• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি কৃষ্ণা অষ্টমীত সিদ্ধিদাতাৰ কৃপা ৫ৰাশিত, পূৰণ হ’ব মনৰ সকলো ইচ্ছা

আজি কৃষ্ণা অষ্টমীত সিদ্ধিদাতাৰ কৃপা ৫ৰাশিত, পূৰণ হ’ব মনৰ সকলো ইচ্ছা

2 years ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

28 minutes ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

2 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

2 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

3 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

4 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

5 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

6 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

6 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

22 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

22 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

23 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি কৃষ্ণা অষ্টমীত সিদ্ধিদাতাৰ কৃপা ৫ৰাশিত, পূৰণ হ’ব মনৰ সকলো ইচ্ছা

আজি কৃষ্ণা অষ্টমীত সিদ্ধিদাতাৰ কৃপা ৫ৰাশিত, পূৰণ হ’ব মনৰ সকলো ইচ্ছা

editor by editor
September 25, 2024
in জীৱনশৈলী
0
আজি কৃষ্ণা অষ্টমীত সিদ্ধিদাতাৰ কৃপা ৫ৰাশিত, পূৰণ হ’ব মনৰ সকলো ইচ্ছা
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২৫ ছেপ্টেম্বৰ ২০২৪ বুধবাৰে চন্দ্ৰত দিনে নিশাই মিথুন ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি আহিন মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি৷ আজি পিতৃপক্ষৰ অষ্টম দিন৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি আজি আছে বৰিয়ান যোগ, পৰিঘ যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি আছে আৰ্দ্ৰা নক্ষত্ৰৰ প্ৰভাৱো৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণপতিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ সম্ভৱ?

মিথুন ৰাশি

আজি ২৫ ছেপ্টেম্বৰৰ দিনটো দুৰ্দান্ত হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ আজি আপুনি পুৱাৰে পৰাই শক্তিবন্ত হৈ থাকিব৷ ইয়াৰ সুফল জীৱনৰ সকলো ক্ষেত্ৰতেই লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ কোনো অসম্পূৰ্ণ কাম আজি সম্পূৰ্ণ কৰিব পাৰিব৷ নতুন বাহন ক্ৰয় কৰাৰ বাবে আজিৰ দিনটো শুভ৷ সিদ্ধিদাতাৰ কৃপাত মনৰ ইচ্ছা পূৰণ হ’ব আপোনাৰ৷

সিংহ ৰাশি

বৰিয়ান যোগৰ শুভ প্ৰভাৱত মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হ’ব পাৰে সিংহ ৰাশিৰ জাতকৰ৷ আজি আপুনি নিজৰ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন নিজেই লক্ষ্য কৰিব৷ আজি অতিৰিক্ত অৰ্থলাভো যোগ আছে৷ ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি উন্নত হ’ব সিংহ ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত উন্নতি কৰাৰ একাধিক সুযোগ পাব৷ কোনো লাভজনক চুক্তি কৰিব পাৰে৷

বৃশ্চিক ৰাশি

আজি মনৰ সুখ শান্তি লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ শান্তভাৱে সকলো কামত আপুনি আগবাঢ়িব৷ নিজকে ভালকৈ চিনি পোৱাৰ সময়৷ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াশুনাত আগ্ৰহ আৰু আত্মবিশ্বাস বাঢ়িব৷ নিজৰ লক্ষ্যত উপস্থিত হ’ব৷ পাৰিবাৰিক সম্পত্তিগত কোনো আইনী গোচৰৰ পৰা এইবাৰ মুক্তি পাব৷

ধনু ৰাশি

আজি ২৫ ছেপ্টেম্বৰ শুভ দিন হ’ব ধনু ৰাশিৰ জাতকৰ বাবে৷ আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ বাবে অনলাইন শ্বপিং কৰিব পাৰে৷ প্ৰতিবেশীসকলৰ সৈতে আড্ডা মাৰি সময় কটাব৷ ধনু ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে বিদেশত পঢ়াশুনা কৰিবলৈ যোৱাৰ সুযোগ পাব৷ বিনিয়োগৰ পৰা লাভৱান হ’ব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰাৰ যোগ আছে৷

মীন ৰাশি

আজি পজিটিভ দিন কটাব মীন ৰাশিৰ জাতকে৷ নিজৰ বুদ্ধি কামত লগাব মীন ৰাশিৰ জাতকে৷ নিজৰ ভৱিষ্যৎ জীৱন সম্পৰ্কে সঠিক সিদ্ধান্ত ল’ব পাৰে মীন ৰাশিৰ জাতকে৷ চৰকাৰী কাম সম্পন্ন হ’ব৷ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত সফলতা পাব৷ বিদেশ যাত্ৰাৰ ইচ্ছা পূৰণ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!
জীৱনশৈলী

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

August 17, 2026
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী
জীৱনশৈলী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

August 17, 2026
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ
জীৱনশৈলী

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

August 17, 2026
Next Post
বিশাল, চুমি, তাৰ্কিক এইবাৰ একেলগেঃ লকআপত আকৌ এটা নিশা কটালে চুমি-তাৰ্কিক-বিশালে

বিশাল, চুমি, তাৰ্কিক এইবাৰ একেলগেঃ লকআপত আকৌ এটা নিশা কটালে চুমি-তাৰ্কিক-বিশালে

প্ৰতিটো সমষ্টিত ৪০হাজাৰ সদস্য হ’লেই হ’বঃ বন্ধ হ’ব ৪০ হাজাৰ অতিক্ৰম কৰা সমষ্টিৰ সদস্য ভৰ্তি অভিযান

প্ৰতিটো সমষ্টিত ৪০হাজাৰ সদস্য হ’লেই হ’বঃ বন্ধ হ’ব ৪০ হাজাৰ অতিক্ৰম কৰা সমষ্টিৰ সদস্য ভৰ্তি অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.