• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঈদ আৰু মহৰমত দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ দিমঃ বৃহৎ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

ঈদ আৰু মহৰমত দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ দিমঃ বৃহৎ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

2 years ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

21 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

1 hour ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

2 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

3 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

4 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

5 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

14 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

14 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

15 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

15 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

18 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঈদ আৰু মহৰমত দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ দিমঃ বৃহৎ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

ঈদ আৰু মহৰমত দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ দিমঃ বৃহৎ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

editor by editor
September 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
ঈদ আৰু মহৰমত দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ দিমঃ বৃহৎ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ
0
SHARES
233
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জম্মু-কাশ্মীৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হৈছে৷ জম্মুৰ-নিৰ্বাচনী ধামখুমীয়াৰ মাজতেই শনিবাৰে (২১ ছেপ্টেম্বৰ) জম্মুত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াৰ মাজতে এক সমাৱেশত ভাষণ দিওঁতে এক বৃহৎ ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘ঈদ আৰু মহৰমত দুটাকৈ গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ আপোনালোকক দিম৷’

মান্ধাৰৰ এখন ৰাজহুৱা সভাত ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘জম্মু-কাশ্মীৰত আব্দুল্লা, মুফতি আৰু নেহৰু-গান্ধী পৰিয়ালে ৯০ৰ দশকৰ পৰা এতিয়ালৈকে সন্ত্ৰাসবাদ বিয়পাইছে। একে সময়তে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদৰ অন্ত পেলাইছে। ইয়াৰ যুৱক-যুৱতীসকলৰ হাতে হাতে শিলৰ সলনি লেপটপ তুলি দিয়া হৈছে।

জম্মু-কাশ্মীৰত শেষ হ’বলৈ ওলাইছে তিনিটা পৰিয়ালৰ শাসন

গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘এই নিৰ্বাচনে জম্মু-কাশ্মীৰৰ তিনিটা পৰিয়ালৰ শাসনৰ অন্ত পেলাব। আব্দুল্লা পৰিয়াল, মুফতি পৰিয়াল আৰু নেহৰু-গান্ধী পৰিয়াল, এই তিনিটা পৰিয়ালে ইয়াত গণতন্ত্ৰক নিয়ন্ত্ৰণত ৰাখিছিল। ২০১৪ চনত যদি মোদী চৰকাৰ নাহিলে পঞ্চায়ত, ব্লক আৰু জিলা নিৰ্বাচন অনুষ্ঠিত নহ’লহেঁতেন।’

অবিচি, পিছপৰা শ্ৰেণী, পাহাৰীয়াসকলে লাভ কৰিলে সংৰক্ষণ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু কয়, ‘মোদী অহাৰ পিছতে অ’বিচি, পিছপৰা শ্ৰেণী, পাহাৰীয়াবাসীয়ে সংৰক্ষণ পালে। মই যেতিয়া বিধেয়কখন দাখিল কৰিছিলো তেতিয়া ফাৰুক আব্দুল্লাৰ দলটোৱে প্ৰতিবাদ কৰি ইয়াত গুৰজাৰ ভাইসকলক উচটনি দিবলৈ আৰম্ভ কৰিছিল। ৰাজৌৰীলৈ আহোঁতে মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি গুৰ্জাৰ ভাইসকলৰ সংৰক্ষণৰ ব্যৱস্থা কৰিমেই৷ আৰু পাহাৰীয়া লোকসকলকো সংৰক্ষণ দিম৷ আমি সেই প্ৰতিশ্ৰুতি পালন কৰিলোঁ। কংগ্ৰেছে কয় যে আমি সংৰক্ষণৰ অন্ত পেলাম, আনহাতে, বিজেপিয়ে কৈছে যে আমি গুৰ্জাৰ বাকৰৱাল আৰু পাহাৰীসকলক সকলোতে সংৰক্ষণ দিম।’

যুৱকৰ হাতৰ পৰা শিল কাঢ়ি নিলে পিএম মোদীয়ে 

অমিত শ্বাহে কয় যে, মোদীজীয়ে জম্মু-কাশ্মীৰৰ যুৱকৰ হাতৰ পৰা শিল কাঢ়ি লৈছে। ফাৰুক আব্দুল্লাই লণ্ডনত হলিডে পালন কৰে৷ তেওঁলোকে কয়, আমি সংৰক্ষণ শেষ কৰিম, কিন্তু আমাৰ চৰকাৰে সংৰক্ষণ দিবলৈ কাম কৰিব। ইয়াৰোপৰি
মহিলাৰ একাউণ্টত ১৮ হাজাৰ টকাকৈ দিয়া হ’ব। আনহাতে, ঈদৰ দিনা ২ চিলিণ্ডাৰ দিয়া হ’ব। ইয়াৰ উপৰিও আমি ৫০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰিম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?
বিনোদন

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

June 18, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব
জীৱনশৈলী

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

June 18, 2026
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক
বিনোদন

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

June 18, 2026
Next Post
দৈনিক ৰাশিফল- ৰবি যোগৰ সৈতে ধ্ৰুৱ যোগ, আজি কেইবাটাও ৰাশিৰ লোকৰ জীৱনত ঘটিব বিশেষ ঘটনা

দৈনিক ৰাশিফল- ৰবি যোগৰ সৈতে ধ্ৰুৱ যোগ, আজি কেইবাটাও ৰাশিৰ লোকৰ জীৱনত ঘটিব বিশেষ ঘটনা

কোৱাড সন্মিলনত ভাৰত,আমেৰিকা, জাপান, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী, ‘এক পৃথিৱী, এক সম্পদ আমাৰ দৃষ্টিভংগী’- মোদী

কোৱাড সন্মিলনত ভাৰত,আমেৰিকা, জাপান, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী, 'এক পৃথিৱী, এক সম্পদ আমাৰ দৃষ্টিভংগী'- মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.