• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৪৮ বছৰ বয়সতে প্ৰাণ হেৰুৱালে টিভি জগতৰ এইগৰাকী জনপ্ৰিয় অভিনেতাই

মাত্ৰ ৪৮ বছৰ বয়সতে প্ৰাণ হেৰুৱালে টিভি জগতৰ এইগৰাকী জনপ্ৰিয় অভিনেতাই

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

6 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

6 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

6 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

6 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

6 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

6 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

6 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

7 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মাত্ৰ ৪৮ বছৰ বয়সতে প্ৰাণ হেৰুৱালে টিভি জগতৰ এইগৰাকী জনপ্ৰিয় অভিনেতাই

editor by editor
September 8, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
মাত্ৰ ৪৮ বছৰ বয়সতে প্ৰাণ হেৰুৱালে টিভি জগতৰ এইগৰাকী জনপ্ৰিয় অভিনেতাই
0
SHARES
715
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ ৪৮ বছৰ বয়সতে প্ৰাণ হেৰুৱালে টিভি জগতৰ এইগৰাকী জনপ্ৰিয় অভিনেতাই

টিভি উদ্যোগৰ পৰা আহিছে এক দুখজনক খবৰ। অকালতে মৃত্যু অভিনেতা বিকাশ ছেঠীৰ। ৪৮ বছৰ বয়সত এই পৃথিৱীৰ পৰা চিৰবিদায় মাগে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ পত্নী জাহ্নৱী ছেঠীয়ে সদৰি কৰে এই খবৰ।

হৃদযন্ত্ৰ বন্ধ হোৱাৰ বাবে মৃত্যু হয় বিকাশ ছেঠীৰ। ছচিয়েল মিডিয়া যোগে অনুৰাগীয়ে বিকাশক শ্ৰদ্ধাঞ্জলি জনায়। কালি ৭ ছেপ্টেম্বৰৰ নিশা মৃত্যু হয় অভিনেতাগৰাকীৰ।

বিকাশে বহু ধাৰাবাহিকত কাম কৰিছিল। ‘কিউকি শাশ ভি কভি বহু থি’, ‘কাহী তো হোগা’ আৰু ‘কসৌতি জিন্দাগী কি’ আদি শ্ব’ত কাম কৰিছিল। তেওঁ ‘কসৌতি জিন্দগী কি’ ছবিখনত প্ৰেম বসুৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰিও অভিনেতাগৰাকীয়ে নৃত্য অনুষ্ঠান নাচ বালিয়েৰ তৃতীয় ছিজনতো অংশগ্ৰহণ কৰিছিল।

ধাৰাবাহিকৰ উপৰিও ‘কভি খুশী কভি গম’ চিনেমাতো কাম কৰিছিল বিকাশ ছেঠীয়ে। সেই চিনেমাখনত কাম কৰিছিল হৃতিক ৰোশন, অমিতাভ বচ্চন, শ্বাহৰুখ খান, কাজল, কৰীনা কাপুৰে।

মৃত্যুৰ সময়ত বিকাশ ছেঠীয়ে পত্নী জাহ্নৱী ছেঠী আৰু দুটা যমজ সন্তানক এৰি যায়। জাহ্নৱী আৰু বিকাশৰ বিয়া হৈছিল ২০১৮ চনত। সামাজিক মাধ্যমত বৰ বেছি সক্ৰিয় নাছিল অভিনেতাগৰাকী। বিকাশে চলিত বৰ্ষৰ মে’ মাহত ইনষ্টাত শেষ পোষ্টটো দিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actorTv ActorVikash Sethi Vikash Sethi Died
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
সমস্যা সমাধান, একেলগেই নিৰ্বাচনত নামিব কংগ্ৰেছ-আপ, মিত্ৰতা অটুট

সমস্যা সমাধান, একেলগেই নিৰ্বাচনত নামিব কংগ্ৰেছ-আপ, মিত্ৰতা অটুট

ইতিহাস সৃষ্টি কৰি পেৰিছ পেৰা অলিম্পিকত ভাৰতে এইবাৰ জয় কৰে ৭টা সোণ, মুঠ কেইটা

ইতিহাস সৃষ্টি কৰি পেৰিছ পেৰা অলিম্পিকত ভাৰতে এইবাৰ জয় কৰে ৭টা সোণ, মুঠ কেইটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.