• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীয়াই আছে সুনীল গগৈ, সুনীলৰ পত্নীক বিধৱা সাজ নিপিন্ধিবলৈ ক’লে IGP সংযুক্তা পাৰশৰে

জীয়াই আছে সুনীল গগৈ, সুনীলৰ পত্নীক বিধৱা সাজ নিপিন্ধিবলৈ ক’লে IGP সংযুক্তা পাৰশৰে

2 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

7 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

8 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

8 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

9 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

10 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

10 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

11 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

12 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

13 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

14 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

14 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

জীয়াই আছে সুনীল গগৈ, সুনীলৰ পত্নীক বিধৱা সাজ নিপিন্ধিবলৈ ক’লে IGP সংযুক্তা পাৰশৰে

editor by editor
July 10, 2024
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
জীয়াই আছে সুনীল গগৈ, সুনীলৰ পত্নীক বিধৱা সাজ নিপিন্ধিবলৈ ক’লে IGP সংযুক্তা পাৰশৰে
0
SHARES
392
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীয়াই আছে সুনীল গগৈ, সুনীলৰ পত্নীক বিধৱা সাজ নিপিন্ধিবলৈ ক’লে IGP সংযুক্তা পাৰশৰে

ৰহস্যৰে ভৰি পৰিছে ঢকুৱাখনা কাণ্ড। কালি সুনীলৰ গগৈৰ বাসগৃহত উপস্থিত হৈ চি আই ডিৰ সোধপোচ। সুনীল গগৈৰ পত্নীক মাৰাথান জেৰা চিআইডিৰ। গগৈ সন্দৰ্ভত ক্লু বিচাৰি পাইছে চি আই ডিয়ে।

সুদীৰ্ঘ ৩৯ দিনৰ পিছত চি আই ডিৰ হাতত সুনীল গগৈ জীয়াই থকাৰ বিস্ফোৰক তথ্য, তথ্য লাভৰ পাছতে পত্নীক বিধৱা সাজ পৰিধান নকৰিবলৈ ক’লে চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰে।

“মৃতদেহটো সুনীলৰ নহয় জাহাংগীৰ, আপুনি বগা সাজ পিন্ধি থাকিব নালাগে” চিআইডিৰ আইজিপি সংযুক্তা পৰাশৰে এইদৰে কয় সুনীল গগৈৰ পত্নীক।

সুনীল গগৈৰ বাসগৃহত উপস্থিত চিআইডিৰ এটা বৃহৎ দলৰ সৈতে চিআইডিৰ আইজিপি সংযুক্ত পৰাশৰ। সুনীল গগৈৰ বাসগৃহৰ চোতালতে থকা জাহাংগীৰে বাস কৰা অস্থায়ী গৃহতো পুনৰ পৰ্যবেক্ষণ কৰে চিআইডিৰ দলটোৱে! সুনীলৰ পুত্ৰ সৌৰভ আৰু ভতিজাক জয়ন্ত গগৈ থানালৈ পুনৰ মাতি চিআইডি দলটো সুনীল গগৈৰ বাসগৃহৰ পৰা ওলাই যায়।

উল্লেখ্য যে বিগত ৩৯ দিন ধৰি সন্ধানহীন হৈ আছে ঢকুৱাখনাৰ জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈ। বিগত ১ জুনৰ পৰা সন্ধানহীন হৈ আছে সুনীল গগৈ। ১ জুনত সুনীল গগৈৰ ঘৰৰ চৌহদত উদ্ধাৰ হৈছিল এটা মুণ্ডহীন মৃতদেহ। সুনীল গগৈৰ মৃতদেহ বুলি পৰিয়ালে কৰিছিল শেষকৃত্য। পিছত DNA পৰীক্ষাত সুনীল গগৈৰ হৈ ৰাজমিস্ত্ৰী হিচাপে থকা জাহাংগীৰ হুছেইনৰ মৃতদেহ বুলি চিনাক্ত হয়।

যি ঘটনাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছিল, মৃতদেহ যদি জাহাংগীৰৰ তেন্তে সুনীল গগৈ ক’ত, কোনে হত্যা কৰিলে জাহংগীৰক। সেই ঘটনাৰ দিনাৰ পৰাই সন্ধান নাছিল সুনীল গগৈৰ। সুনীল গগৈ সন্দৰ্ভত সোধাপোছা কৰাৰ বাবে আৰক্ষীয়ে ৯ দিন ধৰি ঢকুৱাখনা থানাত দৈনিক জেৰা কৰিছিল সুনীল গগৈৰ পত্নী, পুত্ৰ আৰু ভতিজাক জয়ন্ত গগৈক। কিন্তু ইমান দিনে কতো কোনো শুংসূত্ৰ নাছিল সুনীলৰ ।

যাৰ বাবে আৰক্ষীয়ে সুনীল গগৈক পলাতক ঘোষণা কৰিছিল। আনকি সুনীল গগৈৰ সন্ধান দিওঁতালৈ পুৰস্কাৰো ঘোষণা কৰিছিল আৰক্ষীয়ে। কিন্তু তথাপি লাভ কৰা নাছিল কোনো সন্ধান। অৱশেষত ৩৯ দিনৰ অন্তত সুনীল গগৈৰ ক্লু লাভ কৰে চি আই ডিয়ে। ক্লু লাভৰ পাছতে গগৈৰ বাসগৃহত উপস্থিত হয় আৰু পুনৰ পত্নী-পুত্ৰ-ভতিজাকক সোধপোচ কৰে। এতিয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব ঘটানাৰ অধিক তথ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam CIDcidDhokuakhanaJahangir murder caseSunil GogoiSunil Gogoi Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ
অসম

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

September 20, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

September 20, 2026
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
Next Post
ভয়ংকৰ, দুটুকুৰা হৈ পৰিল বাছ, ১৮গৰাকী নিহত, ৩০ আহত, নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা

ভয়ংকৰ, দুটুকুৰা হৈ পৰিল বাছ, ১৮গৰাকী নিহত, ৩০ আহত, নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা

বিদ্যালয়ত আশ্ৰয় লৈ আছিল, কিন্তু তাতো ৰক্ষা নাপালে, প্ৰাণ হেৰুৱালে ২৭ গৰাকীয়ে

বিদ্যালয়ত আশ্ৰয় লৈ আছিল, কিন্তু তাতো ৰক্ষা নাপালে, প্ৰাণ হেৰুৱালে ২৭ গৰাকীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.