• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?

1 year ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

2 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

3 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

4 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

5 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

6 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

22 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

23 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

1 day ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?

মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?

editor by editor
August 7, 2024
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?
0
SHARES
5.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজে মাজে আপোনাৰ বুকুত বিষ অনুভৱ হৈ থাকে নেকি? বহুতেই আমি তেনে বিষক উপেক্ষা কৰিয়েই চলি থাকো৷ বহুতৰে মতে আকৌ এই বিষ গেছৰ বাবেই হয়৷ হঠাৎ যদি মাজনিশা এই বিষ অনুভৱ কৰে তেন্তে লগে লগেই আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী৷ কাৰণ এয়া হাৰ্ট এটেকৰো এক লক্ষণ৷

আপোনাৰ বুকুৰ বিষৰ ধৰণ কেনেকুৱা তাৰ প্ৰাথমিক ধাৰণা থকাটোও খুবেই প্ৰয়োজন৷ কেনেধৰণৰ বিষয় দুশ্চিন্তাৰ কাৰণ নাই সেই কথাও জানি থোৱাটো খুবেই প্ৰয়োজন৷ কোনটো বিষ হৃদৰোগজনিত কাৰণত হয় জানি থওক সবিশেষ৷ হৃদৰোগৰ ফলত বুকুৰ ঠিক মাজঅংশত বিষ হয়৷ আৰু বহুতৰে বুকুৰ বাওঁ দিশত কামোৰি ধৰা ধৰণৰ বিষ হ’ব পাৰে৷

এসময়ত হঠাৎ মাৰাত্মক বিষ আৰম্ভ হৈ শ্বাস প্ৰশ্বাসত বাধা পোৱা যেন ভাৱ আহে৷ বুকুত ভীষণ চাপ অনুভূত হ’লে দেৰী নকৰি চিকিৎসকৰ পৰামৰ্শ লওক৷

বহুতৰে আকৌ বুকুৰ বাওঁফালে অলপ অলপকৈ বিষ উঠি ধীৰে ধীৰে বিষটো কমিও যায়৷ গৰম নাথাকিলেও ঘাম ওলায়৷ বমি বমি ভাৱ আহে অথচ বমি নহয়? বহু সময়ত মূৰ ঘূৰোৱা যেনো লাগে৷

পিঠিত হঠাৎ তীব্ৰ যন্ত্ৰণা হ’ব পাৰে৷ পাকস্থলিৰ ঠিক ওপৰৰ ফালে বিষ আৰম্ভ হ’ব পাৰে৷ অধিকাংশ সময়ত এইয়া গেছ বুলি আমি ভুল কৰি ৰৈ থাকো৷

মহিলাসকলৰ বিশেষকৈ ডায়বেটিছ ৰোগী হ’লে অক্সিজেনৰ অভাৱ অনুভৱ হ’ব পাৰে৷ মূৰ ঘূৰোৱা, বুকুত ধৰফৰণি অনুভৱ হোৱা আদিও হাৰ্টৰ ৰোগৰেই লক্ষণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

January 30, 2026
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

January 30, 2026
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
Next Post
ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

আজি হিৰোছিমা দিৱস, পাৰমাণৱিক বো/মা উপহাৰ দিলে, অথচ সেই অপেনহাইমাৰকেই কিয় দেশদ্ৰোহী আখ্যা দিলে আমেৰিকাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন