• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মাষ্টমী ব্ৰত পালন কৰা সকলে এই ৭টা ভুল নকৰিব, অন্যথা ক্ৰোধান্বিত হ’ব লড্ডু গোপাল

জন্মাষ্টমী ব্ৰত পালন কৰা সকলে এই ৭টা ভুল নকৰিব, অন্যথা ক্ৰোধান্বিত হ’ব লড্ডু গোপাল

2 years ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

15 minutes ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

38 minutes ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 hour ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

19 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

20 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

21 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

22 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

22 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

23 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

24 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

24 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্মাষ্টমী ব্ৰত পালন কৰা সকলে এই ৭টা ভুল নকৰিব, অন্যথা ক্ৰোধান্বিত হ’ব লড্ডু গোপাল

editor by editor
August 26, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
জন্মাষ্টমী ব্ৰত পালন কৰা সকলে এই ৭টা ভুল নকৰিব, অন্যথা ক্ৰোধান্বিত হ’ব লড্ডু গোপাল
0
SHARES
540
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জন্মাষ্টমী ব্ৰত পালন কৰা সকলে এই ৭টা ভুল নকৰিব, অন্যথা ক্ৰোধান্বিত হ’ব লড্ডু গোপাল

ভগৱান শ্ৰীকৃষ্ণৰ ভক্তসকলে গোটেই বছৰটো জন্মাষ্টমী উৎসৱৰ বাবে অপেক্ষা কৰে। এই উৎসৱত ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা সৰ্ববৃহৎ উৎসৱ। বছৰটোত আন দেৱ-দেৱীৰ বিভিন্ন ধৰণৰ ব্ৰত পালন আৰু উৎসৱ অনুষ্ঠিত হ’লেও এইটোৱেই একমাত্ৰ উৎসৱ যিটো সম্পূৰ্ণৰূপে ভগৱান শ্ৰীকৃষ্ণৰ পূজাৰ বাবে উৎসৰ্গিত।

ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ দিন হিচাপে এই দিনটো উদযাপন কৰা হয়, লগতে ব্ৰত পালন কৰে। এইবাৰ এই উৎসৱ আজি ২০২৪ চনৰ ২৬ আগষ্ট সোমবাৰত পৰিছে।

এইবাৰ ৰোহিনী নক্ষত্ৰত সোমবাৰৰ পৰা পুৱা ৩.৫৫ বজাৰ পৰা আৰম্ভ হ’ব জন্মাষ্টমী উৎসৱ। ইয়াৰ পিছত সোমবাৰে মাজনিশা ১২ বজাত ভগৱান কৃষ্ণৰ আবিৰ্ভাৱ দিৱস তেওঁৰ জন্ম বাৰ্ষিকী হিচাপে অতি আড়ম্বৰেৰে পালন কৰা হ’ব। ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা আৰু তেওঁৰ ব্ৰত পালন কৰা ভক্ত আৰু সাধকসকলৰ বাবে এই দিনটোৰ বিশেষ তাৎপৰ্য আছে। আজিৰ দিনটোত শ্ৰীকৃষ্ণৰ শিশু ৰূপক পূজা কৰা হয়, যাক লাড্ডু গোপাল বুলিও কোৱা হয়।

বৈষ্ণৱ পন্থাৰ বিশ্বাস অনুসৰি এই দিনটোত ভক্তসকলে ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে। ভগৱান শ্ৰীকৃষ্ণৰ সাধক আৰু ভক্তসকলে আজিৰ দিনটোত জলবিহীন উপবাস পালন কৰে। গোটেই দিনটো ব্ৰত ৰাখে আৰু মাজনিশা অৰ্থাৎ ১২ বজাত প্ৰভুৰ জন্মৰ পিছতহে ব্ৰত ভংগ কৰে।

এই বৈষ্ণৱ পন্থাৰ নিয়মবোৰ যিমানেই সহজ যেন দেখা যায় আৰু শুনা যায়, সেইবোৰ মানি চলাটো কঠিন। জন্মাষ্টমী ব্ৰত পালন কৰা সকলে এই ৭টা ভুল কৰা উচিত নহয়।

১) জন্মাষ্টমীৰ দিনা তামসিক খাদ্য যেনে হালধি, পিয়াজ, মচুৰ দাইল, মাংস, মাছ, কণী, মদ আদি মাদক দ্ৰব্য সেৱন কৰিব নালাগে।

২) জন্মাষ্টমী উপলক্ষে মহিলাসকলে চুলি খোলা ৰাখিব নালাগে বুলি বিশ্বাস কৰা হয়।

৩) এই শুভ দিনটোত গৰু, ম’হ, পোৱালি আদিক ভুলতো অশান্তি দিব নালাগে, ইয়াৰ ফলত লাড্ডু গোপালৰ খং উঠে।

৪) জন্মাষ্টমীৰ দিনা চাউল পৰিহাৰ কৰিব লাগে। একাদশীৰ দৰে জন্মাষ্টমীৰ দিনা ভাত বা যৱৰ পৰা তৈয়াৰী কোনো বস্তু খাব নালাগে।

৫) জন্মাষ্টমীৰ দিনা তুলসীৰ পাত ছিঙিব নালাগে।

৬) এই শুভ দিনটোত ক’লা ৰঙৰ কাপোৰৰ পৰা আঁতৰি থাকিব লাগে।

৭) শাস্ত্ৰ অনুযায়ী এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ পিঠি দৰ্শন কৰিব নালাগে। শ্ৰীকৃষ্ণৰ পিঠিলৈ চালে গুণ হ্ৰাস পায় বুলি কোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BratjanmastamiKrishna BirthKrishna JanmastamiUpwash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

March 14, 2026
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
Next Post
বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি, ৪০ৰো অধিক আহত, সচিবালয়ৰ বাহিৰত ছাত্ৰ-ছাত্ৰীৰ হুলস্থুল

বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি, ৪০ৰো অধিক আহত, সচিবালয়ৰ বাহিৰত ছাত্ৰ-ছাত্ৰীৰ হুলস্থুল

শিখৰ ধাৱনৰ পাছত এই কেইগৰাকী খেলুৱৈয়েও সন্যাস লোৱাৰ সম্ভাৱনা, ৰাষ্ট্ৰীয় দললৈ উভতাৰ নাই কোনো পথ

শিখৰ ধাৱনৰ পাছত এই কেইগৰাকী খেলুৱৈয়েও সন্যাস লোৱাৰ সম্ভাৱনা, ৰাষ্ট্ৰীয় দললৈ উভতাৰ নাই কোনো পথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.