• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন আৰু কেতিয়া হ’ব বিশ্বৰ প্ৰথম ট্ৰিলিয়নাৰ? দ্বিতীয়ত এগৰাকী ভাৰতীয়

কোন আৰু কেতিয়া হ’ব বিশ্বৰ প্ৰথম ট্ৰিলিয়নাৰ? দ্বিতীয়ত এগৰাকী ভাৰতীয়

2 years ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

3 minutes ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

46 minutes ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

14 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

15 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

15 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

16 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

17 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

18 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

20 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

21 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

21 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোন আৰু কেতিয়া হ’ব বিশ্বৰ প্ৰথম ট্ৰিলিয়নাৰ? দ্বিতীয়ত এগৰাকী ভাৰতীয়

editor by editor
September 9, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কোন আৰু কেতিয়া হ’ব বিশ্বৰ প্ৰথম ট্ৰিলিয়নাৰ? দ্বিতীয়ত এগৰাকী ভাৰতীয়
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন আৰু কেতিয়া হ’ব বিশ্বৰ প্ৰথম ট্ৰিলিয়নাৰ? দ্বিতীয়ত এগৰাকী ভাৰতীয়

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ বিষয়ে কোনে নাজানে। ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলা, ব্যক্তিগত ৰকেট কোম্পানী স্পেচএক্স আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কৰ সম্পত্তি দ্ৰুতগতিত বৃদ্ধি পাই আছে। তেওঁৰ ধন বাৰ্ষিক গড় হাৰত ১১০ শতাংশ বৃদ্ধি পাইছে।

ইনফৰ্মা কানেক্ট একাডেমীৰ এক প্ৰতিবেদন অনুসৰি ইলন মাস্কৰ ধন যি গতিৰে বৃদ্ধি পাইছে তাৰ বাবে ২০২৭ চনৰ ভিতৰত তেওঁ বিশ্বৰ প্ৰথম ট্ৰিলিয়নাৰ হোৱাৰ পথত আগবাঢ়িছে। বৰ্তমানে তেওঁ ২৫১ বিলিয়ন ডলাৰেৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি।

ট্ৰিলিয়নাৰৰ পথত দ্বিতীয় স্থানত এগৰাকী ভাৰতীয়। ভাৰতীয় ব্যৱসায়ী গৌতম আদানীয়ে ট্ৰিলিয়নাৰৰ মৰ্যাদা লাভ কৰা দ্বিতীয়জন ব্যক্তি হোৱাৰ দিশে। অৱশ্যে ইলন মাস্ক ২০২৭ চনত এই সফলতা লাভ কৰিলেও আদানী ২০২৮ চনতহে এই লক্ষ্যত উপনীত হ’ব। যদিহে আদানীৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ বৰ্তমানৰ দৰে ১২৩ শতাংশত থাকে।

টেক ফাৰ্ম এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জেনচেন হুয়াং আৰু ইণ্ডোনেছিয়াৰ শক্তি আৰু খননৰ দৈত্য প্ৰাজোগো পাংগেষ্টুও ২০২৮ চনত ট্ৰিলিয়নেৰ হ’ব পাৰে যদিহে তেওঁলোকৰ সম্পত্তিৰ বৃদ্ধি অব্যাহত থাকে। এলভিএমএইচ ময়েট হেনেছি লুই ভিটনৰ মালিক আৰু প্ৰায় ২০০ বিলিয়ন ডলাৰৰ সৈতে বিশ্বৰ তৃতীয় ধনী ব্যক্তি বাৰ্নাৰ্ড আৰ্নল্টে ২০৩০ চনত ১ ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰাৰ পথত আগবাঢ়িছে। এই বছৰ মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গেও এক ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Gautam Adani. Elon MastTrillionTrillionerWorld First Trillioner
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি
বিশ্ব

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

June 11, 2026
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ
ক্ৰীড়া

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

June 11, 2026
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন
ক্ৰীড়া

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

June 10, 2026
Next Post
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণে সুখ-সমৃদ্ধি কঢ়িয়াই আনিব ৩ ৰাশিৰ বাবে, জীৱনত হ’ব ধনৰ বৰষুণ

বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণে সুখ-সমৃদ্ধি কঢ়িয়াই আনিব ৩ ৰাশিৰ বাবে, জীৱনত হ'ব ধনৰ বৰষুণ

ভাৰতৰ বাবে সু সংবাদ, ৰোহিংগীয়া মুছলমানৰ বাবে বাংলাদেশে ল’লে বিশেষ পদক্ষেপ

ভাৰতৰ বাবে সু সংবাদ, ৰোহিংগীয়া মুছলমানৰ বাবে বাংলাদেশে ল'লে বিশেষ পদক্ষেপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.