• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই দুৰ্বল গ্ৰহই টোপনি কাঢ়ে আপোনাৰ, দুঃস্বপ্নৰ পৰা কেনেকৈ মুক্তি পাব? জানক সঠিক উপায়

এই দুৰ্বল গ্ৰহই টোপনি কাঢ়ে আপোনাৰ, দুঃস্বপ্নৰ পৰা কেনেকৈ মুক্তি পাব? জানক সঠিক উপায়

2 years ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

23 minutes ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

1 hour ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

2 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

3 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

3 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

4 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

4 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

6 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

6 hours ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

18 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

19 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই দুৰ্বল গ্ৰহই টোপনি কাঢ়ে আপোনাৰ, দুঃস্বপ্নৰ পৰা কেনেকৈ মুক্তি পাব? জানক সঠিক উপায়

এই দুৰ্বল গ্ৰহই টোপনি কাঢ়ে আপোনাৰ, দুঃস্বপ্নৰ পৰা কেনেকৈ মুক্তি পাব? জানক সঠিক উপায়

editor by editor
July 9, 2024
in জীৱনশৈলী
0
এই দুৰ্বল গ্ৰহই টোপনি কাঢ়ে আপোনাৰ, দুঃস্বপ্নৰ পৰা কেনেকৈ মুক্তি পাব? জানক সঠিক উপায়
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টোপনিৰ সময়ত আমি বিভিন্ন ধৰণৰ সপোন দেখি থাকো৷ ইয়াৰমাজতেই কিছু সপোন ভাল আৰু কিছু সপোন বেয়া৷ লেথাৰিকৈ দুঃস্বপ্ন দেখি থাকিলেই বুজিব যে আপোনাৰ কোষ্ঠীত গ্ৰহৰ অশুভ দশাৰ প্ৰভাৱ বৃদ্ধি পাইছে৷ জ্যোতিষ অনুসৰি বিশেষ কিছু গ্ৰহ দুৰ্বল হ’লে ব্যক্তিয়ে দুঃস্বপ্ন দেখে৷ এই ক্ষেত্ৰত ৰাহু, সূৰ্য, মঙল, বুধৰ অশুভ দশাক দায়ী কৰা হৈছে৷ জ্যোতিষ গণনা অনুসৰি ব্যক্তিৰ গ্ৰহদোষৰ বাবেই নিশা টোপনিও কম হয়৷ দুঃস্বপ্ন দেখে৷ দুঃস্বপ্নৰ বাবে দায়ী গ্ৰহ আৰু ইয়াৰ পৰা কেনেকৈ মুক্তি পাব জানক উপায়৷

দুঃস্বপ্নৰ কাৰণ

জ্যোতিষ অনুসৰি সূৰ্য দুৰ্বল থাকিলে ব্যক্তিয়ে দুঃস্বপ্ন দেখে৷ সূৰ্যৰ মহাদশাৰ অশুভ প্ৰভাৱৰ কাৰণে ব্যক্তিয়ে নানা ধৰণৰ বেয়া সপোন দেখিবলৈ আৰম্ভ কৰে৷

সূৰ্যৰ ওপৰিও বুধৰ কাৰণেও ব্যক্তিয়ে বেয়া সপোন দেখে৷ জ্যোতিষ গণনা অনুসৰি কোষ্ঠীত বুধ দুৰ্বল হ’লে দুঃস্বপ্নৰ প্ৰকোপ বাঢ়ে৷ ইয়াৰোপৰি দাঁত আৰু হাড় ভঙাৰো সম্ভাৱনা বৃদ্ধি পায়৷

জন্মচকত মঙ্গল অশুভ হ’লেও মানুহে বেয়া সপোন দেখে৷

অশুভ ৰাহুৰ কাৰণে ব্যক্তি বিভ্ৰান্ত হয়৷ বেয়া বেয়া সপোন দেখে৷ চুলি সৰাৰ দৰে সমস্যাই দেখা দিয়ে৷  পৰিয়ালৰ মাজত মনোমালিন্যও হয়৷ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা কমি যায়৷ কোষ্ঠীত ৰাহুৰ অশুভ পৰিস্থিতি থাকিলে কামত এটাৰ পাছত আনটো বাধা আহে৷ ইয়াৰোপৰি নানা সমস্যাই ঘেৰি ধৰে ব্যক্তিক৷ সঠিক সিদ্ধান্ত গ্ৰহণ কৰা কঠিন হৈ পৰে৷ বিভ্ৰান্তিৰ পৰা মানুহ উলাই আহিব নোৱাৰে৷

দুঃস্বপ্ন দূৰ কৰাৰ উপায়

দুঃস্বপ্ন দুৰ কৰিবলৈ প্ৰতিদিনে পুৱাই হনুমান চালিছা পাঠ কৰক৷

কিছু দিন ধৰি বেয়া সপোন দেখি থাকিলে নীলা কাপোৰত ফিটকিৰি বান্ধি বিচনাৰ তলত ৰাখক৷

মঙ্গলবাৰে এটুকুৰা ফিটকিৰি শিশু থাকিলে গাৰুৰ দিশত ৰাখক৷ ইয়াৰ প্ৰভাৱতেই টোপনিত ভয় খোৱা সমস্যা দুৰ হয়৷

ঘৰত নিয়মিত কৰ্পূৰ জ্বলাওক৷ ইয়াৰ ফলত অৱসাদ অনিদ্ৰা দূৰ হয়৷ পৰিবেশ বিশুদ্ধ হৈ ইতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়৷

পূৱ দিশত মূৰ থৈ শোৱক৷ দক্ষিণ দিশত মূৰ থৈ নুশোৱ৷

দুঃস্বপ্ন দূৰ কৰাৰ বাবে সূৰ্যৰ পানীৰ অৰ্ঘ্য দিয়ক৷ ইয়াৰ ফলত সূৰ্যৰ দশা মজবুত হ’ব৷ দুঃস্বপ্নৰ পৰাও আপুনি মুক্তি পাব৷

ৰাহুৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি পাবলৈ ব্যক্তিয়ে শিৱৰ আৰাধনা কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

August 23, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

August 23, 2026
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ
জীৱনশৈলী

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

August 23, 2026
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব
জীৱনশৈলী

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

August 23, 2026
Next Post
সমগ্ৰ দেশৰে খালী হৈ থকা ১৩ খন বিধানসভা আসনৰ আজি উপ-নিৰ্বাচন

সমগ্ৰ দেশৰে খালী হৈ থকা ১৩ খন বিধানসভা আসনৰ আজি উপ-নিৰ্বাচন

জীয়াই আছে সুনীল গগৈ, সুনীলৰ পত্নীক বিধৱা সাজ নিপিন্ধিবলৈ ক’লে IGP সংযুক্তা পাৰশৰে

জীয়াই আছে সুনীল গগৈ, সুনীলৰ পত্নীক বিধৱা সাজ নিপিন্ধিবলৈ ক’লে IGP সংযুক্তা পাৰশৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.