• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ চহৰত মধুচন্দ্ৰিমা অনন্ত-ৰাধিকাৰ? ভাইৰেল ভিডিঅ’ দেখিলেনে?

প্ৰেমৰ চহৰত মধুচন্দ্ৰিমা অনন্ত-ৰাধিকাৰ? ভাইৰেল ভিডিঅ’ দেখিলেনে?

2 years ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

23 minutes ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

55 minutes ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

2 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

3 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

4 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

5 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

6 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

6 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

7 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

7 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমৰ চহৰত মধুচন্দ্ৰিমা অনন্ত-ৰাধিকাৰ? ভাইৰেল ভিডিঅ’ দেখিলেনে?

প্ৰেমৰ চহৰত মধুচন্দ্ৰিমা অনন্ত-ৰাধিকাৰ? ভাইৰেল ভিডিঅ’ দেখিলেনে?

editor by editor
August 1, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
প্ৰেমৰ চহৰত মধুচন্দ্ৰিমা অনন্ত-ৰাধিকাৰ? ভাইৰেল ভিডিঅ’ দেখিলেনে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহৰ এমাহ পাৰ হোৱা নাই৷ ন-বোৱাৰীক লৈ ভালপোৱাৰ চহৰত মুকেশ আম্বামীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী৷ পেৰিছ ‘দ্যা চিটি অৱ লাভ’ অৰ্থাৎ প্ৰেমৰ চহৰত পত্নী ৰাধিকা মাৰ্চেণ্টৰ হাতত হাত থৈ ভ্ৰমণত ব্যস্ত অনন্ত আম্বানী৷ সামাজিক মাধ্যমত ভাইৰেল হৈ অনন্ত-ৰাধিকাৰ বিশেষ ভিডিঅ’৷ ভিডিঅ’ত দেখা অনুসৰি ৰাধিকাই পৰিধান কৰিছে বগা ৰঙৰ মেক্সি ড্ৰেছ৷ তাৰ ওপৰত হালধীয়া, গোলপীয়া কাম কৰা আছে৷

https://www.instagram.com/reel/C-GDb3qyRUt/?utm_source=ig_web_copy_link

একেই ফ্লৰেল পোছাক পৰিধান কৰিছে অনন্তইয়ো৷ বহুতেই এই ভিডিঅ’ দেখিয়েই কৈছে দুয়োৱে হানিমুনৰ বাবে পেৰিচলৈকে গৈছে৷ অৱশ্যে এইকথা স্পষ্ট কৰা নাই আম্বানী পৰিয়ালৰ কোনো এজন সদস্যই৷

পেৰিছত অলিম্পিক অনুষ্ঠিত হৈ থকাৰ বাবে আম্বানী পৰিয়ালৰ আন এগৰাকী সদস্য অৰ্থাৎ নীতা আম্বানীও পেৰিছতেই আছে৷ পৰিয়ালৰ সৈতে অনন্ত পেৰিছত আছে বুলি একাংশই প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান
বিনোদন

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

June 24, 2026
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ
বিশ্ব

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

June 24, 2026
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!
ভাৰত

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

June 24, 2026
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই
অপৰাধ

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

June 24, 2026
Next Post
বতৰৰ কালৰূপক আওকাণ কৰি ৱায়নাডত ৰাহুল, প্ৰিয়ংকা, সৰ্বাধিক বিপৰ্যস্ত চুৰালমালাত উপস্থিত হৈ কি বাৰ্তা দিছে ৰাহুলে

বতৰৰ কালৰূপক আওকাণ কৰি ৱায়নাডত ৰাহুল, প্ৰিয়ংকা, সৰ্বাধিক বিপৰ্যস্ত চুৰালমালাত উপস্থিত হৈ কি বাৰ্তা দিছে ৰাহুলে

আগষ্টত ঘৰ সলনি কৰিব একাধিক গ্ৰহই, ৩ৰাশিৰ জাতক সাৱধানে থাকক

আগষ্টত ঘৰ সলনি কৰিব একাধিক গ্ৰহই, ৩ৰাশিৰ জাতক সাৱধানে থাকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.