• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনোদিনে আৰু দেখা নাযাব জাৰ্চি নম্বৰ ১৬, ভাৰতীয় হকী দলৰ বিশেষ সিদ্ধান্ত

কোনোদিনে আৰু দেখা নাযাব জাৰ্চি নম্বৰ ১৬, ভাৰতীয় হকী দলৰ বিশেষ সিদ্ধান্ত

2 years ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

48 minutes ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

1 hour ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

2 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

2 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

3 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

3 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

4 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

7 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

8 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

9 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কোনোদিনে আৰু দেখা নাযাব জাৰ্চি নম্বৰ ১৬, ভাৰতীয় হকী দলৰ বিশেষ সিদ্ধান্ত

editor by editor
August 14, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কোনোদিনে আৰু দেখা নাযাব জাৰ্চি নম্বৰ ১৬, ভাৰতীয় হকী দলৰ বিশেষ সিদ্ধান্ত
0
SHARES
97
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনোদিনে আৰু দেখা নাযাব জাৰ্চি নম্বৰ ১৬, ভাৰতীয় হকী দলৰ বিশেষ সিদ্ধান্ত

অলিম্পিকত দুবাৰকৈ ভাৰতীয় হকী দলক ব্ৰঞ্জলৰ পদকৰ সোৱাদ দিয়া কিংবদন্তী গলৰক্ষত শ্ৰীজেশৰ অৱসৰ। অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বেই অৱসৰৰ কথা ঘোষণা কৰিছিল ভাৰতীয় হকী দলৰ খেলুৱৈ গৰাকীয়ে। অৱসৰৰ পাছতে এতিয়া হকী ইণ্ডিয়াই লৈছে বিশেষ সিদ্ধান্ত।

বুধবাৰে হকী ইণ্ডিয়াই কিংবদন্তি গ’লৰক্ষক পি আৰ শ্ৰীজেশৰ ১৬ নম্বৰ জাৰ্চি অৱসৰ লোৱাৰ সিদ্ধান্ত লয়। শেহতীয়াকৈ সমাপ্ত হোৱা পেৰিছ গেমছত দেশখনক একেৰাহে দ্বিতীয়বাৰৰ বাবে অলিম্পিক পদক লাভ কৰাত সহায়ক হোৱাত তাৰকা খেলুৱৈগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পিছত তেওঁ অৱসৰৰ কথা ঘোষণা কৰে।

হকী খেলত দিয়া অৱদানৰ বাবে হকী ইণ্ডিয়াৰ সাধাৰণ সম্পাদক ভোলানাথ সিঙে ঘোষণা কৰে যে প্ৰায় দুটা দশক ধৰি ১৬ নম্বৰৰ জাৰ্চি পৰিধান কৰা ৩৬ বছৰীয়া শ্ৰীজেশে জুনিয়ৰ হকী দলৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ ভূমিকা পালন কৰিব। তেওঁ লগতে ইয়াকো কয়, “শ্ৰীজেশ এতিয়া জুনিয়ৰ দলৰ প্ৰশিক্ষক হ’বলৈ ওলাইছে। ছিনিয়ৰ দলৰ বাবে ১৬ নম্বৰৰ জাৰ্চি অৱসৰ লৈছে। জুনিয়ৰ দলৰ বাবে ১৬ নম্বৰৰ জাৰ্চি অৱসৰ লোৱা নাই।”

ভাৰতে স্পেইনক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ইয়াৰ লগে লগে শ্ৰীজেশে হকীৰ পৰা বিদায় লয়। দীৰ্ঘদিন ধৰি ভাৰতীয় হকী দলৰ এজন গুৰুত্বপূৰ্ণ সদস্য হৈ আহিছে শ্ৰীজেশ। পেৰিছ অলিম্পিকতো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই বিপক্ষ দলৰ সন্মুখত দেৱাল হিচাপে থিয় দিছিল শ্ৰীজেশে। আনকি স্পেইনৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদক মেচখনতো শ্ৰীজেশে বিৰুধীক অগ্ৰগতি লাভ কৰাত বাধা দিছিল। এইদৰে দলটোৱে শ্ৰীজেশক জয়ৰে বিদায় দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Goal KeeperHockeyindian hockey teamShrejesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়
জীৱনশৈলী

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

March 18, 2026
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

March 18, 2026
Next Post
৯০ বছৰৰ মূৰকত এইবাৰ ৰাশি বন্ধনত বিশেষ সংযোগ, এই কেইটা ৰাশিৰ উজলি উঠিব ভাগ্য

৯০ বছৰৰ মূৰকত এইবাৰ ৰাশি বন্ধনত বিশেষ সংযোগ, এই কেইটা ৰাশিৰ উজলি উঠিব ভাগ্য

প্ৰকাশ পালে ICCৰ বৰ্ষটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম, শীৰ্ষ ৫ৰ ৩ গৰাকীয়েই ভাৰতৰ, পাছে প্ৰথম স্থানত কোন

প্ৰকাশ পালে ICCৰ বৰ্ষটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম, শীৰ্ষ ৫ৰ ৩ গৰাকীয়েই ভাৰতৰ, পাছে প্ৰথম স্থানত কোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.