• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত কোন কোন ৰাশিৰ লটাৰী প্ৰাপ্তিৰ যোগ আছে? জানক সবিশেষ

ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত কোন কোন ৰাশিৰ লটাৰী প্ৰাপ্তিৰ যোগ আছে? জানক সবিশেষ

2 years ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

40 minutes ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

48 minutes ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

2 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

2 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

3 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

4 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

5 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

5 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

6 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

7 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত কোন কোন ৰাশিৰ লটাৰী প্ৰাপ্তিৰ যোগ আছে? জানক সবিশেষ

ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত কোন কোন ৰাশিৰ লটাৰী প্ৰাপ্তিৰ যোগ আছে? জানক সবিশেষ

editor by editor
September 10, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত কোন কোন ৰাশিৰ লটাৰী প্ৰাপ্তিৰ যোগ আছে? জানক সবিশেষ
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লটাৰী টিকট ক্ৰয় কৰিম ভাৱিছে? ভাৱিচিন্তি টিকট কাটক৷ কাৰণ, লটাৰীৰ টিকট কাটিলেই আপুনি পুৰস্কাৰ পাবই এই ধাৰণা ভুল৷ লটাৰী জিকাটো ভাগ্যৰ কথা৷ ভাগ্য থাকিলেহে লটাৰীত পুৰস্কাৰ পোৱা যায়৷ ইয়াৰবাবে আপুনি জ্যোতিষশাস্ত্ৰৰ সহায় ল’ব পাৰে৷ জানি থওক ১৪ ছেপ্টেম্বৰৰ ভিতৰত কোন কোন ৰাশিৰ মানুহে লটাৰী টিকট ক্ৰয় কৰিলে ভাল ফল পাব?

মেষ ৰাশি- মেষ ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহত লটাৰীৰ টিকট কটাৰ প্ৰৱল ইচ্ছা থাকিলেও সেয়া দমন কৰক৷ লটাৰীৰ বাবে এই সপ্তাহ শুভ নহয়৷

বৃষ ৰাশি- লটাৰী জিকাৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতকৰ বাবে এই সপ্তাহত মধ্যম যোগ দেখা গৈছে৷ সেয়ে এই সপ্তাহত ৰিস্ক নোলোৱাই ভাল৷

মিথুন ৰাশি-লটাৰী কটাৰ ইচ্ছা থাকিলে মিথুন ৰাশিৰ ব্যক্তিয়ে সপ্তাহৰ শেষৰ ফালে টিকট কাটিব পাৰে৷

কৰ্কট ৰাশি-কৰ্কট ৰাশিৰ মানুহে এই সপ্তাহৰ প্ৰথম দিশত চেষ্টা কৰিলে ফল পাব পাৰে৷

সিংহ ৰাশি- সিংহ ৰাশিৰ জাতকে এই সপ্তাহ জুৰি ভাল লটাৰী প্ৰাপ্তিৰ যোগ আছে৷

কন্যা ৰাশি- সপ্তাহৰ মধ্যম ভাগত কন্যা ৰাশিৰ জাতক জাতিকাৰ লটাৰীৰ টিকট কাটিব পাৰে৷ প্ৰাপ্তিৰ যোগ আছে৷
তুলা ৰাশি- তুলা ৰাশিৰ জাতকৰ বাবে এই সপ্তাহ খুব এটা ভাল নহয়৷ লটাৰীৰ বাবে এই সপ্তাহ একেবাৰেই অশুভ৷
বৃশ্চিক ৰাশি- এই সপ্তাহত বৃশ্চিক ৰাশিৰ জাতকৰ লটাৰী লাভৰ যোগ মধ্যম৷
ধনু ৰাশি- ধনু ৰাশিৰ জাতকে এই সপ্তাহত লটাৰীত অৰ্থ ব্যয় কৰা উচিত নহয়৷
মকৰ ৰাশি- এই সপ্তাহত মকৰ ৰাশিৰ জাতকৰ লটাৰীত শুভ যোগ নাই৷

কুম্ভ ৰাশি- সপ্তাহৰ প্ৰথমভাগত শুভ যোগ নাথাকিলেও শেষৰ ফালে কুম্ভ ৰাশিৰ জাতকৰ লটাৰীৰ টিকট ক্ৰয় কৰিলে লাভৱান হ’ব পাৰে৷

মীন ৰাশি- মীন ৰাশিৰ বাবে এই সপ্তাহত লটাৰীৰ ক্ষেত্ৰত কোনো শুভ যোগ নাই৷

(লটাৰী টিকট ক্ৰয় কৰাটো ব্যক্তিগত বিষয়৷ ইয়াৰ পৰা আৰ্থিক ক্ষতিৰ আশংকা আছে৷ অসম লাইভ২৪ য়ে কাকো লটাৰী ক্ৰয়ৰ বাবে উৎসাহ প্ৰদান নকৰে)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ
জীৱনশৈলী

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

June 27, 2026
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল
জীৱনশৈলী

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

June 27, 2026
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ
জীৱনশৈলী

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

June 27, 2026
Next Post
কাইলৈ ৰাধাষ্টমীত দিনজুৰি থাকিব প্ৰীতি যোগ, শ্ৰী ৰাধাৰ আশীৰ্বাদত ভাগ্য খুলিব কোন কোন ৰাশিৰ?

কাইলৈ ৰাধাষ্টমীত দিনজুৰি থাকিব প্ৰীতি যোগ, শ্ৰী ৰাধাৰ আশীৰ্বাদত ভাগ্য খুলিব কোন কোন ৰাশিৰ?

ইমান কম খৰচত আনলিমিটেড কলিং! দাম বঢ়োৱাৰ পাছতেই এইবাৰ সুখবৰ দিছে জিঅ’ই

ইমান কম খৰচত আনলিমিটেড কলিং! দাম বঢ়োৱাৰ পাছতেই এইবাৰ সুখবৰ দিছে জিঅ’ই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.