• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম জন্মভূমিয়েই সুৰক্ষিত নহয়, ৰামপথ-ভক্তিপথৰ পৰা হেৰাল প্ৰায় ৫০ লাখতকৈ অধিক মূল্যৰ লাইট, প্ৰজেক্টৰ

ৰাম জন্মভূমিয়েই সুৰক্ষিত নহয়, ৰামপথ-ভক্তিপথৰ পৰা হেৰাল প্ৰায় ৫০ লাখতকৈ অধিক মূল্যৰ লাইট, প্ৰজেক্টৰ

2 years ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

41 minutes ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

1 hour ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

3 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

4 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

5 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

18 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

18 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

18 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

19 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

20 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

20 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাম জন্মভূমিয়েই সুৰক্ষিত নহয়, ৰামপথ-ভক্তিপথৰ পৰা হেৰাল প্ৰায় ৫০ লাখতকৈ অধিক মূল্যৰ লাইট, প্ৰজেক্টৰ

ৰাম জন্মভূমিয়েই সুৰক্ষিত নহয়, ৰামপথ-ভক্তিপথৰ পৰা হেৰাল প্ৰায় ৫০ লাখতকৈ অধিক মূল্যৰ লাইট, প্ৰজেক্টৰ

editor by editor
August 14, 2024
in জীৱনশৈলী, ভাৰত
0
ৰাম জন্মভূমিয়েই সুৰক্ষিত নহয়, ৰামপথ-ভক্তিপথৰ পৰা হেৰাল প্ৰায় ৫০ লাখতকৈ অধিক মূল্যৰ লাইট, প্ৰজেক্টৰ
0
SHARES
57
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম এতিয়াও শেষ হোৱা নাই৷ কাম শেষ নৌহওঁতেই আৰম্ভ হৈছে চুৰি৷ ৰামপথ, যি পথেৰে অযোধ্যাৰ ৰাম মন্দিৰ যাব পাৰি সেই ৰাস্তাৰ পৰাই উধাও হৈছে বাঁহেৰে কাৰুকাৰ্য কৰা লাইট৷ এটা দুটা নহয় প্ৰায় ৪০০০ লাইট চুৰি হৈছে৷ ইয়াৰোপৰি ভক্তি পথৰ পৰা চুৰি হৈছে গোবো প্ৰজেক্টৰো, যাৰ মাধ্যমেৰে পোহৰৰ খেলা দেখোওৱা হৈছিল৷ ৫০ লাখ টকাতকৈ অধিক মুল্যৰ লাইট চুৰিৰ অভিযোগত দাখিল হৈছে গোচৰ৷

ভাইৰেল খবৰ অনুসৰি অযোধ্যাৰ ৰামপথ আৰু ভক্তিপথৰ পৰা চুৰি হৈছে লাইট আৰু প্ৰজেক্টৰসমূহ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰামতে, ৩৮০০ টা বাঁহেৰে কাম কৰা লাইট আৰু ৩৬টা প্ৰজেক্টৰ এতিয়ালৈকে চুৰি হৈছে৷ যাৰ বজাৰমূল্য প্ৰায় ৫০ লাখ টকাতকৈয়ো বেছি৷

অযোধ্যা ডেভেলপমেণ্ট অথৰিটিৰ তৰফৰ পৰা এই লাইট আৰু প্ৰজেক্টৰ বহুওৱাৰ কাম কৰিছিল যশ এণ্টাৰপ্ৰাইজ আৰু কৃষ্ণা অটোমোবাইলে৷ দুই সংস্থাই ৰামপথত মুঠ ৬৪০০টা বাঁহেৰে কাৰুকাৰ্য কৰা লাইট আৰু ভক্তিপথত ৯৬টা প্ৰজেক্টৰ লগাইছিল৷ কিন্তু ইয়াৰে আধাসংখ্যক এতিয়া নাই৷ বিগত ৯আগষ্টত এই ঘটনাক লৈ এফ আই আৰ দাখিল হৈছে অযোধ্যাৰ বিশেষ পুলিছ ষ্টেচনত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

July 5, 2026
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম
জীৱনশৈলী

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

July 5, 2026
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
Next Post
‘ইয়াত সংখ্যালঘু, সংখ্যালঘু কৰি নাথাকিব…’ বাংলাদেশী হিন্দুক উদ্দেশ্যি স্পষ্ট বাৰ্তা ইউনুছৰ

‘ইয়াত সংখ্যালঘু, সংখ্যালঘু কৰি নাথাকিব...’ বাংলাদেশী হিন্দুক উদ্দেশ্যি স্পষ্ট বাৰ্তা ইউনুছৰ

কংগ্ৰেছে খাওঁতে, শুওঁতে ৰিণিকিকেই কিয় দেখি থাকে? মই সম্পত্তি ৰাইজক দি দিম, বেলেগ বিধায়ক মন্ত্ৰীয়ে দিম বুলি কোৱাৰ সাহস আছেনেঃ মুখ্যমন্ত্ৰী

কংগ্ৰেছে খাওঁতে, শুওঁতে ৰিণিকিকেই কিয় দেখি থাকে? মই সম্পত্তি ৰাইজক দি দিম, বেলেগ বিধায়ক মন্ত্ৰীয়ে দিম বুলি কোৱাৰ সাহস আছেনেঃ মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.