• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইণ্টাৰনেট অবিহনেই চলিব মোবাইলৰ ভিডিঅ’! TATA-ৰ সৈতে যুক্ত সংস্থাৰ বৃহৎ ডিল

ইণ্টাৰনেট অবিহনেই চলিব মোবাইলৰ ভিডিঅ’! TATA-ৰ সৈতে যুক্ত সংস্থাৰ বৃহৎ ডিল

2 years ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

30 minutes ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

1 hour ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

2 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

4 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

4 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

7 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

18 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

19 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

20 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

ইণ্টাৰনেট অবিহনেই চলিব মোবাইলৰ ভিডিঅ’! TATA-ৰ সৈতে যুক্ত সংস্থাৰ বৃহৎ ডিল

ইণ্টাৰনেট অবিহনেই চলিব মোবাইলৰ ভিডিঅ’! TATA-ৰ সৈতে যুক্ত সংস্থাৰ বৃহৎ ডিল

editor by editor
September 20, 2024
in গুৱাহাটী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ইণ্টাৰনেট অবিহনেই চলিব মোবাইলৰ ভিডিঅ’! TATA-ৰ সৈতে যুক্ত সংস্থাৰ বৃহৎ ডিল
0
SHARES
803
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যম বা অন্য কোনো প্লেটফৰ্মত ভিডিঅ’ চোৱাটো এতিয়া প্ৰায়সংখ্যক লোকৰেই নিচা৷ দৃষ্টিসুখ পালেও মোবাইলত ভিডিঅ’ চাবলৈ বহু ডাটা খৰচ হয়৷ এইবাৰ সেয়ে অভিনৱ ফোন আহিছে বজাৰলৈ৷ নতুন ফোনত ইণ্টাৰনেট অবিহনেই মোবাইলত চাব পাৰিব ভিডিঅ’৷

টাটা গ্ৰুপৰ সৈতে যুক্ত এটা সংস্থাই শীঘ্ৰেই দেশত এনে এক মোবাইল ফোন লঞ্চ কৰিব৷ এই মোবাইলসমূহৰ ডিজাইনৰ বাবে এক আমেৰিকান কোম্পানীৰ সৈতে যৌথভাৱে কাম কৰা হৈছে৷ এই প্ৰজেক্টৰ মাধ্যমেৰে ভাৰতত ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত বৃহৎ পদক্ষেপ লোৱা বুলি জনাইছে সংস্থাটোৱে৷

ভাৰতৰ, ‘আইআইটি কানপুৰে তৈয়াৰ কৰা এক কোম্পানী ‘ফ্ৰি ষ্ট্ৰীম টেকনোলজিছ’ আৰু আমেৰিকাৰ চিনক্লেয়াৰ ইনকে এই কাম কৰিছে যৌথভাৱে৷ এই চুক্তিৰ অধীনত যি ফোনসমূহ তৈয়াৰ কৰা হ’ব তাত সাংখ্য লেবৰ দ্বাৰা নিৰ্মিত পৃথ্বী-৩ত  ATSC 3.0 চিপচেট থাকিব৷’

তেজছ নেটৱৰ্তক এক সহযোগী প্ৰতিষ্ঠান, যাৰ মূল সংস্থা হৈছে টাটা চঞ্চ৷ এই সংখ্যা লেবৰ সৈতে পৰোক্ষভাৱে টাটা গ্ৰুপৰ যোগ আছে৷ দেশত 4G আৰু 5G টেলিকমিউনিকেচনত ব্যৱহৃত বিভিন্ন ডিভাইছ তৈয়াৰ কৰিছে তেজছ নেটৱৰ্কে৷ এইসমূহ ডিভাইছ দেশতেই পৰীক্ষা কৰা হ’ব৷ বাংগালুৰু, দিল্লী আৰু আমেৰিকাৰ সাংখ্য লেবছৰ ডিভাইছৰ ফিল্ড ভেলিডেছন চলিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

June 17, 2026
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!
বিনোদন

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

June 17, 2026
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
অসম

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

June 17, 2026
Next Post
অৱশেষত উদ্ধাৰ হ’ল চুমিৰ ভায়েকে দিয়া ৭৫লাখ টকীয়া হীৰাৰ আঙঠি, ক’ত উদ্ধাৰ হ’ল সেই আঙঠি?

অৱশেষত উদ্ধাৰ হ’ল চুমিৰ ভায়েকে দিয়া ৭৫লাখ টকীয়া হীৰাৰ আঙঠি, ক’ত উদ্ধাৰ হ’ল সেই আঙঠি?

কাইলৈ কৃষ্ণা চতুৰ্থীত জোৰদাৰ শ শ যোগ, শনিৰ আশীৰ্বাদত সৌভাগ্যৰ তুংগত থাকিব এই ৫ৰাশি

কাইলৈ কৃষ্ণা চতুৰ্থীত জোৰদাৰ শ শ যোগ, শনিৰ আশীৰ্বাদত সৌভাগ্যৰ তুংগত থাকিব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.