অসম চৰকাৰৰ বিশেষ সিদ্ধান্ত, ৰাজ্যত বন্ধ হ’ব মুঠ ১৬১ খন বিদ্যালয়, চাওক তালিকা-
আজি ১৯ আগষ্ট তাৰিখে ৰাজ্যৰ শিক্ষা বিভাগে সদৰি কৰিছে এক বিশেষ সিদ্ধান্ত। আজিৰে পৰা বন্ধ হৈ পৰিব ৰাজ্যৰ মুঠ ১৬১ খন বিদ্যালয়। এইতালিকাত আছে ৰাজ্যৰ কেইবাখনো জিলাৰ প্ৰাথমিক আৰু মধ্য বিদ্যালয় ।
এই তালিকাত উজনিৰ পৰা নামনিলৈ আছে বহু কেইখন বিদ্যালয়ৰ নাম। সদৰি হোৱা তালিকা অনুসৰি বিদ্যালয় কেইখন এনেধৰণৰ-























এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















