• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনতেই কৰক এই ৫কাম, সংসাৰৰ অশান্তি দূৰ হ’ব খাটাং

শাওনতেই কৰক এই ৫কাম, সংসাৰৰ অশান্তি দূৰ হ’ব খাটাং

2 years ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

26 minutes ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

1 hour ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

2 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

3 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

3 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

4 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

5 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

6 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

7 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

7 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

8 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওনতেই কৰক এই ৫কাম, সংসাৰৰ অশান্তি দূৰ হ’ব খাটাং

শাওনতেই কৰক এই ৫কাম, সংসাৰৰ অশান্তি দূৰ হ’ব খাটাং

editor by editor
July 20, 2024
in জীৱনশৈলী
0
শাওনতেই কৰক এই ৫কাম, সংসাৰৰ অশান্তি দূৰ হ’ব খাটাং
0
SHARES
233
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৭ জুলাইৰ পৰা আৰম্ভ হৈছে শাওন মাহ। ৭২ বছৰ পাছত এইবাৰ শাওন বিশেষ। হিন্দুধৰ্মাৱলম্বী লোকৰ বাবে শাওন অতি পবিত্ৰ মাহ। এই মাহতেই শিৱক আৰাধনা কৰে প্ৰতিজন ভক্তই। শাস্ত্ৰ অনুসৰি শাওন মাহ বিবাহিতা মহিলাৰ বাবেও বিশেষ মাহাত্ম্যপূৰ্ণ মাহ। এই সময়ত বিবাহিতা মহিলাই কেইটামান নিয়ম মানি চলিলে সংসাৰ সুখকৰ হয়। পৰিয়ালত কোনো অশান্তি বা দুৰ্ভাগ্য নাহে বুলি জ্যোতিষ শাস্ত্ৰই দাবী কৰে। কিন্তু কি কি নিয়ম মানি চলিব লাগে এগৰাকী গৃহিনীয়ে?

সঠিক পদ্ধতিৰে পূজা কৰক

শাওন মাহত বিবাহিত মহিলাসকলে সঠিক পদ্ধতি মানি মহাদেৱক আৰাধনা কৰিলে তেওঁলোকৰ ঘৰলৈ সুখ-শান্তি আহে। স্বামীৰ সুখ সৌভাগ্য বৃদ্ধি পায়। স্বামীৰ উজ্জল ভৱিষ্যতৰ বাবে শাওন মাহৰ সোমবাৰসমূহত বিবাহিত মহিলাসকলে পুৱা টোপনিৰ পৰা উঠি গা ধুই শিৱ মন্দিৰলৈ যাব লাগে। তাতেই গাখীৰ, ঘী, গংগাজল আৰু মৌ মিহলাই বেলপাত দি শিৱলিংগক অভিষেক কৰিব লাগে। এই মিশ্ৰণক পঞ্চামৃত বুলিও কোৱা হয়। বিবাহিত মহিলাসকলে এই সময়ত দুগ্ধজাত সামগ্ৰী, ফল তথা সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাটো শুভ।

শাওণ বিশেষ পূজা

শিৱৰ প্ৰিয় শাওন মাহত প্ৰতিদিনেই মহাদেৱৰ পূজা কৰিলে আশীৰ্বাদ লাভ কৰিব। বিবাহিত মহিলাই এই সময়ত প্ৰতিদিনে ঘৰত শিৱলিংগত পূজা আগবঢ়াওক। মহাদেৱ আৰু পাৰ্বতীৰ পূজা কৰক। শিৱ মন্ত্ৰ পাঠ কৰক।

মঙ্গলা গৌৰী ব্ৰত

শাওন মাহৰ মঙলবাৰকেইটাত মঙ্গলা গৌৰী ব্ৰত পালন কৰা হয়। এই ব্ৰত বিবাহিতা মহিলাসকলে পালন কৰিলে অত্যন্ত শুভ। এদিন উপবাসে থাকি অইন কোনো বিবাহিত মহিলাক প্ৰসাধন সামগ্ৰী উপহাৰ দিব পাৰে। ইয়াৰোপৰি বিবাহিতা মহিলাই হাতত মেহেন্দি লগাব পাৰে। স্বামীৰ মংগল কামনা কৰি এই ব্ৰত ৰাখিব পাৰে।

শিৱলিংগৰ বিধি

শাস্ত্ৰ অনুসৰি বিবাহিত মহিলাসকলে শিৱলিংগ স্পৰ্শ কৰা উচিত। শাওন মাহত আমিষ আহাৰ, পিঁয়াজ, নহৰু, কেঁচা গাখীৰ বৰ্জন কৰা উচিত।

দৰিদ্ৰ সেৱা

শাওন মাহত দৰিদ্ৰক সেৱা কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব। এই সময়ত অভাৱীসকলৰ মুখত খাদ্য তুলি দিয়ক। সামাজিক কাম কাজত আত্মনিয়োগ কৰিলে আপোনাৰ সংসাৰ সুখ সমৃদ্ধিৰে ভৰি পৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

June 17, 2026
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ
জীৱনশৈলী

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

June 17, 2026
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

June 17, 2026
Next Post
কি কোম্পানীৰ ঘড়ী পিন্ধে বিৰাট ক’হলীয়ে? বিৰাটৰ এটা ঘড়ীৰ দামত আপুনি ক্ৰয় কৰিব পাৰিব বিলাসী ঘৰো

কি কোম্পানীৰ ঘড়ী পিন্ধে বিৰাট ক’হলীয়ে? বিৰাটৰ এটা ঘড়ীৰ দামত আপুনি ক্ৰয় কৰিব পাৰিব বিলাসী ঘৰো

মালাইকাৰ পৰা দূৰত্বই কষ্ট দিছে অৰ্জুনক? ৰহস্যজনক প’ষ্ট অভিনেতা অৰ্জুনৰ

মালাইকাৰ পৰা দূৰত্বই কষ্ট দিছে অৰ্জুনক? ৰহস্যজনক প’ষ্ট অভিনেতা অৰ্জুনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.