• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমস্যা সমাধান, একেলগেই নিৰ্বাচনত নামিব কংগ্ৰেছ-আপ, মিত্ৰতা অটুট

সমস্যা সমাধান, একেলগেই নিৰ্বাচনত নামিব কংগ্ৰেছ-আপ, মিত্ৰতা অটুট

2 years ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

1 hour ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

2 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

2 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

3 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

5 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

5 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

6 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

7 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

8 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

9 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

21 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সমস্যা সমাধান, একেলগেই নিৰ্বাচনত নামিব কংগ্ৰেছ-আপ, মিত্ৰতা অটুট

editor by editor
September 8, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
সমস্যা সমাধান, একেলগেই নিৰ্বাচনত নামিব কংগ্ৰেছ-আপ, মিত্ৰতা অটুট
0
SHARES
65
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমস্যা সমাধান, একেলগেই নিৰ্বাচনত নামিব কংগ্ৰেছ-আপ, মিত্ৰতা অটুট

কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজৰ মিত্ৰতা ভংগ হোৱাৰ ইংগিতে দেখা দিছিল কালিলৈকে। পাছে সকলো সমস্যাৰ সমাধান এতিয়া। মিত্ৰতা অটুট থাকিব দুয়ো ৰাজনৈতিক দলৰ। এতিয়া হাৰিয়ানা নিৰ্বাচনত একেলগেই নিৰ্বাচনত নামিব দুয়োদলে। দুয়ো দলৰ মাজত আসনক লৈ বুজা বুজা।

দুয়ো দলৰ মাজৰ বুজা বুজি ফাইনেল হোৱা বুলি অৱশ্যে এতিয়াও সদৰি কৰা নাই। কেৱল গোপন সূত্ৰে প্ৰকাশ পাইছে এই খবৰ। কাইলৈ ৯ ছেপ্টেম্বৰ তাৰিখেহে এই বিষয়ে আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা। বৰ্তমানে দুয়ো দলৰ শীৰ্ষ নেতৃত্বৰ মাজত বৈঠক অনুষ্ঠতি হৈ আছে।

উল্লেখ্য যে, হাৰিয়ানাত ৮ অক্টোবৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হবলৈ গৈ আছে। ৰাজ্য খনত মুঠ ৯০ খন বিধনসভাৰ আসন। সেয়ে মিত্ৰতাত থকা দলৰ বাবে সমস্যাই দখা দিছে কোন দলে কিমান প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নিৰ্বাচনলৈ বুলি। তাকে লৈ আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ মাজতো কিছু মতানৈক্যৰ দেখা দিছিল। পাছ এই মতানৈক্য এতিয়া অন্ত। পুনৰ একলগ দুয়ো দল।

আৰম্ভণিতে আপে ৰাজ্য খনত মুঠ ২০ আসন বিচাৰিছিল নিৰ্বাচন খেলিবৰ বাবে। কিন্তু কংগ্ৰেছ এই কথাত সন্মত নহয়। কিয়নো ৰাজ্যখনত আম আদমী পাৰ্টীৰ বিশেষ এটা আকৰ্ষণ নাই। যাৰ বাবে আপে শেষত কমেও ১০ খন আসন বিচাৰিছিল। তাতো সন্মতি দিয়া নাছিল কংগ্ৰেছে। যাৰ বাব উপায়বিহীন হৈ আপে অকলেই নিৰ্বাচন খেলিব বুলি ইংগিত পোৱা গৈছিল।

পাছে অৱশেষত দুয়ো দলৰ মাজত বুজাবুজি হয়। কিন্তু এতিয়াও আপে কিমান কেইখন আসনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব সেই বিষয়ে জানিব পৰা হোৱা নাই। আসন অনুযায়ী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পালেহে এই বিষয়ে সঠিককৈ জানিব পৰা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aam Admi PartyBidhan Sabha ElectionCongresselectionHariyana Election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?
বিজ্ঞান

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

July 23, 2026
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য
বিবিধ

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

July 23, 2026
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

July 23, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
Next Post
ইতিহাস সৃষ্টি কৰি পেৰিছ পেৰা অলিম্পিকত ভাৰতে এইবাৰ জয় কৰে ৭টা সোণ, মুঠ কেইটা

ইতিহাস সৃষ্টি কৰি পেৰিছ পেৰা অলিম্পিকত ভাৰতে এইবাৰ জয় কৰে ৭টা সোণ, মুঠ কেইটা

ভাৰতত প্ৰৱেশ মাংকি পক্স, বিদেশৰ পৰা উভতি অহা ব্যক্তিৰ দেহত ধৰা পৰিল সংক্ৰমণ, কোৱাৰাইণ্টাইন

ভাৰতত প্ৰৱেশ মাংকি পক্স, বিদেশৰ পৰা উভতি অহা ব্যক্তিৰ দেহত ধৰা পৰিল সংক্ৰমণ, কোৱাৰাইণ্টাইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.