• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত কিমান টকা নগদ ৰাখিলে সমস্যাত পৰিব আপুনি? কি কৈছে আয়কৰ আইনে?

ঘৰত কিমান টকা নগদ ৰাখিলে সমস্যাত পৰিব আপুনি? কি কৈছে আয়কৰ আইনে?

2 years ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

1 hour ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

2 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

3 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

3 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

4 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

5 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

6 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

6 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

15 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

16 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

16 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰত কিমান টকা নগদ ৰাখিলে সমস্যাত পৰিব আপুনি? কি কৈছে আয়কৰ আইনে?

ঘৰত কিমান টকা নগদ ৰাখিলে সমস্যাত পৰিব আপুনি? কি কৈছে আয়কৰ আইনে?

editor by editor
September 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ঘৰত কিমান টকা নগদ ৰাখিলে সমস্যাত পৰিব আপুনি? কি কৈছে আয়কৰ আইনে?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আয়কৰ দফতৰ বা এনফোৰ্ছমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিৰ অভিযানত উদ্ধাৰ হৈছে কোটি কোটি নগদ ধন৷ এইধৰণৰ বাতৰি প্ৰায় প্ৰত্যেক দিনেই সংবাদমাধ্যমত প্ৰচাৰ হয়৷ আয় বহিৰ্ভূত নগদ ধন ৰখাৰ অপৰাধত বহুতেই শাস্তিও পাইছে৷ কিন্তু নিত্যদিনৰ প্ৰয়োজন বা বিপদৰ বাবে অধিকাংশ মানুহেই নগদ অৰ্থ লগত ৰাখে৷ সেই প্ৰেক্ষিততেই এই প্ৰশ্ন বহু মানুহৰেই মনলৈ আহে যে কি পৰিমানৰ নগদ অৰ্থ কোনো ব্যক্তিয়ে নিজৰ হাতত ৰাখিব পাৰে?

ঘৰত কিমান পৰিমাণৰ নগদ অৰ্থ ৰাখিলে সমস্যাত পৰিব আপুনি? এই বিষয়টোক লৈ আয়কৰ আইনে কি কয়? আয়কৰ আৰু আইনী বিশেষজ্ঞসকলে জনাইছে যে ঘৰত নগদ অৰ্থ মজুত ৰখাক লৈ আয়কৰ আইনত নিৰ্দিষ্ট কোনো কথা উল্লেখ নাই৷ অৰ্থাৎ সৰ্বোচ্চ এই পৰিমাণৰেই নগদ অৰ্থ কোনো ভাৰতীয়ই ঘৰত ৰাখিব পাৰিব বুলি কোনো নিয়ম নাই৷ কিন্তু মজুত ৰখা নগদ আয়ৰ উৎস আপুনি আয়কৰ দফতৰক জনাব লাগিব৷

আয়কৰ দাখিলৰ সময়ত যদি আপুনি যথাযথভাৱে সকলো দাখিল কৰে কেন্তে আপুনি ঘৰত ধন ৰখাত কোনো সমস্যা নাই৷ কিন্তু ঘৰত ৰখা নগদৰ উৎস যদি আয়কৰক জনোৱা নহয় যদি হিচাপ বহিৰ্ভূত হয়, তেতিয়া আয়কৰ দফতৰৰ প্ৰশ্নৰ মুখত পৰিব পাৰে আপুনি৷ এই সন্দৰ্ভত মনমনীত কৌৰ নামৰ আয়কৰ বিশেষজ্ঞই জনোৱা অনুসৰি, আয়ৰ উৎস যদি আপুনি আয়কৰ দাখিলৰ সময় যথাযথভাৱে জনালে অসুবিধা নাই৷ কি পৰিমাণৰ নগদ আপুনি লগত ৰাখিব পাৰিব সেই লৈ নিৰ্দিষ্ট কোনো তথ্য নাই৷

বেআইনীভাৱে যদি ৰখা হয়, তেতিআ আপুনি আয়কৰ আইন অনুসৰি শাস্তিৰ মুখত পৰে৷ তেওঁ লগতে কয়, ‘সাধাৰণতে নিত্য প্ৰয়োজনীয় খৰচৰ বাবে নগদ ৰখাক লৈ কোনো সমস্যা নাই৷ সমস্যা তেতিয়া হয় যেতিয়া বিপুল পৰিমাণৰ নগদ অৰ্থ সঞ্চিত ৰখা হয়, তেতিয়া মূলত সমস্যা হয়৷ কাৰণ আয় লুকুৱাই বহুতে বেংকত ধন নাৰাখি ঘৰত ধন লুকুৱাই থয়৷ আয়কৰৰ পৰা ৰক্ষা পাবলৈ বহুতে ঘৰত ধন ৰাখে৷ এই কাম কৰিলে শাস্তিৰ মুখত পৰিব পাৰে আপুনি৷ এই সকলো ক্ষেত্ৰত অৰ্থৰ ওপৰত ৭৮ শতাংশ পেনাল্টিও দিয়াৰ বিধান আছে আয়কৰ আইনত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বিশ্ব

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

June 19, 2026
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন
অসম

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

June 19, 2026
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?
জীৱনশৈলী

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

June 19, 2026
Next Post
অসুৰ বধৰ বাবে দেৱী দুৰ্গাক কোন দেৱতাই কি অস্ত্ৰ দিছিল? জানক সেই অস্ত্ৰসমূহে কিহৰ প্ৰতীক বুজায়

অসুৰ বধৰ বাবে দেৱী দুৰ্গাক কোন দেৱতাই কি অস্ত্ৰ দিছিল? জানক সেই অস্ত্ৰসমূহে কিহৰ প্ৰতীক বুজায়

ইউৰিক এছিডৰ বাবে দৈনিক ঔষধ খাই আছে? এই ৬ অভ্যাস গঢ়ক, সমস্যা দূৰ হ’ব খাটাং

ইউৰিক এছিডৰ বাবে দৈনিক ঔষধ খাই আছে? এই ৬ অভ্যাস গঢ়ক, সমস্যা দূৰ হ’ব খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.