• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?

এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?

2 years ago
ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

7 minutes ago
কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

1 hour ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

ৰাতিপুৱা নে সন্ধিয়া? হনুমানক কোনটো সময়ত পূজা কৰা উচিত জানক

2 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

3 hours ago
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

12 hours ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

13 hours ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

13 hours ago
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

14 hours ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

14 hours ago
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

15 hours ago
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

15 hours ago
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?

এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?

editor by editor
October 5, 2024
in জীৱনশৈলী, লেখা
0
এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?
0
SHARES
525
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাস্ত্ৰত চাৰিটা যুগৰ কথা উল্লেখ আছে। এই চাৰিটা যুগ হৈছে, সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। বৰ্তমান কলিযুগ চলি আছে। সনাতন ধৰ্মত শ্ৰী বিষ্ণুৰ দহটা অৱতাৰৰ কথা উল্লেখ আছে। এই দহটা অৱতাৰৰ মাজত শেষ বা দশম অৱতাৰেই হৈছে কল্পি অৱতাৰ। কলিযুগৰ শেষ পৰ্যায়ত কল্পি অৱতাৰৰ জন্ম হ’ব বুলি শাস্ত্ৰত উল্লেখ আছে।

সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি এই চাৰিযুগৰ মাজত এটা এটা যুগৰ সূচনা কেতিয়া হৈছিল আৰু সেই যুগৰ অৱসান কেতিয়া হৈছে বা হ’ব সকলোবোৰেই উল্লেখ কৰা হৈছে পুৰাণত। সত্য, ত্ৰেতা আৰু দ্বাপৰ যুগৰ অৱসান হৈ বৰ্তমান চলি আছে কলিযুগ। কিন্তু আপুনি জানেনে কলিযুগৰ অৱসান কেতিয়া হ’ব? শাস্ত্ৰ বিশেষজ্ঞসকলে জনোৱা অনুসৰি কলিযুগ ৪ লাখ ৩২ হাজাৰ বছৰ ধৰি চলিব। আধুনিক গণনা অনুসৰি ৩১০২ খৃষ্টাব্দত কলিযুগৰ সূচনা হৈছিল। অৰ্থাৎ এই হিচাপত এতিয়া কলিযুগৰ ৩১০২ + ২০২৩ = ৫১২৫ পাৰ হৈছে। কলিযুগৰ ৪,৩২,০০০বছৰৰ পৰা ৫১২৫ বিয়োগ কৰিলে ৰৈ যায় ৪,২৬,৮৭৫ বছৰ। এই গণনা অনুসৰি কলিযুগ শেষ হ’বলৈও এতিয়াও ৪,২৬,৮৭৫ বছৰ বাকী।

বৰ্তমান সময়টো হৈছে কলিযুগৰ প্ৰথম পৰ্যায়। শাস্ত্ৰঅ অনুসৰি কলিযুগৰ শেষত আবিৰ্ভূত হ’ব কল্কি অৱতাৰ। কলিযুগক শেষত পৃথিৱীৰ পৰা পাপ নিমজ্জিত হ’ব। সেই সময়ত ঘোঁৰাৰ পিঠিত উঠি খোলা তৰোৱাল লৈ পৃথিৱী ধ্বংস কৰিবলৈ আহিব। এই ধ্বংসৰ পাছতেই নতুন যুগৰ সূচনা হ’ব। নতুনকৈ ধৰ্ম প্ৰতিষ্ঠা হ’ব। শ্ৰীমদ ভাগবৎ গীতা আৰু কল্কি পুৰাণ অনুসৰি কলিযুগৰ শেষ আৰু সত্যযুগৰ সূচনাৰ সন্ধিক্ষণত আবিৰ্ভূত হ’ব কল্কি অৱতাৰ। পৃথিৱীত যেতিয়া পাপ আৰু অধৰ্মৰ বাহিৰে একোৱেই অৱশিষ্ট নাথাকিব তেতিয়াই পাপৰ বিনাশ কৰি কল্কি অৱতাৰ মানুহৰ মনত নতুনকৈ ধৰ্মৰ বীজ ৰোপন হ’ব। তেতিয়াৰে পৰাই মানুহে সত্যৰ পথত চলিবলৈ আৰম্ভ কৰিব। কল্কি পুৰাণত কল্কি অৱতাৰৰ কথা বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। উত্তৰপ্ৰদেশৰ মোৰাদাবাদৰ সম্বল গাওঁত জন্ম হ’ব কল্কি অৱতাৰৰ। শ্ৰী ৰামচন্দ্ৰৰ মতে কল্কি অৱতাৰৰ ৪ ভায়েক থাকিব। ধৰ্ম পুনঃপ্ৰতিষ্ঠা কৰিবলৈ কল্কিৰ ৪ ভায়েকেই সহায় কৰিব। দেৱদত্ত নামৰ বগা ঘোঁৰাৰ পিঠিত উঠিয়েই পাপীৰ বিনাশ কৰিবলৈ কল্কিৰ ৪ অৱতাৰ আহিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ
জীৱনশৈলী

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

June 2, 2026
কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

June 2, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

ৰাতিপুৱা নে সন্ধিয়া? হনুমানক কোনটো সময়ত পূজা কৰা উচিত জানক

June 2, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

June 2, 2026
Next Post
GPay-ত পাব গোল্ড লোন, ঘোষণা গুগলৰ

GPay-ত পাব গোল্ড লোন, ঘোষণা গুগলৰ

কাইলৈ ৰবিযোগত ভাগ্য খুলিব ৫ৰাশিৰ, শুক্লা তৃতীয়াত জীৱনত সুখেই সুখ আহিব আপোনাৰ

কাইলৈ ৰবিযোগত ভাগ্য খুলিব ৫ৰাশিৰ, শুক্লা তৃতীয়াত জীৱনত সুখেই সুখ আহিব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.