• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লণ্ডনবাসী ব্যৱসায়ীৰ সৈতে প্ৰেমত মত্ত কৃতী! অন্তৰংগ ছবি ভাইৰেল কৃতীৰ, চাওক ফটো

লণ্ডনবাসী ব্যৱসায়ীৰ সৈতে প্ৰেমত মত্ত কৃতী! অন্তৰংগ ছবি ভাইৰেল কৃতীৰ, চাওক ফটো

2 years ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

29 minutes ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

45 minutes ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

1 hour ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

1 hour ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

2 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

3 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

4 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

5 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

6 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

6 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

লণ্ডনবাসী ব্যৱসায়ীৰ সৈতে প্ৰেমত মত্ত কৃতী! অন্তৰংগ ছবি ভাইৰেল কৃতীৰ, চাওক ফটো

লণ্ডনবাসী ব্যৱসায়ীৰ সৈতে প্ৰেমত মত্ত কৃতী! অন্তৰংগ ছবি ভাইৰেল কৃতীৰ, চাওক ফটো

editor by editor
July 31, 2024
in বিনোদন, বিশ্ব, ভাৰত
0
লণ্ডনবাসী ব্যৱসায়ীৰ সৈতে প্ৰেমত মত্ত কৃতী! অন্তৰংগ ছবি ভাইৰেল কৃতীৰ, চাওক ফটো
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমত পৰিছে কৃতি শ্বেনন! এই খবৰে এতিয়া চৰ্চা লাভ কৰিছে বলীউডত৷ কিন্তু কৃতীৰ প্ৰেমিক কোনোবা অভিনেতা নে ব্যৱসায়ী নে আন কোনোবা? কিছুদিন ধৰি অব্যাহত থকা এই চৰ্চাৰ মাজতেই বহুতে কৈছিল দক্ষিণী অভিনেতা প্ৰভাছৰ প্ৰেমত পৰিছে কৃতী৷ কিন্তু প্ৰভাৱে স্পষ্ট কৰি দিছে যে এয়া মিথ৷ দুয়ো কেৱল বন্ধুৱে৷ এইবাৰ আকৌ কৃতীৰ নাম সাঙোৰ খাইছে এগৰাকী লণ্ডনৰ ব্যৱসায়ীৰ সৈতে৷ ব্যৱসায়ী কবিৰ বাহিয়াৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছে কৃতীৰ৷ সম্প্ৰতি গ্ৰীচৰ এখন কেফেত অন্তৰংগ অৱস্থাত তেওঁলোকৰ ছবি ভাইৰেল হৈছে৷ বিষয়টোক লৈ আওঁপকীয়াকৈ মুখ খুলিছে কৃতীয়েও৷

https://www.instagram.com/p/C-C1EScv2oK/?utm_source=ig_web_copy_link

লণ্ডনৰ ব্যৱসায়ী কবীৰ বাহিয়াৰ প্ৰেমত মছগুল এতিয়া কৃতী৷ এইগৰাকী কবীৰৰ সৈতে দেখা কৰিবলৈকে মাজে মাজে লণ্ডনলৈ উৰা মাৰে কৃতী৷ কৃতীৰ ভনীয়েক নুপূৰ শ্বেননৰ পৰাই কৃতীয়ে চিনাকী হৈছিল কবীৰৰ সৈতে৷ তেওঁলোকৰ প্ৰথমে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠে তাৰপিছতেই প্ৰেম হৈছে দুয়োৰে মাজত৷ কেইবাদিনো ধৰি ভাইৰেল হৈছে কৃতী আৰু কবিৰৰ হাতে হাত ধৰা ফটো৷

সূত্ৰই দাবী কৰামতে কবীৰ বাহিয়া ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী আৰু হাৰ্দিক পাণ্ডিয়াৰ ভাল বন্ধু৷ সেয়ে সৰুৰেপৰাই ক্ৰিকেট খেলত পাৰদৰ্শী কবীৰ৷ এইবাৰ হোলীৰ সময়তো কবীৰৰ সৈতে নৃত্য কৰা দেখা গৈছে কৃতীক৷ বলীউডত ভৰি দিয়াৰ পাছতেই জেকি শ্ৰফৰ পুত্ৰ টাইগাৰৰ সৈতে নাম সাঙোৰ খাইছিল কৃতীৰ৷ এসময়ত সুশান্তৰ সৈতেও নাম সাঙোৰ খাইছিল কৃতীৰ৷ কিন্তু কৃতীৰ মতে তেওঁ এতিয়া চিংগল৷ কেৰিয়াৰেই তেওঁৰ বাবে গুৰুত্বপূৰ্ণ বিষয়৷ সেয়ে প্ৰেমত পৰাৰ বাবে তেওঁৰ হাতত সময় নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?
বিনোদন

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

July 16, 2026
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড
ভাৰত

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

July 16, 2026
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?
ভাৰত

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

July 16, 2026
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?
বিনোদন

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

July 16, 2026
Next Post
ৰাহুলৰ আছে এই ভয়ংকৰ গোপন নিচা, কংগনাই ভৰা সংসদত ৰাহুলৰ কি নিচাৰ কথা ক’লে?

ৰাহুলৰ আছে এই ভয়ংকৰ গোপন নিচা, কংগনাই ভৰা সংসদত ৰাহুলৰ কি নিচাৰ কথা ক’লে?

গোপন কথাবোৰ গোপনে নাথাকিব! মনৰ ভাষা পঢ়িব পৰাকৈ শক্তিশালী হৈ উঠিছেAI?

গোপন কথাবোৰ গোপনে নাথাকিব! মনৰ ভাষা পঢ়িব পৰাকৈ শক্তিশালী হৈ উঠিছেAI?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.