• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ এইগৰাকী তাৰকাই এটা সময়ত কাৰাগাৰত থাকি দাইলত পৰা মাখি উঠাই পি খাইছিল

2 years ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

9 minutes ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

23 minutes ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

1 hour ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

2 hours ago
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

3 hours ago
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

4 hours ago
দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

12 hours ago
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

13 hours ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বলীউডৰ এইগৰাকী তাৰকাই এটা সময়ত কাৰাগাৰত থাকি দাইলত পৰা মাখি উঠাই পি খাইছিল

editor by editor
July 29, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বলীউডৰ এইগৰাকী তাৰকাই এটা সময়ত কাৰাগাৰত থাকি দাইলত পৰা মাখি উঠাই পি খাইছিল
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ এইগৰাকী তাৰকাই এটা সময়ত কাৰাগাৰত থাকি দাইলত পৰা মাখি উঠাই পি খাইছিল

বলীউডৰ এগৰাকী অতিকে জনপ্ৰিয় অভিনেতা। নিজৰ বিশেষ অভিনয় দক্ষতাৰে সফলতাৰ শীখৰত আৰোহন কৰিছে। পিতৃ-মাতৃয়ো বলীউডৰ উজ্জল তাৰকা। এটা এটা যুগ হিচাপে খ্যাত দুয়ো পিতৃ-মাতৃ। নিজেও সুনাম গঢ়িছে অভিনয়েৰে।

তাৰ সমান্তৰালকৈ বেয়া কিছুমান অভ্যাসৰ বাবেও খ্যাত এইগৰাকী অভিনেতা। এটা সময়ত এনে আছিল, কাৰাগাৰতো থাকিব লগা হৈছিল অভিনেতাগৰাকী। সেই অভিনেতাগৰাকী হৈছে সঞ্জয় দত্ত। আজি সঞ্জয় দত্তৰ ৬৫ সংখ্যক জন্মদিন।

চলচ্চিত্ৰ জীৱনত ১৮০ খনতকৈও অধিক ছবিত কাম কৰিছে সঞ্জই দত্তই। তেওঁৰ জীৱনটো এখন চিনেমাৰ কাহিনীতকৈও কম নহয়। লগতে বহু উত্থান-পতনৰ সন্মুখীন হৈছে। সঞ্জয় দত্তৰ বাবে আটাইতকৈ কঠিন সময় আছিল যেতিয়া তেওঁক ৫ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

১৯৯৩ চনত মুম্বাইত সংঘটিত বোমা বিস্ফোৰণত সঞ্জয় দত্তৰ বিৰুদ্ধে অবৈধ অস্ত্ৰ ৰখাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁ য়েৰৱাডা জেলত আছিল। সঞ্জয় দত্তৰ জেলৰ দিনবোৰ বৰ কষ্টকৰ আছিল। এই কথা তেওঁ নিজেই বহুবাৰ প্ৰকাশ কৰিছিল।

কাৰাগাৰত থকাৰ সময়ত এবাৰ সঞ্জয় দত্তৰ দাইলিত মাখি এটা পৰি গৈছিল। পাছে কাৰাগাৰত প্ৰটিন হিচাপে দাইলিৰ বাহিৰে কোনো বিকল্প নাছিল। সেয়ে তেনে মাখি পৰা দাইলকেই মাখি উলিয়াই খাইছিল।

সেই কাৰাগাৰৰ ৰপা ওলোৱাৰ সময়ত হাতত ৪৪০ টকা লৈ ওলাই আহিছিল সঞ্জয় দত্ত। জেলত শাস্তি ভুগি থকাৰ সময়ত তেওঁ কাগজৰ বেগ বনাইছিল। প্ৰতিদিনে কাগজৰ বেগ বনাই লাভ কৰিছিল ৫০ টকা। কাৰাদণ্ডৰ সময়ছোৱাত সঞ্জয় দত্তই প্ৰায় ৩৮ হাজাৰ টকা উপাৰ্জন কৰিছিল। কিন্তু তেওঁ মাত্ৰ ৪৪০ টকা লৈ ওলাই আহিল কাৰণ তেওঁ বেছিভাগ টকা কেণ্টিনতে খৰচ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actorSanjai Dutta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?
জীৱনশৈলী

April 18, 2026
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?
জীৱনশৈলী

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

April 18, 2026
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি
জীৱনশৈলী

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

April 18, 2026
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?
অসম

Next Post
APSC কেলংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালক ১৪বছৰৰ কাৰাদণ্ড আৰু ২লাখ টকাৰ জৰিমনা

Jio-Airtel-VI-BSNL ৩ মাহৰ বৈধতাৰে কাৰ ৰিচাৰ্জ প্লেন সবাতোকৈ সস্তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন