• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতৰ পতাত মঙ্গল ৰেখা আছে? বিলাসবহুল জীৱন, সৌভাগ্যক পকেটত লৈ ফুৰে আপুনি

হাতৰ পতাত মঙ্গল ৰেখা আছে? বিলাসবহুল জীৱন, সৌভাগ্যক পকেটত লৈ ফুৰে আপুনি

2 years ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

4 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

4 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

5 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

6 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

6 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

7 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

7 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

7 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

9 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

9 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

10 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাতৰ পতাত মঙ্গল ৰেখা আছে? বিলাসবহুল জীৱন, সৌভাগ্যক পকেটত লৈ ফুৰে আপুনি

হাতৰ পতাত মঙ্গল ৰেখা আছে? বিলাসবহুল জীৱন, সৌভাগ্যক পকেটত লৈ ফুৰে আপুনি

editor by editor
August 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
হাতৰ পতাত মঙ্গল ৰেখা আছে? বিলাসবহুল জীৱন, সৌভাগ্যক পকেটত লৈ ফুৰে আপুনি
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই পৃথিৱীত ৰজাৰ দৰে জীৱন কটাবলৈ আমি সকলোৱে বিচাৰো৷ কিন্তু ৰাজসুখ সকলোৰে ভাগ্যত নাথাকে৷ কিছু কিছু মানুহ থাকে যিয়ে নিজৰ ভাগ্যৰ জোৰতেই সুখ সৌভাগ্য পূৰ্ণ জীৱন কটাব পাৰে৷ হস্তৰেখাশাস্ত্ৰ অনুসৰি আমাৰ ভাগ্য আমাৰ হাতৰ ৰেখাৰ ওপৰতেই নিৰ্ভৰ কৰে৷ হাতত যদি শুভ ৰেখা আৰু চিহ্ন থাকে তেন্তে জীৱনত সুখ সৌভাগ্য লাভ কৰিব পাৰিব সেয়া নিশ্চিত৷ আমাৰ হাতৰ ৰেখাত থকা অশুভ ৰেখাই আমাৰ জীৱনলৈ নানান সমস্যা আহে৷ হাতত থকা মঙ্গল ৰেখাৰ মাহাত্ম্য জানেনে৷

মঙ্গল ৰেখাৰ মাহাত্ম্য

হস্তৰেখাশাস্ত্ৰই কয় যে হাতৰ পতাত থকা কোনো কোনো ৰেখাত আমাৰ ভাগ্যৰ ৰাজযোগ লিখা থাকে৷ এনে ৰেখা হাতত থাকিলে জাতক প্ৰচুৰ সৌভাগ্যশালী হয়৷ এনে এটি শুভ ৰেখা হৈছে মঙ্গল ৰেখা৷ এই ৰেখা যাৰ হাতত থাকিলে তেওঁৰ ৰাজভাগ্য কোনেও কাঢ়িব নোৱাৰে৷

হাতৰ ক’ত থাকে মঙ্গল ৰেখা?

হাতৰ পতাত থকা জীৱন ৰেখাৰ আৰম্ভণিৰ দিশতেই থাকে মঙ্গল ৰেখা৷ এই ৰেখাৰ আৰম্ভণি শুক্ৰৰ পৰ্বতৰ দিশত প্ৰসাৰিত হয়৷ হাতত পতাত একাধিক মঙ্গল ৰেখা থাকিব পাৰে৷ হাতত পতাত থকা মঙ্গল ৰেখাসমূহ গভীৰ আৰু গাঢ় হ’লে জাতকসকল অত্যন্ত শক্তিশালী মানুহ হয়৷ জীৱন ৰেখাৰ সৈতে যুক্ত থাকে মঙ্গল ৰেখা৷ সেয়ে মঙ্গল ৰেখাৰ শুভ প্ৰভাৱ সমগ্ৰ জীৱন ধৰি লাভ কৰা যায়৷

মঙ্গল ৰেখাৰ শুভ চিহ্ন

হস্তৰেখাশাস্ত্ৰত মঙ্গল ৰেখাৰ ওপৰত থকা বিভিন্ন শুভ চিহ্নৰ কথা কোৱা হয়৷ মঙ্গল ৰেখাৰ ওপৰত যদি মাছৰ দৰে চিহ্ন থাকে তেন্তে সেয়া অত্যন্ত শুভ বুলি বিবেচিত৷ মঙ্গল ৰেখাৰ ওপৰত মৎস্যৰ চিহ্ন থাকিলে জাতকৰ জীৱনত যি কামনা কৰে সকলো লাভ কৰে৷ এই মানুহৰ শত্ৰুৱে তেওঁলোকৰ একো বিঘিনি ঘটাব নোৱাৰে৷ বিৰোধীয়ে হাজাৰ চেষ্টা কৰিলেও এওঁলোকক হৰুওৱাব নোৱাৰে৷

মঙ্গল ৰেখাৰ উপকাৰিতা

যাৰ হাতত শক্তিশালী মঙ্গল ৰেখা থাকে তেওঁলোকে সৌভাগ্য লাভ কৰে৷

এই জাতকে তেওঁলোকৰ পেছাগত জীৱনত প্ৰচুৰ উন্নতি কৰে৷ বিশেষকৈ চৰকাৰী চাকৰিত এওঁলোকে ডাঙৰ সাফল্য অৰ্জন কৰে৷ ব্যৱসায় কৰিলেও নিশাৰ ভিতৰতে এওঁলোকৰ উপাৰ্জন বাঢ়ে৷

প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰতো এওঁলোক সৌভাগ্যবান৷ যাৰ হাতত মঙ্গল ৰেখা থাকে তেওঁলোকে সাধাৰণতে প্ৰেম বিবাহ কৰে৷

এই জাতকৰ জীৱনত কেতিয়াও মাটি, সম্পত্তি আৰু বিলাসিতাৰ অভাৱ নহয়৷ এওঁলোকে নতুন ব্যৱসায় আৰম্ভ কৰিলেও খুব কম সময়তে সাফল্য লাভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে
বাণিজ্য

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

October 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

October 18, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি
বিনোদন

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

October 18, 2026
Next Post
শাওনত দান কৰক এই পাঁচ সামগ্ৰী, খুলিব উন্নতিৰ দ্বাৰ, হ’ব ধনবৃদ্ধিও

শাওনত দান কৰক এই পাঁচ সামগ্ৰী, খুলিব উন্নতিৰ দ্বাৰ, হ’ব ধনবৃদ্ধিও

অৰ্জুন বঁটা প্ৰাপক হিচাপে অলপ সন্মানো মোক নিদিলে…’ ভাৰতীয় এয়াৰ পিস্তল কোচলৈ উচ্ছেদৰ নটিছ, অলিম্পিক আধাতে এৰি দেশলৈ উভটিল মনুৰ প্ৰশিক্ষক সমৰেশ জংগ

অৰ্জুন বঁটা প্ৰাপক হিচাপে অলপ সন্মানো মোক নিদিলে...’ ভাৰতীয় এয়াৰ পিস্তল কোচলৈ উচ্ছেদৰ নটিছ, অলিম্পিক আধাতে এৰি দেশলৈ উভটিল মনুৰ প্ৰশিক্ষক সমৰেশ জংগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.