• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকত দেশলৈ আহিল আৰু এটা পদক, শ্বুটিঙত পদক জয় কৰি কি ক’লে স্বপ্নীল কুছালে?

অলিম্পিকত দেশলৈ আহিল আৰু এটা পদক, শ্বুটিঙত পদক জয় কৰি কি ক’লে স্বপ্নীল কুছালে?

2 years ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

26 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

47 minutes ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

1 hour ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

2 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

4 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

6 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

7 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

8 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

9 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অলিম্পিকত দেশলৈ আহিল আৰু এটা পদক, শ্বুটিঙত পদক জয় কৰি কি ক’লে স্বপ্নীল কুছালে?

অলিম্পিকত দেশলৈ আহিল আৰু এটা পদক, শ্বুটিঙত পদক জয় কৰি কি ক’লে স্বপ্নীল কুছালে?

editor by editor
August 1, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
অলিম্পিকত দেশলৈ আহিল আৰু এটা পদক, শ্বুটিঙত পদক জয় কৰি কি ক’লে স্বপ্নীল কুছালে?
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বুটিং ৰেঞ্জত স্বপ্নীল কুছালে ভাৰতৰ হৈ তৃতীয়টো পদক নিশ্চিত কৰিলে পেৰিছ অলিম্পিকত৷ সাধাৰণ পৰিয়ালৰ পৰা আহি বিশ্বৰ মঞ্চত উজলি উঠিছে স্বপ্নীল৷ ১৯৯৫ চনৰ ৬ আগষ্টত মহাৰাষ্ট্ৰৰ কোলাপুৰৰ এখন গাওণ কম্বলোৱাৰিত জন্ম স্বপ্নীলৰ৷ পিতৃ এগৰাকী শিক্ষক৷ মাতৃ গাওঁপ্ৰধান৷ সৰুৰে পৰাই টাৰ্গেট ভাল আছিল স্বপ্নীলৰ৷ সেয়ে পিতৃয়ে স্বপ্নীলক এখন শ্বুটিং স্কুলত এডমিছন দিয়াই৷ সৰুৰে পৰাই এখনৰ পাছত আনখন প্ৰতিযোগীতাত জয়ী হৈ আহিছে স্বপ্নীল৷ ২০১৫ চনত এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ৫০ মিটাৰ ৰাইফল প্ৰোনৰ ৩প্ৰতিযোগীতাত সোন জিকিছে স্বপ্নীলে৷ জাতীয় শ্বুটিং প্ৰতিযোগীতাত  দুবাৰৰ চেম্পিয়ন স্বপ্নীলক লৈ এইবাৰ দেশৰ প্ৰায়সংখ্যকেই আশা কৰিছিল অলিম্পিকত পদক আনিবই৷ সেই আশা তেওঁ পূৰণো কৰিলে৷

সৰুৰে পৰা ক্ৰিকেটাৰ ধোনীৰ ভক্ত স্বপ্নীল৷ এক সাক্ষাৎকাৰত ভাৰতীয় শ্বুটাৰগৰাকীয়ে কয়, ‘মই শ্বুটিং জগতৰ কাকোৱেই আদৰ্শ বুলি নলও৷ মোৰ সকলোসময়ৰে আদৰ্শ মহেন্দ্ৰ সিং ধোনী৷ মোৰ কাহানিও তেওঁৰ সৈতে দেখা হোৱা নাই৷ কিন্তু তেওঁক অনুসৰণ কৰি বহু কথা শিকিছো৷ তেওঁ যেনেকৈ শান্ত মগজুৰে থাকে মই শ্বুটিং ৰেঞ্জত নিজৰ মগজু শান্ত ৰাখো৷ তেতিয়া লক্ষ্যপূৰণ সহজ হয়৷ তেওঁৱো এদিন টিকট কালেক্টৰ আছিল ময়ো সেই চাকৰি কৰো৷’

২০১৫ চনৰ পৰা ৰে’লৰ টিকট কালেক্টৰৰ চাকৰি কৰি আছে স্বপ্নীলে৷ তাৰ মাজতেই নিজৰ শ্বুটিং অনুশীলনো চলাই গৈছে৷ এই প্ৰথম ৫০ মিটাৰ ৰাইফলত থ্ৰি পজিছনত ভাৰতৰ কোনো শ্বুটাৰে পদক অৰ্জন কৰিছে৷ ফাইনেলৰ আৰম্ভণিতে খুব এটা ভাল ফল দেখুওৱা নাছিল যদিও পাছলৈ তেওঁ আগবাঢ়ে৷ প্ৰথম ছিৰিজত ৫০.৮ স্কোৰ কৰে তেওঁ৷ তাৰ পাছৰ স্কোৰত আৰু অলপ অগ্ৰগতি কৰে৷ ৫০.৯ কৰে দ্বিতীয় ছিৰিজত৷ তৃতীয় ছিৰিজত তেওঁ আগুৱাই ৫১.৬ স্কোৰ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

July 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

July 17, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

July 17, 2026
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
Next Post
অন্যৰ সন্তানক বচাবলৈ গৈ হেৰাই গ’ল নিজৰেই কন্যা! বিপৰ্যস্ত ৱায়নাডৰ অইন এক অদেখা কাহিনীয়ে কঁপাব আপোনাক

অন্যৰ সন্তানক বচাবলৈ গৈ হেৰাই গ’ল নিজৰেই কন্যা! বিপৰ্যস্ত ৱায়নাডৰ অইন এক অদেখা কাহিনীয়ে কঁপাব আপোনাক

প্ৰেমৰ চহৰত মধুচন্দ্ৰিমা অনন্ত-ৰাধিকাৰ? ভাইৰেল ভিডিঅ’ দেখিলেনে?

প্ৰেমৰ চহৰত মধুচন্দ্ৰিমা অনন্ত-ৰাধিকাৰ? ভাইৰেল ভিডিঅ’ দেখিলেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.