• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন দেশৰ ২৩ শতাংশ লোকে মাথো ১ বছৰতে এৰিলে ইছলাম, পৰিসংখ্যাই আচৰিত কৰিছে সকলোকে

2 years ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

50 minutes ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

1 hour ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

2 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

3 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

14 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

15 hours ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

16 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এখন দেশৰ ২৩ শতাংশ লোকে মাথো ১ বছৰতে এৰিলে ইছলাম, পৰিসংখ্যাই আচৰিত কৰিছে সকলোকে

editor by editor
July 12, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
এখন দেশৰ ২৩ শতাংশ লোকে মাথো ১ বছৰতে এৰিলে ইছলাম, পৰিসংখ্যাই আচৰিত কৰিছে সকলোকে
0
SHARES
764
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন দেশৰ ২৩ শতাংশ লোকে মাথো ১ বছৰতে এৰিলে ইছলাম, পৰিসংখ্যাই আচৰিত কৰিছে সকলোকে

ইছলাম বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ম। আগন্তুক সময়ত সমগ্ৰ বিশ্বতে মুছলমানৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব বুলি ফৰ্বছে ভৱিষ্যদ্বাণীয়ো কৰিছে। ২০৫০ চনৰ ভিতৰত মুছলমানৰ সংখ্যা খ্ৰীষ্টানৰ সমান হ’ব বুলি আশা কৰা হৈছে।

কিন্তু এক সন্থাৰ প্ৰতিবেদনে দাখিল কৰা পৰিসংখ্যাই আচৰিত কৰি তুলিছে সকলোকে। পিউ ৰিচাৰ্চে (Pew Research Center) কিছুমান দেশত ইছলাম এৰি যোৱা লোকৰ পৰিসংখ্যা দাঙি ধৰিছে। যিয়ে প্ৰকট কৰে এখন অন্য ছবি।

পিউৱে দাখিল কৰা প্ৰতিবেদন অনুসৰি, প্ৰতি বছৰে ইছলাম এৰি যোৱা লোকৰ সঠিক সংখ্যা অনুমান কৰাটো অতি কঠিন, কাৰণ ধৰ্ম এৰি যোৱাৰ বহু কাৰণ থাকে। সকলো ক্ষেত্ৰতে ৰাজহুৱাভাৱে ৰিপৰ্ট বা নথিভুক্ত কৰা নহয়।

অৱশ্যে ইয়াত কিছু অনুমান আৰু পৰিসংখ্যা দাঙি ধৰা হৈছে। ২০১৯ চনত পিউ ৰিচাৰ্চ চেণ্টাৰৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ প্ৰায় ১৩ লাখ মুছলমানে ইছলাম ধৰ্ম এৰিছিল। এই সংখ্যা আছিল দেশৰ সকলো মুছলমানৰ প্ৰায় ২৩ শতাংশ।

ইউনাইটেড কিংডমৰ টাইমছ সংবাদ মাধ্যমৰ ২০২০ৰ এক প্ৰকাশিত খবৰ অনুসৰি ব্ৰিটেইনত প্ৰতি বছৰে ১ লাখ লোকে ইছলাম ত্যাগ কৰি আহিছে। ইয়াৰ বাহিৰেও জাৰ্মানী কাকত ডাই ৱেল্টৰ ২০২০ চনৰ প্ৰতিবেদনত অনুমান কৰা হৈছে যে প্ৰতি বছৰে প্ৰায় ১০ হাজাৰৰ পৰা ২০ হাজাৰ মুছলমানে জাৰ্মানীত ইছলাম ধৰ্ম ত্যাগ কৰি আছে।

অষ্ট্ৰেলিয়াতো ইছলাম ধৰ্ম এৰিছে বহু লোকে। ২০১৯ চনত অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্পৰেশ্যন (এবিচি)ৰ এক প্ৰতিবেদনত অনুমান কৰা হৈছে যে প্ৰতি বছৰে প্ৰায় ১৫০০ মুছলমানে ইছলাম ত্যাগ কৰি আছে। অৱশ্যে এই সকলো তথ্যা আনুমানিক। ইয়াক সম্পূৰ্ণ সঠিক বুলি ধৰিব নোৱাৰি। কাৰণ বিভিন্ন কাৰণত ধৰ্ম ত্যাগ কৰাৰ বহু ঘটনাৰ খবৰ পোৱা নাযায়। সামাজিক বঞ্চনা, পৰিয়ালৰ হেঁচা বা নিৰাপত্তাৰ চিন্তাৰ বাবে সঠিক তথ্য সংগ্ৰহ কৰা নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: islamIslam ReligionmuslimMuslim leftmuslim people
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

May 7, 2026
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত
জীৱনশৈলী

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

May 7, 2026
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?
জীৱনশৈলী

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

May 7, 2026
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?
অসম

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

May 6, 2026
Next Post
ভোলে বাবা সন্দৰ্ভত বন্ধুই প্ৰকাশ কৰিলে ডাঙৰ তথ্য, আশ্ৰমত ৩০-৪০ গৰাকী কন্যা ….

ভোলে বাবা সন্দৰ্ভত বন্ধুই প্ৰকাশ কৰিলে ডাঙৰ তথ্য, আশ্ৰমত ৩০-৪০ গৰাকী কন্যা ....

অঘটন, মেৰামতিৰ পাছত পুনৰ যাত্ৰা কৰা যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট সহ সকলো ক্ৰু মেম্বাৰ নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন