• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

1 month ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

1 hour ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

2 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

3 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

3 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

3 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

4 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

6 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

6 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

7 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

8 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

কিছুমান টিপছ অনুসৰণ কৰি এই সমস্যা দূৰ কৰক।

editor by editor
July 26, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভ্ৰমণৰ সময়ত বহুলোকৰ গাড়ীত উঠিলে মূৰ ঘূৰোৱা আৰু বমি বমি অনুভৱ কৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘মোচন ছিকনেছ’ বুলি কোৱা হয়। এই শাৰীৰিক অস্বস্তিৰ বাবেই ভ্ৰমণৰ আনন্দ নিমিষতে নষ্ট হৈ যায়। আমাৰ চকু, কাণ আৰু পেশীৰ পৰা মগজুলৈ প্ৰেৰণ কৰা সংকেতৰ মিল নোহোৱা হ’লে এই সমস্যাৰ সৃষ্টি হয়। কিন্তু যদি আপুনি কেইটামান সহজ কৌশল অনুসৰণ কৰে তেন্তে আপোনাৰ গাড়ী যাত্ৰা সম্পূৰ্ণ আৰামদায়ক আৰু চিন্তামুক্ত হ’ব পাৰে।

এই ক্ষেত্ৰত গাড়ীত ক’ত বহিব সেয়া অতি গুৰুত্বপূৰ্ণ। সদায় আগৰ চিটত (যাত্ৰীৰ আসনত) বহিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত সন্মুখৰ পথটোৰ স্পষ্ট দৃশ্য দেখা যায় আৰু মগজুৱে গাড়ীৰ গতি সহজে অনুভৱ কৰিব পাৰে। পিছৰ চিটত বহিলে আপুনি অধিক জোকাৰণি অনুভৱ কৰে আৰু মোচন ছিকনেছৰ সম্ভাৱনা বৃদ্ধি পায়।

বন্ধ গাড়ীৰ খিৰিকীত বহি থাকিলে বমি বৃদ্ধি হ’ব পাৰে। গতিকে কিছু বায়ু চলাচল কৰিবলৈ দিয়ক। মোবাইলৰ স্ক্ৰীণলৈ চাই থকা বা চলন্ত গাড়ীত কিতাপ পঢ়াৰ পৰা বিৰত থাকক। বৰঞ্চ খিৰিকীৰ বাহিৰত দূৰৈৰ, স্থবিৰ বস্তু এটালৈ চাই থাকিবলৈ চেষ্টা কৰক।

ভ্ৰমণলৈ যোৱাৰ ঠিক আগতে গধুৰ, টেঙা বা চৰ্বিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক। আনকি খালী পেটত গাড়ীত উঠিলেও গেছ আৰু বমি হ’ব পাৰে। গতিকে ভ্ৰমণৰ আগতে লঘু, সহজে হজম হোৱা খাদ্য খাওক।

আদাই এই সমস্যাৰ প্ৰাকৃতিক প্ৰতিষেধক হিচাপে কাম কৰে। ভ্ৰমণৰ আগতে বা খোজকাঢ়ি যোৱাৰ সময়ত আদাৰ সৰু টুকুৰা মুখত ৰাখিলে বমিৰ পৰা সোনকালে উপশম পোৱা যায়। নেমু বা পদিনা পাতো খাব পাৰে; ইয়াৰ প্ৰবল গোন্ধ আৰু সোৱাদে বমিৰ অনুভৱ বহু পৰিমাণে হ্ৰাস কৰে। লং বা আমলখিও খাব পাৰে।

গাড়ীৰ ভিতৰত এয়াৰ ফ্ৰেছনাৰৰ প্ৰচণ্ড গোন্ধে প্ৰায়ে বমি হ’ব পাৰে। এনে প্ৰবল গোন্ধ পৰাপক্ষত পৰিহাৰ কৰক। যদি আপুনি অস্বস্তি অনুভৱ কৰে তেন্তে গাড়ীখন ৰখাই কেইমিনিটমান নামি শুদ্ধ বতাহত খোজ কাঢ়িব। শৰীৰটো বহুত লঘু অনুভৱ হ’ব।

এই ঘৰুৱা উপায়বোৰৰ মাজতো যদি সমস্যাটো স্থায়ী হৈ থাকে তেন্তে ভ্ৰমণৰ আধা ঘণ্টা আগতে চিকিৎসকৰ পৰামৰ্শ লৈ মোচন ছিকনেছৰ ঔষধ গ্ৰহণ কৰাটো বুদ্ধিমানৰ কাম হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
Next Post
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ'ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.