• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰকাশ পালে ICCৰ বৰ্ষটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম, শীৰ্ষ ৫ৰ ৩ গৰাকীয়েই ভাৰতৰ, পাছে প্ৰথম স্থানত কোন

প্ৰকাশ পালে ICCৰ বৰ্ষটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম, শীৰ্ষ ৫ৰ ৩ গৰাকীয়েই ভাৰতৰ, পাছে প্ৰথম স্থানত কোন

2 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

8 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

8 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

9 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

9 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

9 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

10 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

11 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

12 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

13 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

14 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

15 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

প্ৰকাশ পালে ICCৰ বৰ্ষটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম, শীৰ্ষ ৫ৰ ৩ গৰাকীয়েই ভাৰতৰ, পাছে প্ৰথম স্থানত কোন

editor by editor
August 14, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
প্ৰকাশ পালে ICCৰ বৰ্ষটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম, শীৰ্ষ ৫ৰ ৩ গৰাকীয়েই ভাৰতৰ, পাছে প্ৰথম স্থানত কোন
0
SHARES
945
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰকাশ পালে ICCৰ বৰ্ষটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম, শীৰ্ষ ৫ৰ ৩ গৰাকীয়েই ভাৰতৰ, পাছে প্ৰথম স্থানত কোন

আইচিচিয়ে প্ৰকাশ কৰিছে শেহতীয়া শ্ৰেষ্ঠ খেলুৱৈৰ ৰেংকিং। বুধবাৰে প্ৰকাশ পোৱা এদিনীয়া বেটছমেনৰ ৰেংকিঙত ভাৰতীয় ৩ গৰাকীকৈ খেলুৱৈয়ে স্থান লাভ কৰে। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই শুভমান গিলক অতিক্ৰম কৰি এদিনীয়া বেটছমেনৰ ৰেংকিঙত দ্বিতীয় স্থান দখল কৰিছে।

ৰোহিতৰ ৰেংকিং পূৰ্বতকৈ দুটা স্থান উন্নতি হৈছে। একে সময়তে শুভমান গিলে এটা স্থান পিছুৱাই তৃতীয় স্থানলৈ অৱনমিত হৈছে। শুভমানৰ পিছতে বিৰাট কোহলী এই তালিকাৰ চাৰি নম্বৰ স্থানত আছে। অৰ্থাৎ শীৰ্ষ পাঁচটা স্থানতেই আছে তিনিগৰাকী ভাৰতৰ খেলুৱৈ।

শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে খেলা তিনিখন মেচৰ এদিনীয়া শৃংখলাত ভাল ৰান সংগ্ৰহ কৰিছে ৰোহিতে। ২০২৩ চনৰ নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত এইটোৱেই আছিল প্ৰথম শৃংখলা। এই সমগ্ৰ ছিৰিজত এফালে শুভমান গিল আৰু বিৰাট কোহলীকে ধৰি টিম ইণ্ডিয়াৰ বাকী বেটছমেনসকলে নিজৰ দুৰ্বল প্ৰদৰ্শনত হতাশ হোৱাৰ বিপৰীতে ৰোহিতে বাল প্ৰদৰ্শন দেখুৱায়।

আই চি চিৰ এই শীৰ্ষ খেলুৱৈৰ তালিকাত ৩টাকৈ স্থানত ভাৰতৰ খেলুৱৈ থাকিলেও শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰো শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে পাকিস্তানৰ বাবৰ আজমে।

বৰ্তমান পাকিস্তানৰ বাবৰ আজমে ৮২৪ ৰেটিং পইণ্টেৰে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে ৰোহিতে ৭৬৫ পইণ্টেৰে দ্বিতীয়ত আছে। শীৰ্ষ ২০ ৰ ভিতৰত থকা আন ভাৰতীয় খেলুৱৈ হৈছে- শ্ৰেয়াছ আয়াৰ ১৬ নম্বৰ স্থানত। তাৰ বিপৰীতে কে এল ৰাহুলে এটা স্থান পিছুৱাই ২১ নম্বৰ স্থানত আছে।

বলাৰৰ ক্ষেত্ৰত এই শীৰ্ষ খেলুৱৈৰ তালিকাত ভাৰতৰ এজনো খেলুৱৈ শীৰ্ষ ৩ ৰ ভিতৰত নাই। কুলদীপ যাদৱে চতুৰ্থ স্থানত আছে। শীৰ্ষ স্থানত থকা ৩ খেলুৱৈ হৈছে- দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজ, অষ্ট্ৰেলিয়াৰ জোছ হেজলউড আৰু এডাম জাম্পাৰ ।

বেগী বলাৰ জছপ্ৰিত বুমৰাহ অষ্টম স্থানত থকাৰ বিপৰীতে মহম্মদ ছিৰাজে ৫টা স্থান হেৰুৱাই নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্টৰ সৈতে যৌথভাৱে নৱম স্থানত আছে। ১২ নম্বৰ স্থানত আছে ছিনিয়ৰ বেগী বলাৰ মহম্মদ ছামী।

এদিনীয়া দলৰ ৰেংকিঙত ভাৰতীয় দলটোৱে ১১৮ ৰেটিং পইণ্টেৰে শীৰ্ষত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াই ১১৬ পইণ্টেৰে দ্বিতীয় স্থানত আৰু ১১২ পইণ্টেৰে তৃতীয় স্থানত আছে দক্ষিণ আফ্ৰিকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Best CricketercricketICCIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
বাংলাদেশৰ পাছত এইবাৰ থাইলেণ্ডত ৰাজনৈতিক ধুমুহা, প্ৰধানমন্ত্ৰীক অপসাৰণ

বাংলাদেশৰ পাছত এইবাৰ থাইলেণ্ডত ৰাজনৈতিক ধুমুহা, প্ৰধানমন্ত্ৰীক অপসাৰণ

কাইলৈ ১৫ আগষ্টৰ পৰা নতুন নিয়ম, চাইকেল চলালেও পিন্ধিব লাগিব হেলমেট

কাইলৈ ১৫ আগষ্টৰ পৰা নতুন নিয়ম, চাইকেল চলালেও পিন্ধিব লাগিব হেলমেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.