• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

2 years ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

1 hour ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

2 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

3 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

3 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

4 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

4 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

5 hours ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

5 hours ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

7 hours ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

7 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

8 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

editor by editor
July 26, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?
0
SHARES
651
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ কেইবামাহ পূৰ্বেই পদকক লৈ আয়োজক সমিতিয়ে দিছে ডাঙৰ খবৰ। অলিম্পিক পদক জিকিলেই লাভ কৰিব এটুকুৰা আইফেল টাৱাৰ। অৰ্থাৎ আইফেল টাৱাৰৰ এটা অংশ খোদাই কৰা হ’ব প্ৰতিটো পদকতেই। বৃহস্পতিবাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে আয়োজক দেশে। অলিম্পিকৰ প্ৰতিটো পদকতে খোদাই কৰা থাকিব আইফেল টাৱাৰৰ বিশেষ অংশ। সোন, ৰূপ, ব্ৰঞ্জ তিনিওটা পদকতেই থাকিব এই ছবি। ফলত যিসকলে অলিম্পিকত পদক জয় কৰিব তেওঁলোকে ফ্ৰান্সৰ ইতিহাসৰ সাক্ষ্য আজীৱন বহন কৰিব।

আইফেল টাৱাৰৰ উচ্চতা হৈছে ৩৩০ মিটাৰ। টাৱাৰটো ১৮,০৩৮টা লোহাৰ টুকুৰাৰে নিৰ্মাণ কৰা হৈছে। কিন্তু বিশেষ কাৰণত প্ৰকৃত কাঠামোৰ মাজত কিছু সালসলনি অনা হয়। যি অংশ খুলি অনা হৈছে সেই অংশৰ পৰা পদকৰ মাজত বিশেষ ছবি খোদাই কৰা হ’ব। প্ৰতিটো টুকুৰাৰ ওজন হ’ব ১৮গ্ৰাম।

পদকৰ নক্সা নিৰ্মাণ কমিটিৰ প্ৰধান জোয়াকিম ৰংকিনে জনোৱা অনুসৰি এই সংস্থাই আইফেল টাৱাৰৰ বিশেষ অংশটোৰ সংৰক্ষণৰ দায়িত্বত আছিল। তেওঁলোকৰ পৰা অনুমতি লৈয়েই পদকত টুকুৰাটো স্থাপন কৰা হৈছে। টাৱাৰৰ সেই অংশটো পলিছ কৰি ঝালাই কৰি নিৰ্দিষ্ট আকাৰ দি পদক স্থাপন কৰা হৈছে। পদকৰ ওপৰত পেৰিছ ২০২৪ লিখা থাকিব।

ফ্ৰান্সৰ মানচিত্ৰৰ কথা মূৰত ৰাখিয়েই ৬কোণীয়া কৰা হৈছে পদকটো। অলিম্পিকত সকলো মিলি মুঠ ৫০৮৪টা পদক আছে। ইয়াৰ মাজতেই আছে অলিম্পিকৰ বাবে ২৬০০টা আৰু পেৰাঅলিম্পিকৰ বাবে ২৪০০টা পদক। সোনৰ পদকৰ ওজন হ’ব ৫২৯গ্ৰাম। কিন্তু এই সোণ প্ৰকৃত সোণ নহয়। ৰূপৰ ওপৰত ৬গ্ৰামৰ প্ৰলেপহে থাকিব। ৰূপৰ পদকৰ ওজন হ’ব ৫২৫গ্ৰাম। ব্ৰঞ্জৰ পদকৰ ওজন ৪৫৫গ্ৰাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?
জীৱনশৈলী

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

March 24, 2026
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!
জীৱনশৈলী

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

March 24, 2026
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
ভাৰত

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

March 24, 2026
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…
জীৱনশৈলী

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

March 24, 2026
Next Post
৫দিন ধৰি কোনো সন্ধান নাই ৰমেন বৰুৱাৰ, ব্ৰহ্মপুত্ৰৰ অভিযান বন্ধৰ ঘোষণা, অপেক্ষা ৭ বছৰলৈ

৫দিন ধৰি কোনো সন্ধান নাই ৰমেন বৰুৱাৰ, ব্ৰহ্মপুত্ৰৰ অভিযান বন্ধৰ ঘোষণা, অপেক্ষা ৭ বছৰলৈ

কাজিৰঙা-মানাহৰ পাছত এইবাৰ আহোম ইতিহাস বিৰজিত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ

কাজিৰঙা-মানাহৰ পাছত এইবাৰ আহোম ইতিহাস বিৰজিত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.