিয়!
0
SHARES
401
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হেমন্ত সোৰেণ পুনৰ মুখ্যমন্ত্ৰী হোৱাত ঝাৰখণ্ডত বিজেপিৰ বাবে ডাঙৰ সংকট কিয়!

ভূমি কেলেংকাৰীৰ অভিযোগত জামিনত জেলৰ পৰা ওলাই আহিল ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত সোৰেণ। ৰাজ্যত বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী, কিন্তু অপেক্ষা নকৰাকৈয়ে আজি ৪ জুলাই তাৰিখে পুনৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে হেমন্ত সোৰেণে। আজি শপত পাঠ পঢ়ি পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত হয় ।

পূৰ্বে বহুতেই ভাবিছিল যে চম্পাই সোৰেণেই নিৰ্বাচনলৈকে মুখ্যমন্ত্ৰীৰ পদত থাকিব আৰু আনহাতে হেমন্ত সোৰেণে দলৰ কাম-কাজত মনোনিৱেশ কৰিব। কিন্তু, আজি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰাৰ লগে লগে এই জল্পনা-কল্পনাৰ অন্ত পৰে।

https://x.com/i/status/1808821488734048557

বুধবাৰে ৰাঁচীত কংগ্ৰেছ, জেএমএম আৰু আৰজেডিৰ বৈঠকত হেমন্ত সোৰেণ পুনৰ মুখ্যমন্ত্ৰী হ’ব লাগে বুলি সৰ্বসন্মতিক্ৰমে সহমতত উপনীত হৈছিল। ইয়াৰ লগে লগে চম্পাই সোৰেণে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।

এই কথাত চম্পাই সোৰেণ সুখী নহয় নহয় যদিও এই সন্দৰ্ভত তেওঁৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা হোৱা নাই। ডাঙৰ প্ৰশ্নটো হ’ল যেতিয়া নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী আছে, তেনেস্থলত চম্পাই সোৰেণক কিয় নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ দিয়া নহ’ল আৰু জেলৰ পৰা ওলাই অহাৰ লগে লগে মুখ্যমন্ত্ৰী হ’বলৈ ইমান আগ্ৰহী কিয় হ’ল হেমন্ত সোৰেণ?

https://x.com/HemantSorenJMM/status/1808835034893136254

অৱশ্যে ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, হেমন্ত সোৰেণৰ মুখ্যমন্ত্ৰী পদলৈ ঘূৰি অহাটো আগন্তুক নিৰ্বাচনত তেওঁৰ দলৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ লগতে ই বিজেপিৰ বাবেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। উল্লেখ্য যে তৃতীয়বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে হেমন্ত সোৰেণে।

নিৰ্বাচনৰ পূৰ্বে কোনো ভুলৰ পৰা হাত সাৰিবলৈ হেমন্তৰ এই পদক্ষেপে দলৰ ভিতৰতে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে যে ক্ষমতাৰ বাঘজৰী এতিয়াও তেখেতৰ হাতত। কাৰাগাৰত থকাৰ বাবে লোকসভা নিৰ্বাচনৰ প্ৰচাৰতো অংশ ল’ব পৰা নাছিল হেমন্ত সোৰেণ। এতিয়া তেওঁৰ লক্ষ্য বিধানসভা নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সৰ মুখামুখি হোৱা।

ইণ্ডিয়া গোটবন্ধনৰ আন আন দলসমূহেও আশা কৰিছে যে হেমন্ত সোৰেণৰ নেতৃত্বত মিত্ৰজোঁটেও সহানুভূতিশীল ভোট লাভ কৰিব পাৰিব। এই কাৰণতে জেলৰ পৰা ওলাই অহাৰ পিছতে অতি সোনকালে তেওঁ পুনৰ মুখ্যমন্ত্রী হোৱাৰ সিদ্ধান্ত লয়।

https://x.com/HemantSorenJMM/status/1808872528409997745

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjpHemant SorenjharkhandJharkhand New CMNew CM Hemant Soren
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’
বিনোদন

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

July 27, 2026
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 27, 2026
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ
বাণিজ্য

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

July 27, 2026
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
Next Post
নিশাৰ বৰষুণত উটি গ’ল এটি শিশু, পাছে এতিয়াও কৃত্ৰিম বান মহানগৰত, যাত্ৰাৰ কৰাৰ পূৰ্বে জানি লওক কি কি পথত পানী

নিশাৰ বৰষুণত উটি গ’ল এটি শিশু, পাছে এতিয়াও কৃত্ৰিম বান মহানগৰত, যাত্ৰাৰ কৰাৰ পূৰ্বে জানি লওক কি কি পথত পানী

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন, প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ঋষি ছুনক পৰাস্ত

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন, প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ঋষি ছুনক পৰাস্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.