• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোৱাটছএপত নিষিদ্ধ ৮০ লাখৰো অধিক একাউণ্ট, তাৰে মাজত আপোনাৰো নেকি ! কি হৈছে এনে ?

হোৱাটছএপত নিষিদ্ধ ৮০ লাখৰো অধিক একাউণ্ট, তাৰে মাজত আপোনাৰো নেকি ! কি হৈছে এনে ?

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

হোৱাটছএপত নিষিদ্ধ ৮০ লাখৰো অধিক একাউণ্ট, তাৰে মাজত আপোনাৰো নেকি ! কি হৈছে এনে ?

editor by editor
October 15, 2024
in প্ৰযুক্তি, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
হোৱাটছএপত নিষিদ্ধ ৮০ লাখৰো অধিক একাউণ্ট, তাৰে মাজত আপোনাৰো নেকি ! কি হৈছে এনে ?
0
SHARES
441
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোৱাটছএপত নিষিদ্ধ ৮০ লাখৰো অধিক একাউণ্ট, তাৰে মাজত আপোনাৰো নেকি ! কি হৈছে এনে ?

গোপনীয়তা নীতি উলংঘা কৰাৰ বাবে এমাহৰ ভিতৰতে ৮০ লাখৰো অধিক ভাৰতীয় একাউণ্ট নিজৰ প্লেটফৰ্মৰ পৰা নিষিদ্ধ কৰা হৈছে। ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা চাইবাৰ অপৰাধ আৰু ভুৱা বাতৰিৰ প্ৰচাৰ বন্ধ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

১ আগষ্টৰ পৰা ৩১ আগষ্টৰ ভিতৰত হোৱাটছএপে মুঠ ৮,৪৫৮,০০০ ভাৰতীয় একাউণ্ট ব্লক কৰিছে। ইয়াৰে ১,৬৬১,০০০ একাউণ্টত অভিযোগ নোহোৱাকৈ নিষিদ্ধ কৰা হৈছে।

স্পেম আৰু জালিয়াতিঃ- বহু লোকে হোৱাটছএপত স্পেম মেছেজ প্ৰেৰণ কৰে, প্ৰৱঞ্চনা কৰে বা ভুল তথ্য বিয়পায়। যাৰ বাবে এই একাউণ্টসমূহ নিষিদ্ধ কৰা হৈছে।

অবৈধ কাৰ্যকলাপঃ- একাংশ লোকে অবৈধ কামৰ বাবে WhatsApp ব্যৱহাৰ কৰে।

ব্যৱহাৰকাৰীৰ অভিযোগঃ- যেতিয়া কোনো ব্যৱহাৰকাৰীয়ে আন এজন ব্যৱহাৰকাৰীৰ অভিযোগ কৰে তেতিয়া হোৱাটছএপে তদন্ত কৰে আৰু প্ৰয়োজন হ’লে সেই একাউণ্টটো নিষিদ্ধ কৰে।

উল্লেখ্য যে, হোৱাটছএপত এটা অটোমেটিক চিষ্টেম আছে যিয়ে সন্দেহজনক কাৰ্যকলাপ ধৰা পেলায়। ইয়াৰ বাহিৰেও যেতিয়া কোনো ব্যৱহাৰকাৰীয়ে যিকোনো একাউণ্টৰ অভিযোগ কৰে তেতিয়া তাৰ ওপৰত হোৱাটছএপে ব্যৱস্থা গ্ৰহণ কৰে।

এই বৃহৎ কাৰ্য্যক লৈ হোৱাটছএপে কয় যে তেওঁলোকে নিজৰ প্লেটফৰ্ম সুৰক্ষিত ৰখাৰ বাবে অহৰহ কাম কৰি আছে। কোম্পানীটোৱে লগতে কয় যে ব্যৱহাৰকাৰীসকলক সন্দেহজনক বাৰ্তাত ক্লিক নকৰিবলৈ আৰু অজ্ঞাত নম্বৰৰ পৰা অহা যিকোনো লিংকত ক্লিক কৰাৰ আগতে সাৱধান হ’বলৈ আহ্বান জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BandBand in indiaWhats App UserWhats App. Indian Customer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
চতুৰ্দশীত শ শ ৰাজযোগ, লক্ষ্মীপুজাৰ দিনাই এই ৫ৰাশিৰ হাতলৈ আহিব লক্ষ্মী

চতুৰ্দশীত শ শ ৰাজযোগ, লক্ষ্মীপুজাৰ দিনাই এই ৫ৰাশিৰ হাতলৈ আহিব লক্ষ্মী

দৈনিক ৰাশিফল- আজি লক্ষ্মী পূৰ্ণিমাৰ দিনা চমকি উঠিব ৫ ৰাশিৰ লোকৰ ভাগ্য

দৈনিক ৰাশিফল- আজি লক্ষ্মী পূৰ্ণিমাৰ দিনা চমকি উঠিব ৫ ৰাশিৰ লোকৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.