• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক ৰাশিফল- কি কয় আজি ৯ জুলাইৰ ৰাশিচক্ৰই, জানিবলৈ পঢ়ক সবিশেষ…

দৈনিক ৰাশিফল- কি কয় আজি ৯ জুলাইৰ ৰাশিচক্ৰই, জানিবলৈ পঢ়ক সবিশেষ…

2 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

6 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

6 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

7 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

7 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

8 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

8 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

8 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

9 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

9 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

9 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

10 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক ৰাশিফল- কি কয় আজি ৯ জুলাইৰ ৰাশিচক্ৰই, জানিবলৈ পঢ়ক সবিশেষ…

editor by editor
July 9, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
দৈনিক ৰাশিফল- কি কয় আজি ৯ জুলাইৰ ৰাশিচক্ৰই, জানিবলৈ পঢ়ক সবিশেষ…
0
SHARES
286
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৈনিক ৰাশিফল- কি কয় আজি ৯ জুলাইৰ ৰাশিচক্ৰই, জানিবলৈ পঢ়ক সবিশেষ…

মেষ ৰাশি:
আজিৰ দিনটো আপোনাৰ বাবে সুখ আৰু লাভদায়ক । সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা পাব আৰু লাভবান হ’ব । যাৰ ফলত আপোনাৰ মন ভালে থাকিব । ক’ৰবাত ফুৰিবলৈ গ’লে আজিৰ দিনটো অধিক স্মৰণীয় আৰু আনন্দদায়ক হৈ থাকিব । আপুনি যদি এতিয়া অবিবাহিত তেতিয়া হ’লে বিবাহৰ যোগ আছে ।

বৃষ ৰাশি:
আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ’ব ৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক ৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব ৷ সামাজিক মৰ্যদা বৃদ্ধি হ’ব ৷

মিথুন ৰাশি:
আজি নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব ৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে ৷ মতধাৰা সলনি হ’ব ৷ টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হওক ৷

কৰ্কট ৰাশি:
আজি আপোনাৰ বাবে এটা পবিত্ৰ দিন ৷ শৰীৰ আৰু মনৰ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ ঘৰত সুখ শান্তিৰ পৰিবেশ থাকিব ৷ আপোনাৰ সহকৰ্মী সকলৰ সহযোগিতা সকলোক্ষেত্ৰত লাভ কৰিব ৷ পিতৃৰ ফালৰ পৰা শুভ ৷

সিংহ ৰাশি:
আজি আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে ৷ আপুনি কষ্ট কৰিলেও আপোনাৰ কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব ৷ সন্তানৰ বাবে চিন্তাত থাকিব লাগিব ৷ চৰকাৰী কাম-কাজত সফলতা লাভ কৰিব ৷ মাজে মাজে পেটৰ বিষত ভুগিব পাৰে ৷

কন্যা ৰাশি:
আপুনি যিদৰে সম্পূৰ্ণ সততাৰে আৰু দক্ষতাৰে কাম কৰিছে, আপুনি সফলতাৰ মুখ দেখিবই ৷ পিতৃৰ ফালৰ পৰা সহায়ৰ হাত পাব ৷ ছাত্ৰ-ছাত্ৰী সকলে সফলতাৰ বাবে কষ্ট কৰক ৷ চৰকাৰী কামত সফলতা লাভ কৰিব ৷ সন্তানৰ বাবে টকা জমা কৰিব পাৰিব ৷

তুলা ৰাশি:
আপোনাৰ পাৰিবাৰিক জীৱন আজি অতি সুখকৰ হৈ উঠিব ৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ ইজনে সিজনক কপোৰ বা আন উপহাৰ প্ৰদান কৰিব পাৰে ৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব ৷

বৃশ্চিক ৰাশি:
আজি আপোনাৰ ভাগ্য ভালে থাকিব ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ সুন্দৰ হ’ব ৷ আপোনাৰ কামত সকলোৱে আনন্দিত আৰু সন্তুষ্ট হ’ব ৷ আজি হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হ’ব ৷ আমদানি বৃদ্ধি হ’ব আৰু পদোন্নতি হ’ব পাৰে ৷ সন্তানৰ কৃতিত্বই আপোনাক আনন্দিত কৰিব ৷

ধনু ৰাশি:
চাব যাতে কাৰো লগত অযথা কথাত কাজিয়াৰ সূত্ৰপাত নহয় ৷ মানসিক অশান্তিয়ে শাৰীৰিক অসুস্থতা বৃদ্ধি কৰিব ৷ সৰু কথাতে বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে ৷ ধৰ্মীয় কামত ধন খৰচ হ’ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্থূল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

মকৰ ৰাশি:
আজি শৰীৰ বৰ ভালে নাযাব ৷ আপুনি কি খোৱা-বোৱা কৰিছে তাৰ প্ৰতি চকু ৰাখক ৷ খঙক আৰু বেয়া চিন্তাৰ পৰা নিজক মুক্ত ৰাখক ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ আপোনাৰ অনুকুল নহ’ব ৷ এটা কথাত মন দিব যাতে আপোনাৰ পিতৃ-মাতৃৰ সৈতে কোনো বিৰোধিতা নহয় ৷

কুম্ভ ৰাশি:
শৰীৰ আজি বৰ ভালে নাযাব ৷ মানসিক উদ্বিগ্নতা শৰীৰিক অসুস্থতাৰ কাৰণ হ’ব পাৰে ৷ ব্যৱসায়ত খেলি-মেলিৰ সৃষ্টি হ’ব ৷ আপোনাৰ ব্যৱহাৰ সলনি কৰক ৷ সাৱধানে সকলো কামত মনোনিবেশ কৰক ৷

মীন ৰাশি:
আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব আৰু মনোযোগেৰে কাম কৰাত ব্যৰ্থ হ’ব ৷ চকু ৰাখক যাতে পৰিয়াল আৰু আন সম্বন্ধীয়ৰ লগত মতবিৰোধ নহয় ৷ বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাওক ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 9 July9 July 2024daily horoscopehoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
চৰকাৰী চাকৰিৰ পৰীক্ষাৰ তাৰিখ সদৰি, ব’হাগ বিহুৰ পূৰ্বেই ৩৫ হাজাৰ নিবনুৱাই লাভ কৰিব চাকৰি- মুখ্যমন্ত্ৰী

চৰকাৰী চাকৰিৰ পৰীক্ষাৰ তাৰিখ সদৰি, ব'হাগ বিহুৰ পূৰ্বেই ৩৫ হাজাৰ নিবনুৱাই লাভ কৰিব চাকৰি- মুখ্যমন্ত্ৰী

৫ জোৱান একেলগে শ্বহীদ, সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ আৰু নিৰ্বিচাৰ গুলীচালনা

৫ জোৱান একেলগে শ্বহীদ, সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ আৰু নিৰ্বিচাৰ গুলীচালনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.