• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰাখণ্ডৰ কেদাৰনাথত আকৌ ভূমিস্খলন! আৱদ্ধ ২০০ৰো অধিক যাত্ৰী

উত্তৰাখণ্ডৰ কেদাৰনাথত আকৌ ভূমিস্খলন! আৱদ্ধ ২০০ৰো অধিক যাত্ৰী

2 years ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

6 minutes ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

29 minutes ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

1 hour ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

2 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

2 hours ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

3 hours ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

3 hours ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

3 hours ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

4 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

4 hours ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

5 hours ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

উত্তৰাখণ্ডৰ কেদাৰনাথত আকৌ ভূমিস্খলন! আৱদ্ধ ২০০ৰো অধিক যাত্ৰী

উত্তৰাখণ্ডৰ কেদাৰনাথত আকৌ ডাৱৰ বিস্ফোৰণৰ লগতে ভূমিস্খলন! আৱদ্ধ ২০০ৰো অধিক যাত্ৰী

editor by editor
August 1, 2024
in Uncategorized, জীৱনশৈলী, বিবিধ, ভাৰত
0
উত্তৰাখণ্ডৰ কেদাৰনাথত আকৌ ভূমিস্খলন! আৱদ্ধ ২০০ৰো অধিক যাত্ৰী
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৰালাৰ ৱায়নাড, হিমাচল প্ৰদেশৰ পাছতেই এইবাৰ বিপৰ্যস্ত দেৱভূমি উত্তৰাখণ্ড৷ এটাৰ পাছত আনটো দুৰ্ঘটনা এতিয়া কেদাৰনাথ, চামোলি আৰু টিহৰীত৷ বিগত কেইবাদিনো ধৰি উত্তৰাখণ্ডৰ বিভিন্ন এলেকাত অত্যধিক বৰষুণ হৈছে৷ বুধবাৰে বৰষুণৰ পৰিমান আৰু বাঢ়ি যায়৷ তাৰমাজতেই হঠাৎ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে কেদাৰনাথত৷ হঠাৎ হোৱা ডাৱৰ বিস্ফোৰণত পানীৰ ঢল নামি আহে কেদাৰনাথত৷ আৱদ্ধ হৈ পৰে বহু যাত্ৰী৷ স্থানীয় প্ৰশাসনৰ সূত্ৰৰ খবৰ অনুসৰি বৰ্তমানলৈকে ৩জনৰ মৃত্যুৰ খবৰ নিশ্চিত হৈছে৷ এতিয়াও আৱদ্ধ হৈ আছে ২০০ ৰো অধিক তীৰ্থযাত্ৰী৷

কেৱল কেদাৰনাথতেই নহয়, হৰিদ্বাৰতো একেই ঘটনা৷ পানীৰ ঢলে উটোৱাই নিছে এটা পৰিয়াল৷ ইতিমধ্যেই ৬গৰাকী লোকক উদ্ধাৰ কৰিছে স্থানীয় প্ৰশাসনে৷ ইফালে উত্তৰাখণ্ডত চাৰধাম যাত্ৰাও অব্যাহত আছে৷ দুৰ্যোগৰ খবৰ পোৱা মাত্ৰকেই তীৰ্থযাত্ৰীসকলৰ নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ বাৰে বাৰে আহ্বান জনাইছে উত্তৰাখণ্ড প্ৰশাসনে৷ কেদাৰনাথৰ উদ্দেশ্যে ৰাওনা হোৱা যাত্ৰীসকলক যাত্ৰা নকৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে৷

বুধবাৰে সন্ধিয়া ভীমবলীত এই ঘটনা সংঘটিত হৈছে৷ ইয়াৰোপৰি বহু ৰাস্তাত হঠাৎ ভূমিস্খলন হোৱাৰ ফলত কেদাৰনাথৰ উদ্দেশ্যে যোৱা যাত্ৰী আৱদ্ধ হৈ পৰে৷ নিৰাপত্তাৰ বাবে কেদাৰনাথ যোৱা ৰাস্তা বৰ্তমান বন্ধ কৰি দিয়া হৈছে৷ হৰিদ্বাৰতো লেথাৰিকৈ হৈ থকা বৰষুণৰ ফলত প্লাৱিত হৈছে বহু অঞ্চল৷ চামোলি জিলাত এগৰাকী মহিলা আৰু শিশু নিখোজ হোৱা বুলি জনাইছে স্থানীয় প্ৰশাসনে৷ মন্দাকিনি নদীৰ জলস্তৰো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে৷ বিভিন্ন স্থান বুৰাই পেলাইছে গংগাৰ পানীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?
জীৱনশৈলী

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

May 20, 2026
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?
জীৱনশৈলী

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

May 20, 2026
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক
জীৱনশৈলী

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

May 20, 2026
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?
জীৱনশৈলী

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

May 20, 2026
Next Post
শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

অলিম্পিকত দেশলৈ আহিল আৰু এটা পদক, শ্বুটিঙত পদক জয় কৰি কি ক’লে স্বপ্নীল কুছালে?

অলিম্পিকত দেশলৈ আহিল আৰু এটা পদক, শ্বুটিঙত পদক জয় কৰি কি ক’লে স্বপ্নীল কুছালে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.