• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ কৃষ্ণা চতুৰ্থীত জোৰদাৰ শ শ যোগ, শনিৰ আশীৰ্বাদত সৌভাগ্যৰ তুংগত থাকিব এই ৫ৰাশি

কাইলৈ কৃষ্ণা চতুৰ্থীত জোৰদাৰ শ শ যোগ, শনিৰ আশীৰ্বাদত সৌভাগ্যৰ তুংগত থাকিব এই ৫ৰাশি

2 years ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

30 minutes ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

42 minutes ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

1 hour ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

2 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

3 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

5 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

8 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

8 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ কৃষ্ণা চতুৰ্থীত জোৰদাৰ শ শ যোগ, শনিৰ আশীৰ্বাদত সৌভাগ্যৰ তুংগত থাকিব এই ৫ৰাশি

কাইলৈ কৃষ্ণা চতুৰ্থীত জোৰদাৰ শ শ যোগ, শনিৰ আশীৰ্বাদত সৌভাগ্যৰ তুংগত থাকিব এই ৫ৰাশি

editor by editor
September 20, 2024
in জীৱনশৈলী, বিবিধ
0
কাইলৈ কৃষ্ণা চতুৰ্থীত জোৰদাৰ শ শ যোগ, শনিৰ আশীৰ্বাদত সৌভাগ্যৰ তুংগত থাকিব এই ৫ৰাশি
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২১ ছেপ্টেম্বৰ ২০২৪ শনিবাৰে চন্দ্ৰই পুৱা ৬বাজি ৯ মিনিট পৰ্যন্ত মেষ ৰাশিত অৱস্থান কৰিব৷ তাৰপাছতেই প্ৰৱেশ কৰিব বৃষ ৰাশিত৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহিন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী তিথি৷ কাইলৈ পিতৃপক্ষৰ চতুৰ্থ দিন৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব হৰ্ষণা যোগ, শ শ যোগ আৰু জ্বালামুখী যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব ভৰণী নক্ষত্ৰৰ প্ৰভাৱো৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্ম অনুসৰি শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ হ’ব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ ২১ ছেপ্টেম্বৰ অত্যন্ত শুভ দিন মিথুন ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ দিনটো আপোনাৰ বাবে শুভ ফলদায়ক হ’ব৷ বন্ধু আৰু আত্মীয়সকলৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ পিতৃৰ সৈতে সম্পৰ্কত খেলিমেলি থাকিলে সকলো দূৰ হ’ব৷ কাইলৈ হঠাৎ পিতৃৰ সহায় লাভ কৰিব আপুনি৷ ব্যৱসায়ীসকলৰ বাবেও কালিৰ দিনটো আৰ্থিকভাৱে অনুকূল হ’ব৷ হঠাৎ অৰ্থলাভ হ’ব পাৰে৷

সিংহ ৰাশি

কাইলৈ শ শ যোগৰ শুভ প্ৰভাৱত কেৰিয়াৰত বিশেষ উন্নতি কৰিব পাৰে সিংহ ৰাশিৰ জাতকে৷ কাইলৈ সকলো কামতেই ভাগ্যক নিজৰ কাষত পাব আপুনি৷ চাকৰি পৰিবৰ্তন কৰিব বিচাৰিলে কাইলৈ শুভ ফল পাব৷ পৰিয়ালৰ সৈতে কাইলৈ দিনটো আনন্দেৰে কটাব৷ ভায়েক বা ভনীয়েকৰ সহায় লাভ কৰিব৷ কোনো গুৰুত্বপূৰ্ণ কামতো কাইলৈ আগবাঢ়িব পাৰে৷

বৃশ্চিক ৰাশি

কাইলৈ শনিবাৰে গ্ৰহৰাজৰ আশীৰ্বাদ থাকিব বৃশ্চিক ৰাশিৰ ওপৰত৷ কাইলৈ নিজৰ পুৰণি সকলো অসম্পূৰ্ণ কাম আপুনি সম্পন্ন কৰিব পাৰিব৷ পৰিস্থিতিৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিব পাৰিব৷ ব্যক্তিগত জীৱনো কাইলৈ পৰিপূৰ্ণ হৈ থাকিব৷ জীৱনসংগীৰ সৈতে পাৰস্পৰিক সম্পৰ্ক ভালে থাকিব৷ কাইলৈ যি কামতেই হাত দিয়ে তাতেই সফলতা লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷

ধনু ৰাশি

কাইলৈ হৰ্ষণা যোগৰ শুভ প্ৰভাৱত কাৰ্যকৰী আৰু লাভজনক দিন কটাব ধনু ৰাশিৰ জাতকে৷ ৰিয়েল এষ্টেটৰ পৰা অতিৰিক্ত লাভ হ’ব৷ সকলো বিষয়তে পৰিয়ালৰ সদস্যসকলক কাষত পাব আপুনি৷ কৰ্মক্ষেত্ৰত ধনু ৰাশিৰ জাতকৰ কামৰ প্ৰশংসা সকলোৱে কৰিব৷ সংগীৰ পৰামৰ্শত কাইলৈ লাভৱান হ’ব আপুনি৷ কেৰিয়াৰৰ দিশৰ পৰাও ভাল প্ৰস্তাৱ পাব পাৰে৷

মীন ৰাশি

শ শ যোগৰ শুভ প্ৰভাৱ আৰু শনিৰ কৃপাত কাইলৈ ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত কোনো সুখবৰ পাব পাৰে৷ আশ্বিন কৃষ্ণা চতুৰ্থীত আৰ্থিকভাৱে লাভৱান হ’ব আপুনি৷ মীন ৰাশিৰ জাতকে কোনো পুৰণি অসুখ বিসুখ থাকিলে কাইলৈ মুক্তি পাব৷ হঠাৎ অৰ্থলাভ কৰিব পাৰে৷ ঘৰৰ পৰিবেশ সুখ আৰু শান্তিৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান
অসম

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

October 3, 2026
ছবিখন AI ৰ সৌজন্যত।
জীৱনশৈলী

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

October 3, 2026
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ
জীৱনশৈলী

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

October 3, 2026
Next Post
কি আছে ‘চিকাৰ’ত? কিয় চলিব ‘চিকাৰ’?

কি আছে ‘চিকাৰ’ত? কিয় চলিব ‘চিকাৰ’?

কিৰণ ৰাওৱে লিখিছে, ‘সপোন পূৰণ’! অস্কাৰৰ বাবে নিৰ্বাচিত হ’ব নেকি ‘লাপাতা লেডিজ’?

কিৰণ ৰাওৱে লিখিছে, ‘সপোন পূৰণ’! অস্কাৰৰ বাবে নিৰ্বাচিত হ’ব নেকি ‘লাপাতা লেডিজ’?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.