• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুই নেতাৰ ভ্ৰমণ, প্ৰধানমন্ত্ৰী মোদী ৰাছিয়ালৈ, বিৰোধী দলপতি ৰাহুল আহিছে অসম আৰু মণিপুৰলৈ, কাৰ কি উদ্দেশ্য?

দুই নেতাৰ ভ্ৰমণ, প্ৰধানমন্ত্ৰী মোদী ৰাছিয়ালৈ, বিৰোধী দলপতি ৰাহুল আহিছে অসম আৰু মণিপুৰলৈ, কাৰ কি উদ্দেশ্য?

2 years ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

2 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

3 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

4 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

5 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

5 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

6 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

6 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

7 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

8 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

9 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দুই নেতাৰ ভ্ৰমণ, প্ৰধানমন্ত্ৰী মোদী ৰাছিয়ালৈ, বিৰোধী দলপতি ৰাহুল আহিছে অসম আৰু মণিপুৰলৈ, কাৰ কি উদ্দেশ্য?

দুই নেতাৰ ভ্ৰমণ, প্ৰধানমন্ত্ৰী মোদী ৰাছিয়ালৈ, বিৰোধী দলপতি ৰাহুল আহিছে অসম আৰু মণিপুৰলৈ, কাৰ কি উদ্দেশ্য?

editor by editor
July 8, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিশ্ব, ভাৰত, ৰাজনীতি
0
দুই নেতাৰ ভ্ৰমণ, প্ৰধানমন্ত্ৰী মোদী ৰাছিয়ালৈ, বিৰোধী দলপতি ৰাহুল আহিছে অসম আৰু মণিপুৰলৈ, কাৰ কি উদ্দেশ্য?
0
SHARES
287
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বান পৰিস্থিতিৰ বুজ ল’বলৈ অসমত উপস্থিত হৈছে ৰাহুল গান্ধী৷ সোমবাৰে পুৱাই বিশেষ বিমানেৰে শিলচৰলৈ আহিছে ৰাহুল৷ কাছাৰ জিলাৰ কেইবাটাও বৰ্ন্যাতৰ কেম্পত উপস্থিত হৈ বান দুৰ্দশাৰ বুজ লৈছে বিৰোধী দলপতি ৰাহুলে৷ বিৰোধী নেতা হোৱাৰ পাছতেই এয়া ৰাহুলৰ প্ৰথম উত্তৰপূৱ ভ্ৰমণ৷ সোমবাৰে অসমৰ পৰা তেওঁ মণিপুৰলৈ ৰাওনা হৈছে৷

ৰাহুলৰ এই যাত্ৰাক লৈ এতিয়া সামাজিক মাধ্যমতো চলিছে বাক বিতণ্ডা৷ কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত চলিছে এই বাক বিতণ্ডা৷ কংগ্ৰেছৰ বক্তব্য, বান বিধ্বস্ত অসমতো বাদেই গোষ্ঠীহিংসাৰে দীৰ্ণ মণিপুৰলৈ যাবলৈ প্ৰধানমন্ত্ৰীৰ তৃতীয় কাৰ্যকালতো সময়ৰ অভাৱ৷ দেশৰ ৰাজ্যকেইখনৰ জনতাৰ দুৰ্ভোগ আঁতৰ কৰাতকৈ তেওঁ বিদেশ ভ্ৰমণেই অত্যধিক গুৰুত্বপূৰ্ণ৷ কিন্তু ৰাহুল তেনে নহয়৷ ৰাহুলে হিংসাজৰ্জৰ মণিপুৰৰ খবৰ প্ৰতিসময়তে ৰাখিছে, লোকসকলৰ হৈ সংসদত মাত মাতিছে৷ উত্তৰ পূৱৰ কথা ৰাহুলে বাৰে বাৰে ভাৱিছে৷ কংগ্ৰেছৰ এই মন্তব্যসমূহৰ জৱাব দিছে বিজেপিয়েও৷ বিজেপিয়ে কংগ্ৰেছক কটাক্ষ কৰি কৈছে, ৰাহুল মানুহৰ দুৰ্দশা চোৱাৰ পৰ্যটক৷

সোমবাৰে দুপৰীয়াৰ ভাগতেই মণিপুৰৰ জিৰিবামলৈ ৰাওনা হৈছে ৰাহুল৷ কংগ্ৰেছৰ সূত্ৰৰ খবৰ অনুসৰি তাত থকা গৃহহীন মানুহৰ সৈতে ৰাহুল আজি বাৰ্তালাপত মিলিত হ’ব৷ এতিয়াও কেম্পতেই বন্দী হৈ আছে বহু মানুহ৷ ২০২৩ চনৰ মে মাহৰ পৰাই তাত গোষ্ঠীসংঘাত অব্যাহত আছে৷ গোষ্ঠীহিংসাৰে জৰ্জৰ মণিপুৰলৈ ৰাহুলৰ এবছৰত তৃতীয়টো ভ্ৰমণ৷

জিৰিবামলৈ যোৱাৰ পূৰ্বে সাতভনীৰ এগৰাকী ভনীয়েক অসমৰো খবৰ ৰাহুলে লৈছে৷ অসমৰ বান পৰিস্থিতিৰ বুজ ওচৰৰ পৰা লৈছে ৰাহুলে৷ বিগত কেইবাদিনো ধৰি ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমে ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বানপৰিস্থিতি৷ ৰাজ্যৰ ২৮খন জিলাই এতিয়া বানৰ কৱলত৷ ২২ লাখ ৭০ হাজাৰ মানুহ এতিয়া বানৰ কৱলত৷ ইয়াৰ মাজতেই ৭৮ জনে প্ৰাণ হেৰুৱাইছে৷

ইফালে মণিপুৰত বিগত ১৪ মাহ ধৰি চলা গোষ্ঠীসংঘাতত ২০০ লোকে প্ৰাণ হেৰুৱাইছে৷ বিগত কেইমাহমান অশান্তি কমিছে যদিও এতিয়াও সম্পূৰ্ণ শেষ হোৱা নাই সংঘাত৷ অসম সীমন্তৰ জিৰিবামত এতিয়াও অব্যাহত আছে হিংসা৷ প্রাথমিক তথ্যমতে জিৰিবামৰ পৰা স্থলপথেৰেই আকৌ শিলচৰলৈ উভতিব ৰাহুল৷ তাৰপাছতহে মণিপুৰৰ ৰাজধানী ইম্ফললৈ যাত্ৰা কৰিব ৰাহুলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
Next Post
এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে? জানক সবিশেষ

এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে? জানক সবিশেষ

কোন খেলুৱৈয়ে ক’ত কিমান টকা পালে, ৰিজাৰ্ভ বেঞ্চত বহা খেলুৱৈয়েও লাভ কৰিলে ১ কোটিকৈ টকা

কোন খেলুৱৈয়ে ক'ত কিমান টকা পালে, ৰিজাৰ্ভ বেঞ্চত বহা খেলুৱৈয়েও লাভ কৰিলে ১ কোটিকৈ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.