• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰশ্ন সাজু ! প’লিগ্ৰাফ টেষ্টত কি কি ২১ টা প্ৰশ্ন সোধা হ’ব কলিকতা কাণ্ডৰ অভিযুক্ত সঞ্জয়ক

প্ৰশ্ন সাজু ! প’লিগ্ৰাফ টেষ্টত কি কি ২১ টা প্ৰশ্ন সোধা হ’ব কলিকতা কাণ্ডৰ অভিযুক্ত সঞ্জয়ক

2 years ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

8 minutes ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

24 minutes ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

52 minutes ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

2 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

2 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

3 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

3 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

6 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

7 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰশ্ন সাজু ! প’লিগ্ৰাফ টেষ্টত কি কি ২১ টা প্ৰশ্ন সোধা হ’ব কলিকতা কাণ্ডৰ অভিযুক্ত সঞ্জয়ক

editor by editor
August 25, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
প্ৰশ্ন সাজু ! প’লিগ্ৰাফ টেষ্টত কি কি ২১ টা প্ৰশ্ন সোধা হ’ব কলিকতা কাণ্ডৰ অভিযুক্ত সঞ্জয়ক
0
SHARES
498
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰশ্ন সাজু ! প’লিগ্ৰাফ টেষ্টত কি কি ২১ টা প্ৰশ্ন সোধা হ’ব কলিকতা কাণ্ডৰ অভিযুক্ত সঞ্জয়ক

কলিকতা কাণ্ডৰ অভিযুক্ত সঞ্জয় সিঙৰ সোধপোচ এতিয়াও অব্যাহত আছে। বহু সোধপোচৰ মাজতে আদালতৰ পৰা সন্মতি লোৱা হৈছে প’লিগ্ৰাফ টেষ্টৰ। এতিয়া সঞ্জয়ৰ পৰাও প’লিগ্ৰাফ টেষ্টৰ সন্মতি লৈ এই পৰীক্ষা লৈ থকা হৈছে।

এই একে গোচৰৰ সৈতে জড়িত অন্য ৬ লোকক ইতিমধ্যে শনিবাৰে প’লিগ্ৰাফ টেষ্ট লোৱা হৈ গৈছে। এই ৬ গৰাকীৰ ভিতৰত আৰ জি কাৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰাক্তন প্ৰিঞ্চিপাল সন্দীপ ঘোষো আছে।

অৱশ্যে কালি ২৪ আগষ্ট তাৰিখেই সঞ্জয়ৰো প’লিগ্ৰাফ টেষ্ট কৰাৰ কথা আছিল, পাছে অন্তিম সময়ত কিছু যান্ত্ৰিক বিজুতিৰ বাবে সেয়া সম্ভৱ হৈ নুঠে। সেয়ে আজি প’লিগ্ৰাফ টেষ্ট কৰা হয়। আজিৰ টেষ্টৰ পাছতে সকলো পোহৰলৈ আহিব সঞ্চয়ো কোৱা সকলো কথা কিমান সঁচা কিমান মিছা।

জানিব পৰা অনুসৰি, এই টেষ্টত তিনি প্ৰকাৰৰ প্ৰশ্ন থাকে। ঘটনাৰ সৈতে জড়িত প্ৰাসংগিত প্ৰশ্ন, অপ্ৰাসংগিত প্ৰশ্ন যি প্ৰশ্নৰ এই ঘটনাৰ সৈতে কোনো লেনদেন নাই। লগতে নিয়ন্ত্ৰিত প্ৰশ্ন যিবোৰ পৰীক্ষাত জড়িত ব্যক্তিজনক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনা হয় ।

চিবিআইৰ বিশেষ দল আৰু চিএফএছএলৰ বিশেষজ্ঞসকলে পলিগ্ৰাফ টেষ্টত অভিযুক্ত সঞ্জয় ৰায়ক সুধিব পৰাকৈ ২১টা প্ৰশ্নৰ তালিকা প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে। প্ৰশ্নবোৰ এনেধৰণৰ-

১-আপোনাৰ নাম সঞ্জয় ৰায় নেকি?
২- বিলাহী ৰং ৰঙা হয় নে?
৩- আপুনি কলকাতাত থাকে নেকি?
৪- কেতিয়াবা মিছা কথা কয় নে?
৫- মটৰ চাইকেল চলাব জানেনে?
৬- আপোনাৰ মোবাইল নম্বৰটো কওকচোন, আপোনাৰ হাতত কিমান ফোন আছে?
৭- আপুনি পৰ্ণ চিনেমা চায় নেকি?
৮- ঘটনাৰ দিনটোত আপুনি চিকিৎসালয়ত আছিল নেকি?
৯- আপুনি ভুক্তভোগীক চিনি পাইছিল নেকি?
১০- আগতেও ভুক্তভোগীক নিৰ্যাতন চলাইছিল নেকি?
১১- ভুক্তভোগীক ধৰ্ষণ কৰিছিল নেকি?
১২- ভুক্তভোগীক হত্যা কৰিলে নেকি?
১৩- হত্যাকাণ্ডত আপোনাৰ লগত আৰু কোনোবা জড়িত আছিল নেকি?
১৪- হত্যাকাণ্ড সংঘটিত কৰি চিকিৎসালয়ৰ পৰা পলাই গৈছিল নেকি?
১৫- ডাঃ সন্দীপ ঘোষক চিনি পায়নে?
১৬- সন্দীপ ঘোষক হত্যাকাণ্ডৰ তথ্য দিছিল নেকি?
১৭- ভুক্তভোগীক হত্যা কৰাৰ আগতে ৰেড লাইট এলেকালৈ গৈছিল নেকি?
১৮- চেমিনাৰ হলত আপোনাৰ লগত আন কোনোবা উপস্থিত আছিল নেকি?
১৯- ঘটনাটোৰ বিষয়ে কাৰোবাক কিবা ক’লে নেকি?
২০- চেমিনাৰ হলত​আপোনাৰ নীলা দাঁতটো ভাঙি গ’ল নেকি?
২১- সোধা সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিছেনে?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: kolkataKolkata rape CasePolygraph testrape and murder caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ
জীৱনশৈলী

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

March 23, 2026
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!
বিনোদন

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ
প্ৰযুক্তি

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

March 23, 2026
Next Post
শৰীৰত ভিটামিন ডিৰ অভাৱ নেকি ! খাওক এই ৫ ছুপাৰ ফুড দূৰ হ’ব সমস্যা

শৰীৰত ভিটামিন ডিৰ অভাৱ নেকি ! খাওক এই ৫ ছুপাৰ ফুড দূৰ হ'ব সমস্যা

কাইলৈ জন্মাষ্টমিত কৃষ্ণৰ কৃপাত জিলিকি উঠিব ৫ লোকৰ ভাগ্য

কাইলৈ জন্মাষ্টমিত কৃষ্ণৰ কৃপাত জিলিকি উঠিব ৫ লোকৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.