বিজেপিৰ ৰূপম গোস্বামী সঁচায়ে অনুপম। সমন্বয়হীনতাত ভুগিছে দিছপুৰ-হেঙেৰাবাৰী। নদীবান্ধ, মিকিৰ বামুণী গ্ৰাণ্ট সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কি ক'লে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে?