• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগষ্টত ভাস্কৰ যোগৰ সৈতে বুধাদিত্য যোগ, আশাতীত সাফল্য, সকলোৰে ওপৰত থাকিব এই ৫ৰাশি

আগষ্টত ভাস্কৰ যোগৰ সৈতে বুধাদিত্য যোগ, আশাতীত সাফল্য, সকলোৰে ওপৰত থাকিব এই ৫ৰাশি

2 years ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

21 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

1 hour ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

2 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

3 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

4 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

5 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

14 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

14 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

15 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

15 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

18 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগষ্টত ভাস্কৰ যোগৰ সৈতে বুধাদিত্য যোগ, আশাতীত সাফল্য, সকলোৰে ওপৰত থাকিব এই ৫ৰাশি

আগষ্টত ভাস্কৰ যোগৰ সৈতে বুধাদিত্য যোগ, আশাতীত সাফল্য, সকলোৰে ওপৰত থাকিব এই ৫ৰাশি

editor by editor
August 1, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আগষ্টত ভাস্কৰ যোগৰ সৈতে বুধাদিত্য যোগ, আশাতীত সাফল্য, সকলোৰে ওপৰত থাকিব এই ৫ৰাশি
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিভিন্ন গ্ৰহ নক্ষত্ৰৰ অৱস্থান পৰ্যালোচনা কৰি দেখা গৈছে যে আগষ্ট আগষ্ট মাহ কেইটামান ৰাশিৰ জাতকৰ বাবে অত্যন্ত কাৰ্যকৰী আৰু ফলপ্ৰসু হ’ব৷ আগষ্ট মাহজুৰি সিংহ ৰাশিত থাকিব বুধ৷ সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ সেয়ে সিংহ ৰাশিত গঠিত হ’ব ভাস্কৰ যোগ৷ আকৌ ইয়াৰোপৰি এই মাহৰ আৰম্ভণিতে মিথুন ৰাশিত অৱস্থান কৰিছে চন্দ্ৰই৷ এই দুই শুভ যোগৰ প্ৰভাৱত টেৰো কাৰ্ডৰ গণনা অনুসৰি পাঁচ ৰাশিৰ জাতকৰ আগষ্ট মাহটো প্ৰচুৰ সুখ সৌভাগ্যৰে ভৰপুৰ হ’ব৷ জানি থওক আগষ্ট মাহত সৌভাগ্যৰ বৰপুত্ৰ হ’ব কোন কোন ৰাশিৰ জাতক৷

মেষ ৰাশি

টেৰো কাৰ্ডৰ গণনা অনুসৰি আগষ্ট মাহত সাফল্য আৰু উন্নতি আহিব মেষ ৰাশিৰ জাতকৰ জীৱনলৈ৷ এই মাহত আপুনি একাধিকবাৰ আৰ্থিক সাফল্যৰ মুখ দেখিব৷ যিয়ে বেতনবৃদ্ধি আৰু পদোন্নতিৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ মনৰ আশা পূৰণ হ’ব৷ ইয়াৰোপৰি আগষ্ট মাহত কেৰিয়াৰত বিশেষ কোনো ব্যক্তিৰ সাহায্য আৰু পৰামৰ্শ পাব আপুনি৷ ইয়াৰ ফলত পেছাগত জীৱনত আপুনি উন্নতিৰ পথত আগুৱাই যাব৷

বৃষ ৰাশি

কোনো বিশেষ বন্ধু, সংগী বা শুভাকাংশীৰ পৰা সহায় পাব বৃষ ৰাশিৰ জাতকে৷ এই সম্পৰ্ক আপোনাৰ জীৱনত দীৰ্ঘস্থায়ী হ’ব৷ আগষ্ট মাহত আপোনাৰ মনত শান্তি থাকিব আৰু নিজৰ উজ্জ্বল ভৱিষ্যৎ আপুনি চাব পাৰিব৷ এই মাহত আপুনি কোনো প্ৰকল্পৰ কামত আগবাঢ়িলে সফল হ’ব৷ চাকৰি পৰিবৰ্তন কৰিব বিচাৰিলে এই সময় শুভ৷

মিথুন ৰাশি

আগষ্ট মাহত ৰোমাণ্টিক কোনো প্ৰস্তাৱ আপুনি পাব পাৰে৷ ৰোমাণ্টিক ডেটত গ’লে আপুনি সংগীৰ পৰা শুভ সময় উপহাৰ পাব৷ এই মাহত আৰ্থিক অৱস্থা পূৰ্বতকৈ ভাল হ’ব আপোনাৰ৷ কঠিন পৰিশ্ৰম কৰিলে তাৰ ফল আপুনি নিশ্চয় পাব৷ নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ বজায় ৰাখিব পাৰে তেন্তে ইয়াৰ ফলত আগষ্টত বেংক বেলেন্স বাঢ়িব মিথুন ৰাশিৰ জাতকৰ ওপৰত৷

সিংহ ৰাশি

আগষ্ট মাহত বেছ কিছু টকা সঞ্চয় কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ এই মাহত আৰ্থিকভাৱে আপুনি ভাল অৱস্থাত থাকিব৷ নিজৰ কেৰিয়াৰক আৰু আগুৱাই নিয়াৰ সুযোগ পাব সিংহ ৰাশিৰ জাতকে৷ কাৰ্যালয়ত সহকৰ্মীসকলৰ মাজত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ এই মাহত সাফল্য আহিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ ফলত নিজৰ সাফল্যৰ নিজেই বুজি পাব এই ৰাশিৰ জাতকে৷

তুলা ৰাশি

জুলাই মাহ তুলা ৰাশিৰ জাতকৰ বাবে বিশেষ৷ আগষ্ট মাহত সকলো সমস্যা দূৰ হ’ব৷ আৰ্থিকভাৱে আগষ্ট মাহত অত্যন্ত ভাল সময় কটাব তুলা ৰাশিৰ জাতকে৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ কাষৰ মানুহৰ সৈতে ভাল সময় কটাব৷ কাৰ্যালয়ত সংগীসকলৰ সৈতে সম্পৰ্ক ভালে থাকিব তুলাৰ জাতকৰ৷ এই মাহত অতিৰিক্ত কামৰ দায়িত্ব পাব পাৰে আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?
বিনোদন

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

June 18, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব
জীৱনশৈলী

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

June 18, 2026
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক
বিনোদন

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

June 18, 2026
Next Post
প্ৰথমে ভাইৰেল চিডি, এতিয়া কেলেংকাৰী, স্বামী গোবিন্দানন্দ সৰস্বতীৰ বিৰুদ্ধে অভিযোগৰ পাছতে স্তম্ভিত সন্ত সমাজ

প্ৰথমে ভাইৰেল চিডি, এতিয়া কেলেংকাৰী, স্বামী গোবিন্দানন্দ সৰস্বতীৰ বিৰুদ্ধে অভিযোগৰ পাছতে স্তম্ভিত সন্ত সমাজ

উত্তৰাখণ্ডৰ কেদাৰনাথত আকৌ ভূমিস্খলন! আৱদ্ধ ২০০ৰো অধিক যাত্ৰী

উত্তৰাখণ্ডৰ কেদাৰনাথত আকৌ ভূমিস্খলন! আৱদ্ধ ২০০ৰো অধিক যাত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.