• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ

পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ

2 years ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

5 minutes ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

36 minutes ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

1 hour ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

2 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

3 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

5 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

7 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

8 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ

পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ

editor by editor
September 19, 2024
in জীৱনশৈলী
0
পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰত্যেক গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তন কৰে৷ ইয়াৰ ফলত একাধিক গ্ৰহ কোনো এক ৰাশিত মিলিত হয়৷ দুই বা তাতোকৈ বেছি গ্ৰহ এটা ৰাশিলৈ আহিলে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত পৰে৷ এই সকলো যোগে উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰে মানৱ জীৱনত৷

লক্ষ্মী নাৰায়ণ যোগ

এইয়া এক উল্লেখযোগ্য  যোগ৷ আগন্তুক ১০ অক্টোবৰত তুলা ৰাশিত বুধ আৰু শুক্ৰ মিলিত হ’লে এই যোগ গঠিত হ’ব৷ বৈদিক জ্যোতিষ অনুসৰি লক্ষ্মী নাৰায়ণ যোগ অত্যন্ত শুভ যোগ হিচাপে চিহ্নিত৷ বিগত ১৮ ছেপ্টেম্বৰৰ পৰা তুলা ৰাশিত অৱস্থান কৰিছে শুক্ৰই৷ ইয়াৰপাছতেই ১০ অক্টোবৰত বুধে প্ৰৱেশ কৰিব তুলাত৷ তেতিয়াই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ ১৩ অক্টোবৰ পৰ্যন্ত এই যোগ থাকিব৷ ইয়াৰপাছতেই শুক্ৰই তুলা এৰি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব৷

তুলা ৰাশি

তুলা ৰাশিতেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ এই শুভ যোগত লাভজনক প্ৰভাৱ পৰিব তুলা ৰাশিৰ জীৱনত৷ ১০ৰ পৰা ১৩ অক্টোবৰ এই তিনিদিন সোণালী সময় চলিব তুলা ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ জীৱনত সুখ সমৃদ্ধি প্ৰচুৰ পৰিমানে বৃদ্ধি পাব৷ দাম্পত্য জীৱনত সুখ আৰু প্ৰেম ভৰপুৰ হৈ থাকিব৷ পেছাগত জীৱনত উন্নতি কৰাৰ সুযোগ পাব৷

মকৰ ৰাশি

পুজাৰ সময়ত লক্ষ্মী নাৰায়ণ যোগৰ শুভ ফল পাব মকৰ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি যি কামতেই হাত দিব তাতেই সফলতা পাব৷ কেৰিয়াৰত বৃহৎ সাফল্য অৰ্জন কৰিব এই ৰাশিৰ জাতকে৷ এই সময়ত মকৰ ৰাশিৰ জাতকৰ সম্পদ বৃদ্ধি পাব আৰু সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ নৱম ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ ইয়াৰ ফলত দুৰ্গাপূজাৰ মাজত উন্নতিৰ শিখৰত থাকিব কুম্ভ ৰাশিৰ জাতকে৷ নিজৰ ঘুমন্ত ভাগ্য আপুনি জগাই তুলিব পাৰিব৷ দীৰ্ঘদিনে কোনো কাম ৰৈ থাকিলে এই সময়ত সম্পূৰ্ণ হ’ব৷ নতুন কাম আৰম্ভ কৰাৰ বাবে এয়াই উপযুক্ত সময়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
Next Post
পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

বাগদান কৰি বিয়া ভাঙিল! বিগবছ ১৬ৰ জনপ্ৰিয় আব্দুক কিয় এৰিলে প্ৰেয়সীয়ে?

বাগদান কৰি বিয়া ভাঙিল! বিগবছ ১৬ৰ জনপ্ৰিয় আব্দুক কিয় এৰিলে প্ৰেয়সীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.