• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, বংগোপ সাগৰত ধুমুহা, এই কেইখন ৰাজ্যত প্ৰৱল বতাহ-বৰষুণ

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, বংগোপ সাগৰত ধুমুহা, এই কেইখন ৰাজ্যত প্ৰৱল বতাহ-বৰষুণ

2 years ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

12 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

13 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

13 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

14 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

15 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

16 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

17 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

19 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

19 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

21 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

22 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, বংগোপ সাগৰত ধুমুহা, এই কেইখন ৰাজ্যত প্ৰৱল বতাহ-বৰষুণ

editor by editor
September 9, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, বংগোপ সাগৰত ধুমুহা, এই কেইখন ৰাজ্যত প্ৰৱল বতাহ-বৰষুণ
0
SHARES
535
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, বংগোপ সাগৰত ধুমুহা, এই কেইখন ৰাজ্যত প্ৰৱল বতাহ-বৰষুণ

দেশৰ বহু কেইখন ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ধাৰাসাৰ বৰষুণৰ লগতে বতাহ। তাৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী। বংগোপসাগৰত গঢ় লৈ উঠা নিম্ন চাপৰ বাবে অধিক বতাহ-বৰষুণ হ’বলৈ গৈ আছে। ইয়াৰ বাবেই পশ্চিমবংগ, ওড়িশা, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিভিন্ন স্থানত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

আই এম ডিৰ বুলেটিন অনুসৰি অৱদাব কলিংগাপট্টনমৰ (অন্ধ্ৰ প্ৰদেশ)ৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ, গোপালপুৰ (ওড়িশা)ৰ পৰা ২১০ কিলোমিটাৰ আৰু দক্ষিণ দীঘা (পশ্চিম বংগ)ৰ পৰা ৩৭০ কিলোমিটাৰ এলেকাত জনসাধাৰণত সতৰ্কবাণী জাৰি কৰা হৈছে, লগতে অন্য সুৰক্ষিত ঠাইলৈ স্থানান্তৰিত হোৱাৰ বাবে আহ্বান জনাইছে।

বতৰ বিজ্ঞান বিভাগে আজি উপকূলীয় অন্ধ্ৰ প্ৰদেশৰ বিচ্ছিন্ন স্থানত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হ’ব পাৰে বুলি অনুমান কৰাৰ লগতে কিছুমান ঠাইত অত্যন্ত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাও ভৱিষ্যদ্বাণী কৰিছে। ইয়াৰ সমান্তৰালকৈ আজি ছত্তীশগড়ৰ দক্ষিণ অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ উত্তৰ প্ৰান্তত অহা ৯-১০ ছেপ্টেম্বৰত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান বিভাগে অহা ৮-৯ ছেপ্টেম্বৰত বিভিন্ন স্থানত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। ৯-১০ ছেপ্টেম্বৰত গংগেটিক পশ্চিম বংগত বিচ্ছিন্ন স্থানত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ লগতে লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে যিটো ১২ ছেপ্টেম্বৰলৈকে চলি থাকিব। ইয়াৰ লগতে ১০-১১ ছেপ্টেম্বৰত ঝাৰখণ্ডৰ দক্ষিণ অঞ্চলত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। ৯ আৰু ১২ ছেপ্টেম্বৰত বিভিন্ন স্থানত প্ৰবল বৰষুণ হব পাৰে।

আগন্তুক তিনিদিনলৈ ওড়িশাত প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। ৰাজ্যৰ ৫ খন জিলাত ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে আই এম ডিয়ে। ইতিমধ্যে এই জিলাসমূহৰ বহু ঠাইত বৰষুণ দি আছে। লগতে, মাছমৰীয়াসকলক ১১ ছেপ্টেম্বৰলৈকে সাগৰত নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।

প্ৰকাশিত তথ্য অনুসৰি সোমবাৰে ঋতুভিত্তিক ব্যৱস্থাটো ওড়িশা আৰু পশ্চিম বংগৰ উপকূলৰ দিশে আগবাঢ়ি গৈ অধিক বেয়া পৰিস্থিতি পৰিণত হোৱাৰ সম্ভাৱনা আছে। আইএমডিয়ে জনোৱা মতে, সোমবাৰে বিয়লিৰ ভিতৰত পুৰী আৰু দীঘাৰ মাজৰ উপকূল পাৰ হোৱাৰ পিছত অহা দুদিনত ঝাৰখণ্ড আৰু সংলগ্ন উত্তৰ ছত্তীশগড় অভিমুখে গতি কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ প্ৰভাৱৰ বাবে ওড়িশাৰ বহু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে কোৰাপুট জিলাৰ কুণ্ড্ৰা আৰু বয়পাৰিগুডা ব্লক অধিক ক্ষতিগ্ৰস্ত হৈছে। বিষয়াসকলে জনোৱা মতে, দুয়োটা ব্লকৰ নিম্নভূমি ডুব যোৱাৰ বাবে কেইবা বিঘা মাটিৰ শস্যৰ ওপৰত ক্ষতিগ্ৰস্ত হৈছে।

আইএমডিয়ে ৰাজ্যখনৰ বহু জিলাত মঙলবাৰ আৰু বুধবাৰেও বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। লগতে কোৱা হৈছে যে চাপৰ প্ৰভাৱৰ বাবে বংগোপসাগৰ আৰু ওড়িশা উপকূলত ধুমুহাময় বতৰ থাকে আৰু পৃষ্ঠীয় বতাহৰ প্ৰবল বতাহ প্ৰতি ঘণ্টাত ৪৫-৫৫ কিলোমিটাৰৰ পৰা প্ৰতি ঘণ্টাত ৬৫ কিলোমিটাৰলৈকে বিয়পি পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: andhra pradeshBay Of BengalDighaHeavy RainIMDkolkataweatherWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন
ক্ৰীড়া

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026 - Updated on June 11, 2026
Next Post
দুৰ্গা পূজাক লৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ কঠোৰ সকীয়নি, কৰিব লাগিব এই কাম

দুৰ্গা পূজাক লৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ কঠোৰ সকীয়নি, কৰিব লাগিব এই কাম

কোন আৰু কেতিয়া হ’ব বিশ্বৰ প্ৰথম ট্ৰিলিয়নাৰ? দ্বিতীয়ত এগৰাকী ভাৰতীয়

কোন আৰু কেতিয়া হ’ব বিশ্বৰ প্ৰথম ট্ৰিলিয়নাৰ? দ্বিতীয়ত এগৰাকী ভাৰতীয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.