• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওন শিৱৰাত্ৰীত লক্ষ্মী নাৰায়ণ যোগ, শুভ সময় আহিছে এই ৫ৰাশিৰ জাতকৰ জীৱনলৈ

শাওন শিৱৰাত্ৰীত লক্ষ্মী নাৰায়ণ যোগ, শুভ সময় আহিছে এই ৫ৰাশিৰ জাতকৰ জীৱনলৈ

2 years ago
পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

9 minutes ago
ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ শৈলীত আজিৰ দিনটো আপোনাৰ কেনে যাব?

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

11 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

11 hours ago

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

12 hours ago
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

12 hours ago
কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

12 hours ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

13 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

14 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

14 hours ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওন শিৱৰাত্ৰীত লক্ষ্মী নাৰায়ণ যোগ, শুভ সময় আহিছে এই ৫ৰাশিৰ জাতকৰ জীৱনলৈ

শাওন শিৱৰাত্ৰীত লক্ষ্মী নাৰায়ণ যোগ, শুভ সময় আহিছে এই ৫ৰাশিৰ জাতকৰ জীৱনলৈ

editor by editor
August 2, 2024
in জীৱনশৈলী, ভাৰত
0
শাওন শিৱৰাত্ৰীত লক্ষ্মী নাৰায়ণ যোগ, শুভ সময় আহিছে এই ৫ৰাশিৰ জাতকৰ জীৱনলৈ
0
SHARES
14.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২আগষ্ট ২০২৪ শুকুৰবাৰে চন্দ্ৰই বুধৰ ৰাশি মিথুন ত্যাগ কৰি চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ কৰিব৷ আজি শাওনৰ কৃষ্ণা চতুৰ্দশী তিথি৷ শুকুৰবাৰে জ্যোতিষ গণনা অনুসৰি আজি আছে লক্ষ্মী নাৰায়ণ যোগ আৰু হৰ্ষণ যোগৰ শুভ প্ৰভাৱ৷ ইয়াৰোপৰি থাকিব আৰ্দ্ৰা নক্ষত্ৰ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ৷  হিন্দুধৰ্মমতে শুকুৰবাৰ হৈছে লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কোনো কোনো ৰাশিৰ জাতকৰ জীৱনত আজি প্ৰচুৰ সাফল্য আহিব৷ জানি থওক কোন কোন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ?

মেষ ৰাশি

২আগষ্টত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ আজি আপোনাৰ সাহস আৰু ধৈৰ্য্য দুয়োটাই বাঢ়িব৷ শত্ৰু মেষ ৰাশিৰ জাতকৰ সন্মুখত পৰাজিত হ’ব৷ সামাজিক জনসেৱামূলক কামত যোগ দিব পাৰে৷ চাকৰিৰ চেষ্টা কৰি থকাসকলে শাওন শিৱৰাত্ৰীত মহাদেৱৰ আশীৰ্বাদত চাকৰি লাভ কৰিব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷

কৰ্কট ৰাশি

হৰ্ষণ যোগৰ শুভ প্ৰভাৱত সৌভাগ্যময় হৈ উঠিব কৰ্কট ৰাশিৰ জাতকৰ জীৱন৷ আপুনি নিজৰ সকলো কাম সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব৷ শত্ৰুৱে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব নোৱাৰে৷ কৰ্কট ৰাশিৰ জাতকৰ বুদ্ধিত সকলো পৰাস্ত হ’ব৷ নিজৰ বুদ্ধি আৰু দক্ষতাৰে কৰ্মক্ষেত্ৰৰ কঠিন পৰিস্থিতি আপুনি অতিক্ৰম কৰিব পাৰিব৷ আইনী জটিলতাৰ পৰা বাহিৰলৈ আহিব পাৰিব৷

কন্যা ৰাশি

বিশেষভাৱে সৌভাগ্যপূৰ্ণ হ’ব কন্যা ৰাশিৰ দিনটো৷ কোনো অতিৰিক্ত সূত্ৰৰ পৰা আপুনি হঠাৎ অৰ্থ লাভ কৰিব পাৰে৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভ হ’ব আপোনাৰ৷ যি বিষয়ত ইমান দিনে বাধাৰ সৃষ্টি হৈ আহিছিল সেই বাধা দূৰ হ’ব৷ কন্যা ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে লিখাপঢ়াত সাফল্য লাভ কৰিব ৷

বৃশ্চিক ৰাশি

আৰ্দ্ৰা নক্ষত্ৰৰ প্ৰভাৱত কোনো বৃহৎ সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰি আছে৷ নিজৰ জ্ঞান আৰু বুদ্ধিৰ জোৰত সকলো বাধা দূৰ হ’ব৷ কেৰিয়াৰত উন্নতিৰ যোগ আছে৷ অতিৰিক্ত অৰ্থ আয় কৰিব পাৰে আপুনি৷ মানসিক চাপ আৰু অৱসাদ আঁতৰি বেছ আনন্দিত থাকিব৷

কুম্ভ ৰাশি

লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত শুভ ফল লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে৷ সমাজত কোনো বিশেষ স্থান অৰ্জন কৰিব পাৰিব৷ কুম্ভ ৰাশিৰ জাতকে সকলো বিষয়তে পৰিয়ালক নিজৰ কাষত পাব৷ কুম্ভ ৰাশিৰ জাতকে আজি যি কামতেই  হাত দিয়ে সফলতা পাবই৷ কোনো স্থানত বিনিয়োগ কৰিলে ভাল লাভ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?
জীৱনশৈলী

বাবা ভাংগাৰ শৈলীত আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 3, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

July 2, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

July 2, 2026
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!
জীৱনশৈলী

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

July 2, 2026
Next Post
ৰাহুলে চিলাই কৰা জোতাৰ দাম উঠিল ১০লাখ ! বিক্ৰি কৰিবলৈ নাৰাজ কিয় মালিক মুচি?

ৰাহুলে চিলাই কৰা জোতাৰ দাম উঠিল ১০লাখ ! বিক্ৰি কৰিবলৈ নাৰাজ কিয় মালিক মুচি?

অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? ৪৬ছেকেণ্ডতেই কিয় নেখেলাৰ সিদ্ধান্ত ল’লে ইটালীৰ খেলুৱৈয়ে?

অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? ৪৬ছেকেণ্ডতেই কিয় নেখেলাৰ সিদ্ধান্ত ল’লে ইটালীৰ খেলুৱৈয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.