• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি কি উপহাৰ পালে অনন্ত-ৰাধিকাই, কোনোৱে দিলে ৩০০ কোটিৰ প্ৰাইভেট জেট, কোনোৱে বিদেশত ঘৰ

কি কি উপহাৰ পালে অনন্ত-ৰাধিকাই, কোনোৱে দিলে ৩০০ কোটিৰ প্ৰাইভেট জেট, কোনোৱে বিদেশত ঘৰ

2 years ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

12 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

12 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

13 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

14 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

14 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

15 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

15 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

16 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

17 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

17 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

19 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কি কি উপহাৰ পালে অনন্ত-ৰাধিকাই, কোনোৱে দিলে ৩০০ কোটিৰ প্ৰাইভেট জেট, কোনোৱে বিদেশত ঘৰ

editor by editor
July 21, 2024
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কি কি উপহাৰ পালে অনন্ত-ৰাধিকাই, কোনোৱে দিলে ৩০০ কোটিৰ প্ৰাইভেট জেট, কোনোৱে বিদেশত ঘৰ
0
SHARES
989
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কি কি উপহাৰ পালে অনন্ত-ৰাধিকাই, কোনোৱে দিলে ৩০০ কোটিৰ প্ৰাইভেট জেট, কোনোৱে বিদেশত ঘৰ

অনন্ত ৰাধিকাৰ বিয়া বুলি এতিয়াও শাম কটা নাই কৌতুহলৰ। ৫ হাজাৰ কোটি টকা ব্যয়েৰে হোৱা এই বিবাহত অন্যান্য আৰু কেইবা হাজাৰ কোটি টকা খৰচ অন্য বহু লোকৰ । দৰা-কইনাক উপহাৰ দিয়াৰ নামত বহুতেই খৰচ কৰিলে কোটি কোটি টকা। শীৰ্ষত আছে মাৰ্ক জুকাৰবাৰ্গ। পিছ পৰি ৰোৱা নাই ভাৰতীয় তাৰকা সকলো।

প্ৰকাশিত তথ্য অনুসৰি দম্পতীহালক অনন্তৰ পিতৃ-মাতৃ মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে পাম জুমেইৰাত ৩ হাজাৰ বৰ্গফুটৰ এলেকা থকা এটা দামী অট্টালিকা। ঘৰটোৰ মূল্য ৬৪০ কোটি। লগতে ৫.৮২ কোটি টকাৰ এখন বিলাসী বাহন। ইয়াৰ উপৰি ১০৮ কোটিৰ নেকলেচ আৰু ২১.৭ কোটিৰ ব্ৰুচ পিন।

আমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজোছে অনন্ত আৰু ৰাধিকাক ১১.৫০ কোটি টকাৰ এখন বুগাটি।

জন চিনাই ৩ কোটি টকাৰ লেম্বৰ্গিনি।

ফেচবুক চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে দম্পতীহালক ৩০০ কোটি টকাৰ ব্যক্তিগত জেট এখন উপহাৰ দিয়ে।

বিল গেটছে ৯ কোটিৰ হীৰাৰ আঙুঠিৰ লগতে ১৮০ কোটিৰ বিলায়ী ইয়ট বাহন উপহাৰ দিয়ে অনন্ত ৰাধিকাক।

বলীউডৰ দম্পতী কেটৰিনা কাইফ আৰু বিকি কৌশলে ১৯ লাখ টকাৰ সোণৰ চেইন।

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদবানীয়ে ২৫ লাখ টকীয়া হাতে বোৱা উৰা কাপোৰ এখন উপহাৰ দিয়ে।

বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে উপহাৰ দিলে ৬০ লাখ টকাৰ সোণৰ কলম।

শ্বাহৰুখ খানে দিলে ৪০ কোটি টকীয়া বিলাসী এপাৰ্টমেণ্ট ,তাকো ভাৰতত নহয়, ফ্ৰান্সত আছে এই বিলায়ী ঘৰ।

বচ্চন পৰিয়ালে দিয়ে ৩০ কোটি টকীয়া পান্নাৰ নেকলেচৰ চেট ।

আলীয়া ভাট্ট, ৰনবীৰে ৯ কোটি টকীয়া মাৰ্চিডিজ বাহন।

ছলমান খানে ১৫ কোটি টকীয়া স্পৰ্টছ বাইক।

দীপিকা ৰনবীৰে আম্বানী পৰিয়ালৰ নৱ বিবাহিতহালক দিয়ে ২০ কোটি টকাৰ কাষ্টমাইজড ৰ’লছ ৰয়েছ বাহন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ambani Familyananta ambaniWeddingWedding Gift
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে
বাণিজ্য

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

October 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

October 18, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি
বিনোদন

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

October 18, 2026
Next Post
দেশৰ এই ঠাইত হঠাতে ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ল ইণ্টাৰনেট আৰু SMS সেৱা

দেশৰ এই ঠাইত হঠাতে ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ'ল ইণ্টাৰনেট আৰু SMS সেৱা

এক অতিকে কৰুণ ঘটনাই জোকাৰি গ’ল ঢকুৱাখনা, একেলগে প্ৰাণ হেৰুৱালে তিনি ১০ বছৰীয়া শিশুৱে

এক অতিকে কৰুণ ঘটনাই জোকাৰি গ'ল ঢকুৱাখনা, একেলগে প্ৰাণ হেৰুৱালে তিনি ১০ বছৰীয়া শিশুৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.