• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছে খাওঁতে, শুওঁতে ৰিণিকিকেই কিয় দেখি থাকে? মই সম্পত্তি ৰাইজক দি দিম, বেলেগ বিধায়ক মন্ত্ৰীয়ে দিম বুলি কোৱাৰ সাহস আছেনেঃ মুখ্যমন্ত্ৰী

কংগ্ৰেছে খাওঁতে, শুওঁতে ৰিণিকিকেই কিয় দেখি থাকে? মই সম্পত্তি ৰাইজক দি দিম, বেলেগ বিধায়ক মন্ত্ৰীয়ে দিম বুলি কোৱাৰ সাহস আছেনেঃ মুখ্যমন্ত্ৰী

2 years ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

20 minutes ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

38 minutes ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

2 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

2 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

4 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

5 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

5 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

18 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

18 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

19 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

19 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কংগ্ৰেছে খাওঁতে, শুওঁতে ৰিণিকিকেই কিয় দেখি থাকে? মই সম্পত্তি ৰাইজক দি দিম, বেলেগ বিধায়ক মন্ত্ৰীয়ে দিম বুলি কোৱাৰ সাহস আছেনেঃ মুখ্যমন্ত্ৰী

কংগ্ৰেছে খাওঁতে, শুওঁতে ৰিণিকিকেই কিয় দেখি থাকে? মই সম্পত্তি ৰাইজক দি দিম, বেলেগ বিধায়ক মন্ত্ৰীয়ে দিম বুলি কোৱাৰ সাহস আছেনেঃ মুখ্যমন্ত্ৰী

editor by editor
August 14, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী, ৰাজনীতি
0
কংগ্ৰেছে খাওঁতে, শুওঁতে ৰিণিকিকেই কিয় দেখি থাকে? মই সম্পত্তি ৰাইজক দি দিম, বেলেগ বিধায়ক মন্ত্ৰীয়ে দিম বুলি কোৱাৰ সাহস আছেনেঃ মুখ্যমন্ত্ৰী
0
SHARES
171
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ্যমন্ত্ৰীয়ে লাইভযোগে কংগ্ৰেছ দলৰ বিধায়কক দিলে কেইবাটাও চেলেঞ্জ৷

মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৰিছে কেইটামান প্ৰশ্ন৷

আজিকালি মই বেলেগ কথা ক’লেও ৰিণিকিকেই টানি আনে৷

কংগ্ৰেছ দলে ভাত খাওতে, শুওঁতে সকলোতে ৰিণিকিক দেখে৷

কংগ্ৰেছে এতিয়া ৰিণিকিৰ নামতেই তপ কৰিবলৈ আৰম্ভ কৰিছে৷

মই কালি হাঁহি হাঁহি এটা কথা কৈছিলো, ৰিণিকিয়ে সকলো সম্পত্তি অসমৰ ৰাইজক দিব৷

এজন বিধায়কে কৈছে যে ৰিণিকিয়ে ৰাইজৰ নামত কৰা সম্পত্তিৰ উইলখন দেখুৱাব লাগে৷

কিন্তু মৃত্যুৰ পূৰ্বে উইল দেখুওৱাৰ নিয়ম নাই বুলি তেওঁ নাজানে৷

মই হজৰতৰ মহম্মদৰ এটা কথাক অনুসৰণ কৰো৷

বেলেগক মিঠাই খাবলৈ বাধা দিয়াৰ আগত নিজে মিঠাই খোৱা বাদ দিব লাগে৷

মই অসমৰ ৰাইজক সম্পত্তি দিম কোৱাৰ লগে লগে অখিল গগৈয়ে এতিয়াই দিব লাগে কৈছে৷

মই বাৰু দি দিম কিন্তু অখিল গগৈয়ে অসমৰ ৰাইজৰ নামত কি দিছে?

অখিলে লিখি দিয়ক অৰ্কিড পাৰ্কখন ৰাইজৰ বুলি, সেই সাহস আছেনে?

ৰাজনীতি কৰা সকলো মানুহে নিজে নিজে দান বৰঙণি দিলে সমাজ আগুৱাই যাবই৷

আমি জন্ম হওঁতেই কাপোন নিপিন্ধাকৈ আহিছো, কাপোৰ নিপিন্ধাকৈয়ে যাম৷

সকলো সম্পদ আমি এৰি থৈ যাব লাগিব৷

মই মোৰ কাম কৰি থাকিম, কৰি আছো, পৰিয়ালকো সামাজিক হোৱাৰ সংস্কাৰ দিছো৷

নিউজৰ লাইভৰ মালিকক সোধা হয়, সম্পত্তি কাক দি যাব?

বেলেগক কিয় প্ৰশ্ন কৰা নহয়, ৰিণিকিক কৰাৰ দৰে সকলোকে সেই প্ৰশ্ন কৰক৷

এই অসমত হিমন্ত বিশ্বৰ বাবে বেলেগ আইন, আৰু অইনসকলৰ বাবে বেলেগ আইন কিয়?

মোক নীতিশিক্ষা দিয়াসকলে নিজেও নীতিশিক্ষা লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

August 18, 2026
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!
বিশ্ব

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

August 18, 2026
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!
ভাৰত

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

August 18, 2026
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
Next Post
বিজেপিত যোগ দিব বিনেশ ফোগাটে? বিনেশক নিৰ্বাচনত প্ৰাৰ্থী হিচাপে বিচাৰিছে গেৰুৱা শিবিৰে

বিজেপিত যোগ দিব বিনেশ ফোগাটে? বিনেশক নিৰ্বাচনত প্ৰাৰ্থী হিচাপে বিচাৰিছে গেৰুৱা শিবিৰে

ৰাখী বন্ধনৰ বিশেষ উপহাৰ, মাত্ৰ ৪৫০ টকাতেই ৰাজ্যৰ মহিলাক দিয়া হ’ব ভৰ্তি LPG চিলিণ্ডাৰ

ৰাখী বন্ধনৰ বিশেষ উপহাৰ, মাত্ৰ ৪৫০ টকাতেই ৰাজ্যৰ মহিলাক দিয়া হ’ব ভৰ্তি LPG চিলিণ্ডাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.