• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তুমিয়েই দেশলৈ সোণ আনা, চিষ্টেম তোমাৰ ওচৰত হাৰি যাব…’ মল্লযুঁজাৰু বিনেশক শুভেচ্ছা দিবলৈ গৈ কি ক’লে বজৰং পুনিয়াই?

2 years ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

10 minutes ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

54 minutes ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 hour ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

2 hours ago
ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

17 hours ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

18 hours ago
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

19 hours ago
লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘তুমিয়েই দেশলৈ সোণ আনা, চিষ্টেম তোমাৰ ওচৰত হাৰি যাব…’ মল্লযুঁজাৰু বিনেশক শুভেচ্ছা দিবলৈ গৈ কি ক’লে বজৰং পুনিয়াই?

‘তুমিয়েই দেশলৈ সোণ আনা, চিষ্টেম তোমাৰ ওচৰত হাৰি যাব...’ মল্লযুঁজাৰু বিনেশক শুভেচ্ছা দিবলৈ গৈ কি ক’লে বজৰং পুনিয়াই?

editor by editor
August 6, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
‘তুমিয়েই দেশলৈ সোণ আনা, চিষ্টেম তোমাৰ ওচৰত হাৰি যাব…’ মল্লযুঁজাৰু বিনেশক শুভেচ্ছা দিবলৈ গৈ কি ক’লে বজৰং পুনিয়াই?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেৰিছ অলিম্পিকৰ আৰম্ভণিতেই চমক দিছে বিনেশ ফোগাটে৷ মল্লযুঁজত ৫০ কিঃগ্ৰাঃ শাখাত খেলত নামি তেওঁ শেষ ১৬ত প্ৰথমে জয়ী হৈ কোৱাৰ্টাৰফাইনেলতো জয়লাভ কৰিছে৷ তাৰপিছতেই তেওঁ নামিব ছেমিফাইনেলত৷ বিনেশ ফোগাটৰ এই পেৰিছ যাত্ৰা সহজ নহয়৷ তেওঁ ফৰ্ম হেৰুৱাই নেপেলাবলৈ এফালে যেনেকৈ প্ৰেকটিছ কৰিছিল, আনফালে তেওঁ যুঁজি আছিল ফেডাৰেশ্ব্যনৰ বিৰুদ্ধেও৷ ৰাস্তাত বহি বিক্ষোভ কৰাৰ বাবে আৰক্ষীয়ে তেওঁক হাতত ধৰি চুচুৰাইয়ো নিছিল৷

বৃজভূষণ চৰণ সিঙৰ অপসাৰণৰ দাবীত বজৰং পুনীয়া, সাক্ষী মালিক, বিনেশ ফোগাটসহ একাধিক মল্লযুঁজাৰুৰে ৰাস্তাত বহি প্ৰতিবাদ কৰিছিল৷ তেওঁলোকৰ এই প্ৰতিবাদক শেষ কৰিবলৈকে প্ৰশাসনে বল প্ৰয়োগো কৰিছিল৷ তেওঁলোকক ৰাস্তাৰ পৰা উঠাবলৈ কি পন্থা লোৱা নাছিল প্ৰশাসনে৷ সেই প্ৰতিবাদৰ পৰা উঠি আকৌ এবাৰ বিশ্বজয়ৰ দিশেৰে বিনেশ ফোগেট৷

এই পৰিস্থিতিত সেই পুৰণি কথা টানি আনি তেওঁক শুভেচ্ছা জনাইছে বজৰং পুনীয়াই৷ এক্স হেণ্ডেলত এটা পোষ্ট কৰিছে বজৰং পুনীয়াই৷ তাত তেওঁ লিখিছে, ‘বিনেশ ফোগাট ভাৰতৰ সেইগৰাকী সিংহী যিয়ে আজি লেথাৰিকৈ দুখন মেচত জয়ী হৈছে৷ ৪বাৰৰ বিশ্ব চেম্পিয়ন আৰু অলিম্পিক্স চেম্পিয়নক তেওঁ হৰুৱাইছে৷ ইয়াৰ পাছতেই কোৱাৰ্টাৰ ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়নক তেওঁ হৰুৱাইছে৷ মই এটা কথা ক’ব খোজো, যি কন্যাই নিজৰ দেশৰ ৰাস্তাত চুচৰিব লগা হৈছে সেই কন্যাই বিশ্ব চেম্পিয়ন হ’লে কিন্তু দেশৰ চিষ্টেম তেওঁৰ ওচৰত হাৰি যাব৷’

অৰ্থাৎ বিনেশে দুৰ্দান্ত পাৰফৰমেন্স দেখুৱাই বৃজভূষণ শৰণ সিঙক হৰুওৱাৰ বাবে যি যুঁজ কৰিছিল সেয়া ব্যৰ্থ হৈছে বুলি জনাইছে বজৰং পুনীয়াই৷ ভাৰতৰ জাতীয় মল্লযুঁজ ফেডাৰেছনৰ বৰ্তমানৰ প্ৰেছিডেণ্ট হৈছে সঞ্জয় সিং৷ তেওঁ বৃজভূষণৰ ঘনিষ্ঠ বুলি পৰিচিত৷

বজৰং পুনিয়াই লগতে আৰু এটি পোষ্ট লিখিছে, ‘মই বুজিব পৰা নাই বিনেশৰ জয়ত তেওঁলোকে কেনে প্ৰতিক্ৰিয়া জনাব৷ এই প্রথম মই  বুজিব নোৱাৰিছো মই সুখী হৈছো নে দুখী হৈছো৷ মনত ধাৰণা আহিছে বিনেশ অকলেই নহয়, সমগ্ৰ দেশৰ মহিলাই যুঁজ কৰিছে৷ বিনেশ, তুলি সঁচায়ে ৰেকৰ্ড গঢ়াৰ বাবে জন্ম লৈছা৷ মোৰ প্ৰাৰ্থনা, এই সোন যেন ভাৰতলৈ আহে৷ তুমিয়েই দেশক প্ৰথমটো সোণ আনি দিয়া৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?
ক্ৰীড়া

June 4, 2026
মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে
জীৱনশৈলী

মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

June 4, 2026
ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!
বিজ্ঞান

June 3, 2026
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী
জীৱনশৈলী

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

June 3, 2026
Next Post
গৃহযুদ্ধত হেৰাইছিল পিতৃ-মাতৃ! ১০ বছৰ অনাথ আশ্ৰমত থাকি অলিম্পিকৰ মঞ্চত উজলিছে ‘ৰিফিউজি’ লোবালু

মহিলাৰ চুলিত অজস্ৰ ওকনি! ওকনিৰ বাবেই এখন ফ্লাইটৰ জৰুৰী অৱতৰণ, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন