• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ৰাশিৰ উন্নতি খাটাং, কাইলৈ কোন কোন ৰাশিৰ জাতকৰ উন্নতি হ’ব?

2 years ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

2 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

3 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

4 hours ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

5 hours ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

6 hours ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

7 hours ago
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

8 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ৰাশিৰ উন্নতি খাটাং, কাইলৈ কোন কোন ৰাশিৰ জাতকৰ উন্নতি হ’ব?

৫ৰাশিৰ উন্নতি খাটাং, কাইলৈ কোন কোন ৰাশিৰ জাতকৰ উন্নতি হ’ব?

editor by editor
July 7, 2024
in জীৱনশৈলী
0
৫ৰাশিৰ উন্নতি খাটাং, কাইলৈ কোন কোন ৰাশিৰ জাতকৰ উন্নতি হ’ব?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ জুলাই ২০২৪ সোমবাৰে চন্দ্ৰই স্বৰাশি কৰ্কটত বিৰাজ কৰিব৷ কৰ্কট ৰাশিৰ গ্ৰহ অধিপতি চন্দ্ৰ নিজেই৷ পঞ্জিকা অনুসৰি কাইলৈ হৈছে আহাৰ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি৷ হিন্দুধৰ্ম অনুসৰি সোমবাৰ হৈছে দেৱাদিদেৱ মহাদেৱৰ প্ৰিয় দিন৷ এই দিনত তেওঁৰ আৰাধনা কৰিলে জীৱনৰ সকলো দুঃখ কষ্টৰ পৰা মুক্তি পোৱা সম্ভৱ হয়৷

জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ আৰু বজ্ৰ যোগ৷ ইয়াৰোপৰি কাইলৈ থাকিব পুষ্য নক্ষত্ৰৰ প্ৰভাৱ৷ এইসমূহ শুভ যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সুখ সৌভাগ্যৰে উপচি পৰিব ৫ ৰাশিৰ জাতকৰ জীৱন৷ এই পাঁচ ৰাশিৰ জাতকে কাইলৈ সকলো কামতেই ভাগ্যৰ সংগ লাভ কৰিব৷ জানি থওক কাইলৈ দিনটো কাৰ কাৰ বাবে শুভ৷

মেষ ৰাশি

কাইলৈ ৮ জুলাইত সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ মহাদেৱৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়়যন্ত্ৰৰ পৰা মুক্তি পাব৷ সম্পত্তিৰ লেনদেন কৰাৰ বাবে কাইলৈৰ দিনটো শুভ৷ দাম্পত্য জীৱনত কাইলৈ সুখ আৰু প্ৰেমৰ পৰিবেশ বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত পাৰ্টনাৰক কাষত পাব৷ কাইলৈ অবিবাহিতসকলৰ বিয়াৰ কথা পাক্কা হ’ব৷

সিংহ ৰাশি

পুষ্য নক্ষত্ৰৰ শুভ প্ৰভাৱ লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ কোনো বিশেষ আনন্দ আপুনি লাভ কৰিব পাৰিব৷ কোনো ঘৰ বা গাড়ী ক্ৰয় কৰাৰ দীৰ্ঘদিনৰ ইচ্ছা কাইলৈ পূৰণ হ’ব৷ পেছাগত জীৱনত পৰিবৰ্তন কাইলৈ লক্ষ্যনীয় হ’ব৷ কেৰিয়াৰত পৰিশ্ৰম কৰিলে তাৰ শুভ ফল আপুনি পাব৷ কোনো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে কৰ্কটৰ জাতকে৷

ধনু ৰাশি

বজ্ৰ যোগৰ প্ৰভাৱত কাইলৈ ধন লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ সকলো কামতেই কাইলৈ প্ৰচুৰ সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে কাইলৈ ভাল সময় কটাব৷ ইয়াৰ ফলত আপোনাৰ মনত আনন্দ থাকিব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব৷ কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে ধনু ৰাশিৰ জাতকে শুভ সময় কটাব৷ আপোনাৰ মনত আনন্দ থাকিব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

কুম্ভ ৰাশি

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগত মহাদেৱৰ আশীৰ্বাদ বৰ্ষিত হ’ব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ কাইলৈ আপোনাৰ ব্যৱহাৰত কিছু উগ্ৰতা বাঢ়িব৷ পৰিশ্ৰমৰ সুফল পাব৷ আৰ্থিক লাভ হ’ব৷

মীন ৰাশি

কাইলৈ পুষ্য নক্ষত্ৰৰ শুভ প্ৰভাৱ বৰ্তি থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ নিজৰ নেটৱৰ্ক কাইলৈ বঢ়াব পাৰিব৷ নিজৰ সকলো কাম কাইলৈ সম্পন্ন হ’ব৷ সকলোৰে সৈতে ভাল সময় কটাব আপুনি৷ নিজৰ লক্ষ্য পুৰণতো সফল হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?
জীৱনশৈলী

May 25, 2026
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?
জীৱনশৈলী

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

May 25, 2026
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?
ক্ৰীড়া

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

May 25, 2026
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

May 25, 2026
Next Post
আজি ৮ জুলাইৰ ৰাশিফল, বিশেষ সংযোগৰ বাবে পুৱাই কৰক শিৱ পূজা, জয়জয় ময়ময় হৈ পৰিব দিনটো

জিম্বাবুৱেৰ বিৰুদ্ধে বৃহৎ জয় হলেও প্ৰদৰ্শন বেয়া হোৱা বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা এইগৰাকী খেলুৱৈৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন