• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অশ্বিনী বৈষ্ণৱ ৰে’লমন্ত্ৰী হিচাপে নহয় দুৰ্ঘটনা মন্ত্ৰী হিচাপে সদায়ে স্মৰণীয় হৈ থাকিব! অশ্বিনী বৈষ্ণৱৰ দিনতেই কিয় ইমান ৰে’ল দুৰ্ঘটনা?

অশ্বিনী বৈষ্ণৱ ৰে’লমন্ত্ৰী হিচাপে নহয় দুৰ্ঘটনা মন্ত্ৰী হিচাপে সদায়ে স্মৰণীয় হৈ থাকিব! অশ্বিনী বৈষ্ণৱৰ দিনতেই কিয় ইমান ৰে’ল দুৰ্ঘটনা?

2 years ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

38 minutes ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

2 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

2 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

2 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

3 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

3 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

4 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

4 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

6 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

6 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

7 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অশ্বিনী বৈষ্ণৱ ৰে’লমন্ত্ৰী হিচাপে নহয় দুৰ্ঘটনা মন্ত্ৰী হিচাপে সদায়ে স্মৰণীয় হৈ থাকিব! অশ্বিনী বৈষ্ণৱৰ দিনতেই কিয় ইমান ৰে’ল দুৰ্ঘটনা?

অশ্বিনী বৈষ্ণৱ ৰে’লমন্ত্ৰী হিচাপে নহয় দুৰ্ঘটনা মন্ত্ৰী হিচাপে সদায়ে স্মৰণীয় হৈ থাকিব! অশ্বিনী বৈষ্ণৱৰ দিনতেই কিয় ইমান ৰে’ল দুৰ্ঘটনা?

editor by editor
July 30, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
অশ্বিনী বৈষ্ণৱ ৰে’লমন্ত্ৰী হিচাপে নহয় দুৰ্ঘটনা মন্ত্ৰী হিচাপে সদায়ে স্মৰণীয় হৈ থাকিব! অশ্বিনী বৈষ্ণৱৰ দিনতেই কিয় ইমান ৰে’ল দুৰ্ঘটনা?
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৩ চনত বাহানগায় কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনা৷ তাৰপাছতেই চলিত বছৰত এটাৰ পাছত আনটো ৰে’ল দুৰ্ঘটনা৷ কাঞ্চনজংঘা এক্সপ্ৰেছ, ডিব্ৰুগড় এক্সপ্ৰেছ আৰু এইবাৰ মুম্বাইমুখী এক্সপ্ৰেছ৷ ঘনে ঘনে এই ৰে’ল দুৰ্ঘটনাই ইতিমধ্যেই কেন্দ্ৰৰ ভূমিকাক হৈ প্ৰশ্ন তুলিবলৈ বাধ্য কৰিছে৷ আজিৰ দুৰ্ঘটনাক লৈ কেন্দ্ৰক মুকলি সমালোচনা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ অকৰ্মণ্যতাৰ অভিযোগত সমালোচনাৰে সৰৱ হৈছে তেওঁ৷ তৃণমূল নেত্ৰীয়ে এক্স হেণ্ডেলত কেন্দ্ৰক কৰিছে কেইবাটাও প্ৰশ্ন৷

তৃণমূল নেত্ৰী মমতা বেনাৰ্জীৰ প্ৰশ্ন, ‘কৱছ সুৰক্ষা ব্যৱস্থাৰ বাস্তৱায়ন কেতিয়া হ’ব৷ পৃথক ৰে’ল বাজেট উঠাই লোৱাক লৈয়ো এতিয়া কেন্দ্ৰক প্ৰশ্ন কৰিছে বিৰোধীয়ে৷ সমাজবাদী পাৰ্টীৰ প্ৰধান অখিলেশ যাদৱে কয়, ‘ৰে’লমন্ত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ চৰকাৰে ডাঙৰ ডাঙৰ কথা কয়৷ তাৰপাছতো দুৰ্ঘটনা কেনেকৈ হৈ আছে? কিয় বাৰে বাৰে সাধাৰণ মানুহে প্ৰাণ আহুতি দি থাকিব লগা হৈছে?’

উল্লেখ্য যে বিগত মঙলবাৰে কেন্দ্ৰীয় বাজেট পেছ কৰাৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মুখ ৰে’লৰ উল্লেখ শুনা গৈছিল কেৱল এবাৰেই৷ প্ৰায় ডেৰ ঘণ্টীয়া দীৰ্ঘ বাজেট বক্তৃতাত ৰে’লৰ বাবে বিশেষ একো ঘোষণা নকৰিলে বিত্তমন্ত্ৰী নিৰ্মলাই৷ এই বিষয়টোক লৈ হেমন্ত চুৰেণৰ দলৰ এগৰাকী সাংসদে কয়, ‘বিত্তমন্ত্ৰীয়ে ৰে’লৰ বাবে কোনো কথাই বাজেটত ৰখা নাই৷ ৰে’লৰ বাবে পূৰ্বে পৃথক বাজেট হৈছিল৷ সেইসমূহ এতিয়া দূৰৈৰে কথা বাজেটত ৰে’লৰ শিতানেই নাই৷’ ৰে’ল বাজেট কিয় উঠাই লোৱা হ’ল সেই প্ৰশ্ন উত্থাপন কৰিছে তৃণমূলৰ সাংসদেও৷ অতীত দোহাই দি তৃণমূলৰ সাংসদে কয়, ‘১৯৬৫ চনৰ হোৱা ৰে’ল দুৰ্ঘটনাৰ সময়ত তৎকালীন ৰে’লমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে লগে লগেই মন্ত্ৰিত্ব ত্যাগ কৰিছিল৷ আৰু এতিয়াৰ ৰে’লমন্ত্ৰী!’

ইফালে আৰজেডিৰ সাংসদ মনোজ ঝায়েও ৰে’লত আৰম্ভ কৰা কৱছ চিষ্টেমক লৈ প্ৰশ্ন তুলিছে? ক’ত গ’ল কৱছ চিষ্টেম? তেওঁ লগতে কয়, ‘এতিয়া ৰে’ল দুৰ্ঘটনা নিত্য নৈমিত্ৰিক ঘটনাৰ দৰে হৈ পৰিছে৷ বিগত বৰ্ষৰ বাজেটত কৱছ ব্যৱস্থাকলৈ বৃহৎ বৃহৎ দাবী কৰা হৈছিল৷ কিন্তু এইবাৰৰ বাজেটত এবাৰলৈকো কবছৰ কথা উল্লেখ কৰা নহ’ল৷’ ইয়াৰোপৰি কংগ্ৰেছ সাংসদ মানিকৰাম ঠাকুৰে কয়, ‘অশ্বিনী বৈষ্ণৱ ৰে’লমন্ত্ৰী হিচাপে নহয় দুৰ্ঘটনা মন্ত্ৰী হিচাপে সদায়ে স্মৰণীয় হৈ থাকিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং

শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং

দেৱীপক্ষৰ সূচনাতেই গ্ৰহণৰ কলা ছায়া, মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

দেৱীপক্ষৰ সূচনাতেই গ্ৰহণৰ কলা ছায়া, মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.