• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোহলী, ৰোহিতেও গঢ়া নাই এই অভিলেখ, কি কি অভিলেখেৰে শিখৰত ঠিয় হৈ আছে শিখৰ ধাৱান?

কোহলী, ৰোহিতেও গঢ়া নাই এই অভিলেখ, কি কি অভিলেখেৰে শিখৰত ঠিয় হৈ আছে শিখৰ ধাৱান?

2 years ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

11 minutes ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

39 minutes ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

2 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

2 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

3 hours ago
মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

4 hours ago
মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

5 hours ago
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

6 hours ago
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

7 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

7 hours ago
জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কোহলী, ৰোহিতেও গঢ়া নাই এই অভিলেখ, কি কি অভিলেখেৰে শিখৰত ঠিয় হৈ আছে শিখৰ ধাৱান?

কোহলী, ৰোহিতেও গঢ়া নাই এই অভিলেখ, কি কি অভিলেখেৰে শিখৰত ঠিয় হৈ আছে শিখৰ ধাৱান?

editor by editor
August 24, 2024
in ক্ৰীড়া, বিবিধ, ভাৰত
0
কোহলী, ৰোহিতেও গঢ়া নাই এই অভিলেখ, কি কি অভিলেখেৰে শিখৰত ঠিয় হৈ আছে শিখৰ ধাৱান?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ বেটছমেন শিখৰ ধাৱনে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। শিখৰ ধাৱনৰ ২০১০ চনত টিম ইণ্ডিয়াত অভিষেক ঘটিছিল৷ তেওঁৰ কেৰিয়াৰত টিম ইণ্ডিয়াৰ হৈ মুঠ ৩৪খন টেষ্ট, ১৬৭খন এদিনীয়া আৰু ৬৮খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিছে। এইকেইখন খেলতেই তেওঁ কেইবাটাও বৃহৎ অভিলেখ গঢ়িছে। শিখৰ ধাৱানে নিজৰ অভিষেক টেষ্ট মেচতে শতক খেলি ইতিহাসৰ সৃষ্টি কৰিছিল। শচীন তেণ্ডুলকাৰ আৰু যুৱৰাজ সিঙৰ পিছতে আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা তৃতীয়জন ভাৰতীয় খেলুৱৈ শিখৰ ধাৱান। এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ ২০০০ আৰু ৩০০০ ৰান সংগ্ৰহ কৰা সৰ্বাধিক ৰান কৰা বেটছমেন শিখৰ ধাৱান। শিখৰ ধাৱনে গঢ়া অভিলেখসমূহ চাও আহক৷

শিখৰ ধাৱানৰ অভিলেখ

  • টেষ্টৰ অভিষেক মেচত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ শিখৰ ধাৱানৰ হাতত আছে, তেওঁ টেষ্টৰ অভিষেক মেচত ৮৫টা বলত শতক অৰ্জন কৰিছিল।
  • টেষ্টৰ অভিষেক মেচত শিখৰ ধাৱানে ১৭৪টা বলত ১৮৭ ৰান সংগ্ৰহ কৰে, অভিষেক মেচতেই শিখৰে খেলা সৰ্বাধিক দ্ৰুত ইনিংছ।
  • এদিনীয়া খেলত ভাৰতৰ হৈ ২০০০ আৰু ৩০০০ ৰান সংগ্ৰহ কৰা সৰ্বাধিক ৰান কৰা বেটছমেন শিখৰ ধাৱান।
  • বিৰাট কোহলীৰ পিছতে এদিনীয়া খেলত ভাৰতৰ হৈ ৪০০০ আৰু ৫০০০ ৰান সংগ্ৰহ কৰা শিখৰ ধাৱনে দ্বিতীয় সৰ্বাধিক ৰান কৰা বেটছমেন।
  • এদিনীয়া খেলত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটছমেন শিখৰ ধাৱন।
  • আই চি চি চেম্পিয়নছ ট্ৰফীত দুবাৰকৈ গোল্ডেন বেট লাভ কৰা একমাত্ৰ খেলুৱৈ শিখৰ ধাৱান।
  • দক্ষিণ আফ্ৰিকাৰ হাছিম আমলা, বিৰাট কোহলী আৰু নিউজিলেণ্ডৰ কেন উইলিয়ামছনৰ পিছত এদিনীয়াত ৬০০০ ৰান সংগ্ৰহ কৰা চতুৰ্থ বেটছমেন শিখৰ ধাৱান।
  • এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ ৩০০০ হাজাৰ ৰান সংগ্ৰহ কৰা একমাত্ৰ বেটছমেন শিখৰ ধাৱান।
  • ভাৰতৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শিখৰ ধাৱানে সৰ্বাধিক ৬৮৯ ৰান সংগ্ৰহ কৰিছে।
  • আই পি এলৰ ইতিহাসত একেৰাহে দুটা শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ শিখৰ ধাৱন।
  • ২০১৩ চনৰ আগষ্ট মাহত শিখৰ ধাৱানে লিষ্ট এ মেচত দ্বিতীয় সৰ্বাধিক  স্ক’ৰ লাভ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইণ্ডিয়া এৰ হৈ ১৫০ বলত ২৪৮ ৰান সংগ্ৰহ কৰে।
  • শচীন টেণ্ডুলকাৰ আৰু যুৱৰাজ সিঙৰ পিছত আই চি চি চেম্পিয়নছ ট্ৰফী-২০১৩ত ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ৰ সন্মান লাভ কৰা তৃতীয়জন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় ধাৱান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!
জীৱনশৈলী

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

May 15, 2026
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক
শিক্ষা

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

May 15, 2026
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

May 15, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

May 15, 2026
Next Post
আগন্তুক সপ্তাহত ধন যোগ, দুৰ্দান্ত উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ! তালিকাত আপুনি আছেনে?

আগন্তুক সপ্তাহত ধন যোগ, দুৰ্দান্ত উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ! তালিকাত আপুনি আছেনে?

সন্দীপ ঘোষসহ ৬জনৰ পলিগ্ৰাফ পৰীক্ষা আৰম্ভ! দিল্লীৰ পৰা আহিছে CBIৰ বিশেষ দল

সন্দীপ ঘোষসহ ৬জনৰ পলিগ্ৰাফ পৰীক্ষা আৰম্ভ! দিল্লীৰ পৰা আহিছে CBIৰ বিশেষ দল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.