• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্গা পূজাক লৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ কঠোৰ সকীয়নি, কৰিব লাগিব এই কাম

দুৰ্গা পূজাক লৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ কঠোৰ সকীয়নি, কৰিব লাগিব এই কাম

2 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

5 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

6 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

6 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

6 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

7 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

8 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

8 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

9 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

10 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

10 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

12 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দুৰ্গা পূজাক লৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ কঠোৰ সকীয়নি, কৰিব লাগিব এই কাম

editor by editor
September 9, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
দুৰ্গা পূজাক লৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ কঠোৰ সকীয়নি, কৰিব লাগিব এই কাম
0
SHARES
411
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্গা পূজাক লৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ কঠোৰ সকীয়নি, কৰিব লাগিব এই কাম

দুৰ্গা পূজাৰ সময়ত অশান্তিৰ সৃষ্টি কৰা সকলক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে কঠোৰ সকীয়নি দিছে। দুৰ্গা পূজাৰ সময়ত সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰা বা হিন্দু উৎসৱৰ সময়ত পূজাস্থলীক লক্ষ্য কৰি লোৱা লোকসকলক ৰেহাই নিদিয়ে বুলি মন্তব্য নতুন চৰকাৰৰ। ইয়াৰ লগতে দুৰ্গা পূজাৰ সময়ত সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰসমূহৰ নিৰাপত্তাৰ বাবে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীক নিয়োগ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

প্ৰকাশিত বাতৰি অনুসৰি দেওবাৰে বাংলাদেশৰ ধৰ্মীয় পৰিক্ৰমা উপদেষ্টা আবুল ফৈজ মহম্মদ খালিদ হুছেইনে কালি মন্দিৰ পৰিদৰ্শন কৰে। এই সময়ত তেওঁ কয়, ‘কোনোবাই যদি পূজাস্থলীত অশান্তিৰ সৃষ্টি কৰে বা পূজা কৰা লোকসকলক হাৰাশাস্তি কৰে, তেন্তে আমি তেওঁক ৰেহাই নিদিওঁ। আমি তেওঁলোকক আইনৰ পৰিসৰৰ অধীনলৈ আনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আপোনালোকক জনাওঁ যে এইবাৰ নৱৰাত্ৰি ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আৰু ১২ অক্টোবৰত শেষ হ’ব। অহা ৮-৯ অক্টোবৰত বাংলাদেশত দুৰ্গা পূজাৰ বাবে বিপুল উৎসাহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

মন্দিৰ ভ্ৰমণৰ সময়ত খালিদ হুছেইনে হিন্দু সম্প্ৰদায়ৰ ৰাইজক উৎসাহেৰে হিন্দু উৎসৱ পালন কৰিবলৈ আহ্বান জনায়। লগতে তেওঁলোকৰ মন্দিৰৰ কোনো ধৰণৰ ক্ষতিৰ অনুমতি দিয়া নহ’ব বুলিও আশ্বাস দিয়ে। খালিদ হুছেইনে কয়, ‘যদি আপুনি আপোনাৰ মন্দিৰৰ নিৰাপত্তাৰ বাবে চিন্তিত তেন্তে নিশ্চিত হওক, কোনো অপৰাধীয়ে ইয়াত সফল নহ’ব। স্থানীয় ৰাইজৰ লগতে আমি মন্দিৰৰ নিৰাপত্তাৰ বাবে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীকো নিয়োগ কৰিছো। আমাৰ ধৰ্মীয় উৎসৱ পালন কৰাত কোনেও বাধা দিব নোৱাৰে।

খালিদ হুছেইনে কয় যে, অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশক বৈষম্যমুক্ত আৰু সাম্প্ৰদায়িকতামুক্ত দেশলৈ ৰূপান্তৰিত কৰিব বিচাৰে। আমাৰ লক্ষ্য হৈছে এখন নিৰাপদ আৰু সমৃদ্ধিশালী সমাজ গঢ়ি তোলা। শনিবাৰে ৰাজশাহী চাৰ্কিট হাউচতো শান্তিপূৰ্ণ দুৰ্গা পূজা সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত কৰিছিল অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টাগৰাকীয়ে। এই সময়ছোৱাত তেওঁ বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা দিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshBangladesh New Governmentdurga pujanew government
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
Next Post
কোন আৰু কেতিয়া হ’ব বিশ্বৰ প্ৰথম ট্ৰিলিয়নাৰ? দ্বিতীয়ত এগৰাকী ভাৰতীয়

কোন আৰু কেতিয়া হ’ব বিশ্বৰ প্ৰথম ট্ৰিলিয়নাৰ? দ্বিতীয়ত এগৰাকী ভাৰতীয়

বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণে সুখ-সমৃদ্ধি কঢ়িয়াই আনিব ৩ ৰাশিৰ বাবে, জীৱনত হ’ব ধনৰ বৰষুণ

বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণে সুখ-সমৃদ্ধি কঢ়িয়াই আনিব ৩ ৰাশিৰ বাবে, জীৱনত হ'ব ধনৰ বৰষুণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.